Skip to playerSkip to main content
  • 4 hours ago
ডিব্ৰুগড় : চৰাইদেউ জিলাৰ সোণাৰিত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে । নিশা সংঘটিত এই অগ্নিকাণ্ডত এটি শিশু জীৱন্তে অগ্নিদগ্ধ হয় । মৃত ৫ বছৰীয়া শিশুটি বিজয় সোণাৰৰ পুত্ৰ ৰাজ সোণাৰ বুলি জানিব পৰা গৈছে । নিশা এই অগ্নিকাণ্ডত দুটা ঘৰ সম্পূৰ্ণৰূপে জ্বলি যায় । সোণাৰি নগৰৰ ৭ নং ৱাৰ্ডৰ ক'ৰ্ট কলনীৰ সন্মুখত এই মৰ্মান্তিক ঘটনাটো সংঘটিত হয় । ঘটনাৰ খবৰ পোৱাৰ পিছতে অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপণ কৰিবলৈ সক্ষম হয় । অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত হোৱা দুয়োটা বাসগৃহত ভাড়াতীয়া হিচাপে দুটা পৰিয়াল আছিল । কি কাৰণত অগ্নিকাণ্ড সংঘটিত হ'ল সেয়া এতিয়াও জানিব পৰা হোৱা নাই । এই ঘটনাক লৈ সমগ্ৰ অঞ্চলতে শোক ছাঁ পৰিছে ।সমগ্ৰ ঘটনাটোক লৈ ভাড়াঘৰৰ মালিকে কয়, "আমাৰে ভাড়াঘৰ আছিল । ইয়াত দুটা পৰিয়াল আছিল । ঘৰৰ ভিতৰত ৫ বছৰীয়া এটি শিশু আছিল । শিশুটি জ্বলি শেষ হৈ গৈছে । কি কাৰণে জুই জ্বলিলে সেই কথা জানিব পৰা নাই ।"  লগতে পঢ়ক :স্নানাগাৰত নিথৰ হৈ পৰি ৰ’ল পত্নীসহ অৱসৰপ্ৰাপ্ত শিক্ষকৰ মৃতদেহ

Category

🗞
News
Transcript
00:02Oh
00:58The
00:59Yes, we get a lot of children, even after five years.
01:04We rose in one hour to the other,
01:06and we don't have them to come,
01:11no, we don't have them.
01:12We are all there animals that would have been
01:14and we don't have them to come.
01:18What's that?
01:19It's not a bad place.
01:22The actors and men are living the animals,
01:27I'm going to see the camera.
01:28I'm going to see the camera.
01:29How are you?
01:31I'm going to see the camera.
01:35I'm going to see the camera.
Comments

Recommended