Skip to playerSkip to main content
  • 6 days ago
নগাঁও: পৰিৱেশ সুৰক্ষাৰ সজাগতা অনাৰ বাৰ্তাৰে বিশ্ব পৰিৱেশ দিৱসৰ দিনা ৰোপণ কৰা হয় গছপুলি । নাগৰিক, চৰকাৰ, অনুষ্ঠান-প্ৰতিষ্ঠানে ৰোপণ কৰে গছপুলি । কিন্তু বিশ্ব পৰিৱেশ দিৱসৰ দিনটোত গছ কাটি বিতৰ্কত সাঙোৰ খাইছে নগাঁৱৰ এটা ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান । নগাঁৱৰ ডিমৰুগুৰিস্থিত ব্যক্তিগত খণ্ডৰ বিদ্যালয় নাৰায়না কৰ্তৃপক্ষই বিদ্যালয় চৌহদৰ এজোপা গছ কটাক কেন্দ্ৰ কৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় নগাঁৱত ।  গছ কটা প্ৰত্যক্ষ কৰি স্থানীয় লোকৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাৰ্যকৰ্তাও জাঙুৰ খাই উঠে । জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতা-কৰ্মী উপস্থিত হৈ গছ কটাৰ তীব্ৰ বিৰোধিতা কৰি খবৰ দিয়ে নগাঁও বন বিভাগক । বন বিভাগৰ লোক উপস্থিত হৈ শিক্ষানুষ্ঠানখনৰ অনুমতি অবিহনে গছ কটা কাৰ্যক দুৰ্ভাগ্যজনক আখ্যা দিয়ে বন বিভাগৰ বিষয়ায়ো । ইপিনে, বিশ্ব পৰিৱেশ দিৱসৰ দিনটোত গছ কটা শিক্ষানুষ্ঠান নাৰায়নাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণৰ দাবী জনায় অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে ।লগতে পঢ়ক: দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰি দিয়া হ'ল এছিয়াটিক প্ৰজাতিৰ দুটা ভালুকদিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰি দিয়া হ'ল এছিয়াটিক প্ৰজাতিৰ দুটা ভালুক

Category

🗞
News
Transcript
00:00I'm a kid, DIMBURGURY, and I was a student.
00:04When I was a kid, I was a kid, but I was a kid,
00:08I live in the early 50th year.
00:10I'm a kid, he's a kid,
00:14and I was a kid,
00:16I was a kid,
00:17but I was a kid that I was a kid,
00:21and I was a kid,
00:24.
00:25.
00:25.
00:25.
00:25I'm going to go back and see the people like me.
00:37I think the people like me are going to be very happy.
00:40I'm going to go back and see the people like me and I'm not going to go back and see
00:47them.
00:48I'm going to go back and see them.
00:55I am not sure why I am here.
00:57I am not sure why I am here.
01:00I am not sure why I am here.
01:02I will be on a bit now.
01:05I am sure how to do this.
01:06This is how I am.
01:08I am not sure why I am here.
01:13I am not sure how to do it.
01:31Thank you very much.
01:45I can't see it.
01:50I can see it.
01:53So I can see it.
01:54So this is the kind of change and the change.
01:59At the same time, the change and the change is the change.
02:02The change I get is the change.
02:09foreign
02:20foreign
02:35foreign
02:39foreign
03:08Thank you very much.
Comments

Recommended