Skip to player
Skip to main content
Search
Connect
Watch fullscreen
Like
Share
Bookmark
More
Add to Playlist
Report
ETVBHARAT
Follow
নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে এক্সন মুডত অসম আৰক্ষী
4 months ago
দক্ষিণ শালমাৰা মানকাচৰ/জোনাই : ড্ৰাগছ, গাঞ্জাকে ধৰি নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহৰ বিৰুদ্ধে সষ্টম হৈছে অসম আৰক্ষী । ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে অভিযান চলাই সফলতা লাভ কৰিছে । দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সুখচৰ থানাৰ অন্তৰ্গত বেপাৰীপাৰা গাঁৱত অভিযান চলাই বুধবাৰে আৰক্ষীয়ে বৃহৎ পৰিমাণৰ গাঞ্জা আৰু নিচাজাতীয় সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে ছলমান শ্বেখ নামৰ এজন লোককো আটক কৰে । নিশা সুখচৰ থানাৰ আৰক্ষী বিষয়া জে এছ খোবুঙৰ নেতৃত্বত অভিযান চলাই আৰক্ষী দলটোৱে ছলমান শ্বেখৰ ঘৰৰ পৰা ২ কেজি ৭৪৬ গ্ৰাম গাঞ্জা আৰু নিচাজাতীয় টেবলেটৰ ২ টা পেকেট জব্দ কৰে । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ।ইফালে ধেমাজি জিলাৰ জোনাই অঞ্চলত অভিযান চলাই অসম আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰে । জোনাই আৰক্ষী থানাৰ উপ-পৰিদৰ্শক নিহাৰ চাংমাইৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলটোৱে মূর্কংচেলেক ৰে'লৱে ষ্টেচনৰ সমীপৰ নগঞা কেম্পৰ পৰা নুৰুদ্দিন আলী নামৰ যুৱকজনৰ পৰা সন্দেহযুক্ত ড্ৰাগছখিনি জব্দ কৰে । অভিযুক্ত নুৰুদ্দিনক আটক কৰি আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে । নুৰুদ্দিনে সংবাদ মাধ্যমৰ আগত দিয়া ভাষ্য অনুসৰি গুৱাহাটীৰ পৰা বিশেষ ব্যক্তিৰ জৰিয়তে তেওঁ ড্ৰাগছখিনি লৈ গৈছিল । অভিযুক্তই কয়, "গুৱাহাটীৰ পৰা আনি দিয়া মানুহ বেলেগ । নাম নাজানো । ইয়াতে গাঁৱৰ দুই-এজন ল'ৰাই খায় ।"লগতে পঢ়ক :ছোৱালী-বোৱাৰী দেখিলে ৰ'বই নোৱাৰা দ্বীপকেশ এতিয়া ৰঙাঘৰৰ আলহী
Category
🗞
News
Transcript
Display full video transcript
00:00
Thank you very much.
00:44
Thank you very much.
01:02
Thank you very much.
01:57
Thank you very much.
02:00
Thank you very much.
02:29
Thank you very much.
Show less
Comments
Log in to post a comment
Recommended
0:40
|
Up next
ডিমা হাছাওত পতাকা উত্তোলন কৰিলে দেৱলাল গৰ্লোছাই
ETVBHARAT
5 weeks ago
3:01
মুখ্যমন্ত্ৰীৰ সৈতে অসমৰ জনসাধাৰণ আৰু ভগৱান আছে: নগাঁৱত স্বাধীনতা দিৱসত মন্ত্ৰী পীযুষ হাজৰিকা
ETVBHARAT
5 weeks ago
3:11
স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত গোলাঘাটত চাঞ্চল্যকৰ ঘটনা; হোটেলৰ কোঠাত উদ্ধাৰ আপত্তিজনক সামগ্ৰী
ETVBHARAT
5 weeks ago
2:50
বানাক্ৰান্তৰ কাষত ৰাজস্থান বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ
ETVBHARAT
5 weeks ago
3:14
বৰমাত স্বাধীনতা দিৱস উপলক্ষে বিজেপিৰ ত্ৰিৰংগা যাত্ৰা
ETVBHARAT
5 weeks ago
4:03
बिहार की 'भूतिया सड़क', जहां शाम ढलते ही गुजरने से कतराते हैं लोग
ETVBHARAT
15 minutes ago
1:47
काका हाथरसी का जन्मदिवस-पुुण्यतिथि मनाई गई; कवियों ने सुनाई काका की कविताएं
ETVBHARAT
25 minutes ago
1:51
ప్రమాదకర స్థితిలో ఒరిగిన భవనం - భయాందోళనలో స్థానికులు
ETVBHARAT
26 minutes ago
2:30
মমতার সমর্থনের পর নন্দীগ্রামের কংগ্রেস প্রার্থী গ্রেফতার, কী মামলা তাঁর বিরুদ্ধে ?
