Skip to player
Skip to main content
Search
Connect
Watch fullscreen
Add to Playlist
Report
ETVBHARAT
Follow
জোনাইত নিশা কংগ্ৰেছ কৰ্মীৰ বাসগৃহত দুস্কৃতিকাৰীৰ আক্ৰমণ
7 months ago
জোনাই : জোনাই বিধানসভা সমষ্টিত নিৰ্বাচনী হিংসা অব্য়াহত থকাৰ মাজতেই দেওবাৰে নিশা দুটা পৃথক পৃথক স্থানত কংগ্ৰেছ কৰ্মীৰ বাসগৃহত শিলগুটি নিক্ষেপেৰে আক্ৰমণ কৰে একাংশ দুষ্কৃতিকাৰীয়ে । এই সন্দৰ্ভত এগৰাকী কংগ্ৰেছ কৰ্মীয়ে অভিযোগ কৰি কয়,"ভুৱন পেগুৰ গুণ্ডাবাহিনীয়ে আমাৰ ঘৰত নিশা শিলগুটি নিক্ষেপ কৰিছে ।" নিশা প্ৰায় ১২ বজাত জোনাইৰ মধ্যপুৰ গাঁৱৰ নিবাসী তথা কংগ্ৰেছ কৰ্মী তুষাৰ ঙাটেৰ বাসগৃহত প্ৰায় ৬-৭ খন চাৰিচকীয়া বাহনত অহা একাংশ দুৰ্বৃত্তই ঘৰৰ সমুখৰ পৰা ধাৰাসাৰে শিলগুটি নিক্ষেপ কৰি আক্ৰমণ চলাই । এই আক্ৰমণত ঘৰৰ চোতালত ৰখা দুখন বিলাসী বাহনৰ বিস্তৰ ক্ষতিসাধন কৰে । এই ঘটনাৰ কিছু সময় পিছতেই জোনাইৰ লক্ষ্মী নেপালীবস্তী গাঁৱৰ কংগ্ৰেছ নেত্ৰী ৰঞ্জনা দলেৰ বাসগৃহতো দুষ্কৃতিকাৰীৰ দলে ৰাস্তাৰ পৰা ঘৰলৈ লক্ষ্য কৰি ধাৰাসাৰ শিলগুটি নিক্ষেপ কৰে । এই ঘটনাত ঘৰখনৰ কেইবাখনো দৰ্জা- খিৰিকীৰ উপৰি বহু সামগ্ৰী ভাঙি লণ্ড-ভণ্ড কৰে । ইফালে, এই ঘটনাৰ পিছতো জোনাই আৰক্ষী প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগীয়ে ।লগতে পঢ়ক:জোনাইত পুনৰ নিৰ্বাচনী হিংসা, কংগ্ৰেছৰ ৰেলীত দূৰ্বৃত্তৰ আক্ৰমণত কেইবাজনো আহত, ভাঙিলে বাহনমুৰং ঘৰক লৈ জোনাইত কংগ্ৰেছ-বিজেপিৰ সংঘাত
Category
🗞
News
Transcript
Display full video transcript
00:00
Thank you very much.
