Skip to playerSkip to main content
  • 1 week ago
জোনাই : বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ যুগত ভগৱানেই শেষ ভৰসা এতিয়া এটা পকী দলং নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ ৷ "অপৰাধ বিনাশন তযু নামে নাৰায়ণ..." ঘোষাৰে ভগৱন্তৰ চৰণত সেৱা লৈছে শিৱম ট্ৰান্সকন প্ৰাইভেট লিমিটেডেৰ কৰ্তৃপক্ষই ৷ কিয়নো জোনাইৰ চিচিবৰগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত নিলখ-বালিজান সংযোগী গাই নৈৰ ওপৰত ৫৬ কোটি টকা ব্যয়েৰে পকী দলং নিৰ্মাণৰ কাম কৰি আছিল কোম্পানীটোৱে ৷ কিন্তু সম্পূৰ্ণ নৌহওঁতে ভাঙিল দলংখনৰ গাডাৰ ৷ বাৰে বাৰে হোৱা অঘটনৰ পৰা ৰক্ষা পাবলৈ ভগৱন্তৰ ওচৰত শৰণাপন্ন হৈছে কোম্পেনীটোৰ কৰ্তৃপক্ষ ৷এই সন্দৰ্ভত স্থানীয় লোকে কয়,"ৰাইজৰ বাবে অতি প্ৰয়োজনীয় দলংখন নিৰ্মাণৰত অৱস্থাতে ভিন্ন অঘটন হৈছে ৷ সেয়ে শিৱম ট্ৰান্সকন প্ৰাইভেট লিমিটেডেৰ কৰ্তৃপক্ষৰ অনুৰোধ মৰ্মে স্থানীয় ৰাইজে মিলি দিনজোৰা কাৰ্যসূচীৰে ভাগৱত পাঠ, দিহানাম আৰু নিশালৈ ভাওনাৰ আয়োজন কৰা হৈছে ৷ সেয়ে আজি মাংগলিক কাৰ্যসূচী ৰূপায়ন কৰা হৈছে ৷"লগতে পঢ়ক:বাৰিষাৰ পূৰ্বে লাহৰীঘাটত খহনীয়াই লৈছে ভয়াবহ ৰূপ, জাহ যোৱাৰ উপক্ৰম কেইবাখনো গাঁও

Category

🗞
News
Transcript
00:00I
00:00I
00:02I
00:03I
00:03I
00:04I
00:06I
00:07I
00:08I
00:42Satsang with Satsang with Satsang with Mooji
01:01.
01:01.
01:01.
01:01.
01:29Thank you very much.
01:40Thank you very much.
02:11Thank you very much.
02:37Thank you very much.
03:30Thank you very much.
03:33Thank you very much.
04:13Thank you very much.
04:45Thank you very much.
Comments

Recommended