ETVBHARAT
33 minutes ago
5:00
Special : फर्टिलाइजर बेचने व कालाबाजरी रोकने के लिए सरकार लेकर आई App, लेकिन किसानों को सुविधा के साथ दुविधा भी...
ETVBHARAT
54 minutes ago
2:12
কৃত্ৰিম বানত বুৰিল যোৰহাট: বাসগৃহত একাঁঠু পৰ্যন্ত পানী
ETVBHARAT
6 weeks ago
1:57
চিকিৎসালয়ত মাতৃক আহাৰ দিবলৈ যাওঁতে পথ দুৰ্ঘটনাত পুত্ৰ-বোৱাৰী নিহত
ETVBHARAT
7 weeks ago
2:23
শিৱসাগৰৰ বানাক্ৰান্তৰ কাষত বলিউডৰ অভিনেতা ৰণদ্বীপ হুদা; নিজহাতে পৰিবেশন কৰিলে খাদ্য
ETVBHARAT
7 weeks ago
2:54
ছুপাৰ ডিভিজন ফুটবলত বৰমা ইউনাইটেড ফুটবল ক্লাব বিজয়ী
ETVBHARAT
7 weeks ago
1:44
বনকৰ্মী-যুৱকৰ মাৰপিট, কচুৱাত তীব্ৰ উত্তেজনা
ETVBHARAT
7 weeks ago
3:45
যোৰহাট জিলাত মুঠ ১৭৯ খন ৰাজহ গাঁও জলমগ্ন, পুনৰ জাঁজী নদীৰ জলস্তৰ বৃদ্ধি
ETVBHARAT
2 months ago
2:55
অসম-মেঘালয় সীমান্তত ড্ৰাগছৰ বেহাৰ বিৰুদ্ধে মহিলাৰ সমদল
ETVBHARAT
2 months ago
2:21
২০২০ চনতে নিৰ্মাণ হ'ল কিন্তু নেঘেৰিটিঙত আজিলৈ কাৰ্যক্ষম নহ'ল স্বাস্থ্যকেন্দ্ৰ
ETVBHARAT
2 months ago
2:39
বন্যহস্তীৰ উপদ্ৰৱ: ভুক্তভোগী ৰাইজে উজাগৰে পাৰ কৰিছে নিশা
ETVBHARAT
4 months ago
2:03
চাকচনি, মৰাণ নাচনীৰ গিৰিপনিৰ শব্দত মুখৰিত কাকপথাৰৰ আকাশ বতাহ
ETVBHARAT
5 months ago
1:36
সোণাৰিত ভয়ংকৰ অগ্নিকাণ্ড; জীৱন্তে অগ্নিদগ্ধ এটি শিশু
ETVBHARAT
5 months ago
4:40
দলং নিৰ্মাণত নিম্নমানৰ কাম কৰা ঠিকাদাৰ-লোকনিৰ্মাণ বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ
ETVBHARAT
5 months ago
2:19
২.৩ কোটি মূল্যৰ হেৰ’ইনসহ আৰক্ষীৰ জালত দুই সৰবৰাহকাৰী
ETVBHARAT
5 months ago
2:46
পাগলাদিয়াৰ পাৰত গৰু বিহু পালন জয়ন্ত মল্লবৰুৱাৰ
ETVBHARAT
5 months ago
5:11
জোনাইত নিশা কংগ্ৰেছ কৰ্মীৰ বাসগৃহত দুস্কৃতিকাৰীৰ আক্ৰমণ
ETVBHARAT
6 months ago
Comments