Show less
Recommended
2:15
কাতি বিহুত বকুল তলত ৰবাব টেঙাৰ জুতি আৰু কবিৰ আড্ডা
ETVBHARAT
2:56
অসমৰ বানক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণাৰ দাবীত কলগাছিয়াত চিপিআইএমৰ প্ৰতিবাদ
ETVBHARAT
3:49
পৱিত্ৰ ভাদমাহ আৰম্ভ, ভক্তিৰসত বিলীন সত্ৰপীঠ মাজুলী
ETVBHARAT
3:01
মুখ্যমন্ত্ৰীৰ সৈতে অসমৰ জনসাধাৰণ আৰু ভগৱান আছে: নগাঁৱত স্বাধীনতা দিৱসত মন্ত্ৰী পীযুষ হাজৰিকা
ETVBHARAT
0:40
ডিমা হাছাওত পতাকা উত্তোলন কৰিলে দেৱলাল গৰ্লোছাই
ETVBHARAT
2:50
বানাক্ৰান্তৰ কাষত ৰাজস্থান বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ
ETVBHARAT
2:53
বৰপেটাত দুটাকৈ বাল্যবিবাহৰ ঘটনা ৰোধ, দুগৰাকী নাবালিকাক উদ্ধাৰ
ETVBHARAT
3:47
বান-দুৰ্যোগৰ বাবে সদায় প্ৰস্তুত চৰকাৰ; ঘোষণা মন্ত্ৰী কেশৱ মহন্তৰ
ETVBHARAT
2:06
বৰষুণৰ অভাৱত পথাৰত মেলিছে ছিৰাল ফাঁট, বৰুণ দেৱতাক সন্তুষ্ট কৰিবলৈ ৰাইজে পাতিছে ভেকুলী বিয়া
ETVBHARAT
1:24
নতুন ৰূপেৰে উদ্ভাসিত বড়োলেণ্ড আন্দোলনৰ শ্বহীদ সমাধিক্ষেত্ৰ
ETVBHARAT
3:35
বছৰৰ দ্বিতীয়টো বানত দিশসাৰা জোনাইৰ মধুপুৰ, অৰুণ চাপৰিবাসী
ETVBHARAT
0:55
গৰু-ছাগলী মাৰি অৱশেষত ৰণত পৰিল নাহৰফুটুকী
ETVBHARAT
2:58
আজি ৰাষ্ট্ৰীয় চিকিৎসক দিৱস: চিকিৎসকসকলৰ নিঃস্বাৰ্থ সেৱা আৰু ত্যাগৰ প্ৰতি সন্মান জনোৱাৰ দিন
ETVBHARAT
4:30
পূৰ্বৰ সৌন্দৰ্যতা নাই বৃন্দাবনী বস্ত্ৰত : সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামী
ETVBHARAT
1:30
শুই থাকোতেই বন্যহস্তীৰ আক্ৰমণত মৃত্যু
ETVBHARAT
1:55
মাজুলী-যোৰহাট সংযোগী দলঙৰ ৮ নম্বৰ খুঁটাত পুনৰ বিসংগতি
ETVBHARAT
1:29
কলিয়াবৰত বাৰ্মিজ চুপাৰিসহ তিনিজনক আটক
ETVBHARAT
1:18
আদালতৰ চৌহদতে অধিবক্তাক প্ৰহাৰ আচামীৰ, আহত জ্যেষ্ঠ অধিবক্তাক চিকিৎসালয়ত ভৰ্তি
ETVBHARAT
2:46
দক্ষিণ শালমাৰাৰ সুখচৰত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ ভয়ংকৰ ৰূপ
ETVBHARAT
1:23
নিমাওমাও টিহুৰ হৰিভাংগা, বাতিল কৰিছে বিহুৰ অনুষ্ঠান
ETVBHARAT
1:04
মৰিগাঁৱত পহিলা ব'হাগৰ পৰাই তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ ৰঙালী বিহু
ETVBHARAT
1:23
বিধানসভাত নাৰী-যুৱ প্ৰজন্মৰ অধিক অংশগ্ৰহণ বিচাৰে কণ্ঠশিল্পী দীপলিনা ডেকাই
ETVBHARAT
1:05
প্ৰচাৰৰ অন্তিম দিনা ৰঙিয়াত শক্তি প্ৰদৰ্শন শাসক-বিৰোধীৰ
ETVBHARAT
2:21
মাজুলী কংগ্ৰেছৰ ৰেলীত বঙলমৰাৰ পৰা আনিছে মিঞা : ভূৱন গাম
ETVBHARAT
New
5:01
ਜਨਮਦਿਨ ਦੀ ਪਾਰਟੀ 'ਚ ਚੱਲੀਆਂ ਗੋਲੀਆਂ, 'ਪੰਡਿਤ ਛੋਲੇ-ਕੁਲਚੇ' ਵਾਲੇ ਦੇ ਬੇਟੇ ਦਾ ਕਤਲ
ETVBHARAT