Skip to playerSkip to main content
  • 7 hours ago
মঙলদৈ : শনিবাৰে মঙলদৈৰ গান্ধী ময়দান বাকৰিত ৭২ সংখ্যক সদৌ মঙলদৈ ৰঙালী বিহুৰ মুকলি বিহু প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় দহটা মুকলি বিহুৰ দলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে । এই সন্দৰ্ভত বিহু উদযাপন সমিতিৰ সম্পাদক মানৱ প্ৰতিম দাসে কয়,"আজি মুকলি বিহু প্ৰতিযোগিতা, সদৌ অসম ভিত্তিত মুকলি বিহু প্ৰতিযোগিতাত অসমৰ বিভিন্ন প্ৰান্তৰ ২৭ টা বিহু দলে যোগদান কৰিছে । ৰাইজৰ অভূতপূৰ্ব সঁহাৰি লাভ কৰিছো । দেওবাৰে বিভিন্ন সাহিত্য-সাংস্কৃতিক প্ৰতিযোগিতা অনুষ্ঠিত হ'ব । নিশালৈ কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰই গীতৰ শৰাই আগবঢ়াব ৷"ইফালে মুকলি বিহু প্ৰতিযোগীতাত হাচতী বিহুৱা দলে প্ৰথম স্থান, ফ্ৰেণ্ডচিপ বিহুৱা দল দ্বিতীয় আৰু দৰঙী বিহুৱা দলে তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হয় । প্ৰতিযোগিতাত হাচতী বিহুৱা দলৰ এগৰাকী নাচনীয়ে প্ৰথম, ফ্ৰেণ্ডশ্বিপ বিহুৱা দলৰ এগৰাকী নাচনীয়ে দ্বিতীয় আৰু মৰিগাঁওৰ নাহৰ বিহুৱা দলৰ এগৰাকী নাচনীয়ে বিহু কুঁৱৰীত তৃতীয় স্থান লাভ কৰে ।লগতে পঢ়ক:মাজুলীৰ সত্ৰীয়া গীত, নৃত্য, বাদ্য, ভাস্কৰ্য শিল্প-কলাৰ হ'ব বিশ্বমুখী যাত্ৰা

Category

🗞
News
Transcript
00:00Welcome I'm a Pedro Mohr Commander I already had Frontier
00:05I am a leader then a leader and a leader.
00:08It was a leader in the local mountains.
00:11The leader of the Üniversites is called at the University of Florida.
00:18I'm a leader of Los Angeles and a leader of the U.S.
00:20I'm a leader of the U.S.
00:25Elders behind the U.S.
00:26Nobody has the lead to use the U.S.
00:26They are the ones who are the ones who make this new world.
00:55Thank you very much.
00:57Thank you very much.
Comments

Recommended