Skip to playerSkip to main content
  • 5 months ago
উত্তৰ গুৱাহাটী : নিশা হ'লেই ৰাজ্যৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত হৈছে সংগীত শিল্পীসকলৰ সংগীতানুষ্ঠান ৷ কিন্তু প্ৰাণৰ শিল্পী তথা হাৰ্টথ্ৰব জুবিন গাৰ্গৰ কালজয়ী গীতক বিকৃত ৰূপত মঞ্চত পৰিবেশন কৰি ইতিমধ্যে ৰোষত পৰিছে কণ্ঠশিল্পী মৰ্মিতা মিত্ৰ ৷ জুবিন গাৰ্গৰ গীত বিকৃত ৰূপত পৰিবেশন কৰাৰ পিছত অসমৰ ভিন্ন প্ৰান্তৰ বিহু কমিটীয়ে কণ্ঠশিল্পীগৰাকীৰ সৈতে চুক্তি বাতিল কৰিছে ৷এইবাৰ উত্তৰ গুৱাহাটী অভয়পুৰ উত্তৰাঞ্চল ৰঙালী বিহু উদযাপন সমিতিয়ে বাতিল কৰিছে মৰ্মিতা মিত্ৰৰে হোৱা চুক্তি ৷ উল্লেখ্য যে, ২৪ এপ্ৰিলত সংগীতানুষ্ঠান পৰিবেশনৰ বাবে মৰ্মিতাৰে চুক্তি কৰিছিল উত্তৰাঞ্চল ৰঙালী বিহু উদযাপন সমিতিয়ে ৷ এই সন্দৰ্ভত শনিবাৰে আয়োজন কৰা এক সংবাদমেলৰ জৰিয়তে উত্তৰাঞ্চল ৰঙালী বিহু উদযাপন সমিতিৰ সদস্যই কয়, "প্ৰাণৰ শিল্পী তথা হাৰ্থথ্ৰব জুবিন গাৰ্গৰ কালজয়ী গীতক বিকৃত ৰূপত মঞ্চত পৰিবেশন কৰাৰ বাবে ৰাজ্যবাসীয়ে ক্ষোভ প্ৰকাশ কৰিছে মৰ্মিতাৰ বিৰুদ্ধে ৷ সেয়ে ৰাইজৰ মতামত লৈ উত্তৰাঞ্চল ৰঙালী বিহু উদযাপন সমিতিয়ে শিল্পীগৰাকীৰে হোৱা চুক্তি বাতিল কৰা হৈছে ৷"লগতে পঢ়ক: মৰ্মিতা মৰসাহ ! থানাই থানাই পৰিছে এজাহাৰ, বহু বিহু কমিটীয়ে বাতিল কৰিলে কাৰ্যসূচী

Category

🗞
News
Transcript
00:00If you are not going to use it, I've already had the same question in the hands of the Wizards,
00:04and I joined that with the WAPR,
00:09to help me, I've got the same message as a leader and the FABur.
00:24Today we are going to be challenged, but in addition to our residential centres, we have been attracted to a
00:33lot.
00:33In other words, of course, we created a lot of community and work with the community,
00:40our parents, the group, the families, the teachers, the families, the families and the families,
00:45we are not able to support our home and to the people.
00:50.
00:50.
00:50.
00:50.
00:50.
00:50.
00:50.
01:19Thank you very much.
01:20Thank you very much.

Recommended