Skip to playerSkip to main content
  • 2 days ago
ধুবুৰী : আজি বিশ্ব প্ৰেছ স্বাধীনতা দিৱস । প্ৰতিবছৰে ৩ মে'ত সংবাদ মাধ্যমৰ স্বাধীনতাৰ মৌলিক অধিকাৰক স্বীকৃতি দিয়া, বিশ্বত সংবাদ মাধ্যমৰ স্বাধীনতা মূল্যায়ন, সংবাদ মাধ্যমক তেওঁলোকৰ স্বাধীনতাৰ ওপৰত আক্ৰমণৰ পৰা ৰক্ষা আৰু বিভিন্ন সময়ত কৰ্তব্যৰ সময়ত প্রাণ হেৰুওৱা সাংবাদিকসকলক শ্রদ্ধাঞ্জলি জ্ঞাপনৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয়  ।উল্লেখ্য যে এইবৰ্ষৰ বিশ্ব প্ৰেছ স্বাধীনতা দিৱসৰ শ্ল'গান হ'ল 'শান্তিৰ পৃষ্ঠভূমিৰ বাবে নিৰ্ধাৰিত ৰূপৰেখা প্ৰস্তুত কৰা '। এই শ্ল'গানৰ জৰিয়তে মানৱাধিকাৰ, উন্নয়ন, নিৰাপত্তা, অত্যাধিক প্ৰযুক্তিৰ সদ্ব্যৱহাৰৰ বাবে সংবাদ মাধ্যমৰ স্বতন্ত্ৰতাক উৎসাহিত কৰিব বিচৰা হৈছে ।  এই দিৱস উপলক্ষে ধুবুৰীৰ একাংশ জ্যেষ্ঠ আৰু কনিষ্ঠ সাংবাদিকে সংবাদ মাধ্যমৰ স্বাধীনতাৰ গুৰুত্বক স্মৰণ কৰি গণতন্ত্ৰক সুদৃঢ় কৰাত সংবাদ মাধ্যমৰ গুৰত্ব অধিক বুলি কয় ।এই সন্দৰ্ভত জ্যেষ্ঠ সাংবাদিক প্ৰণৱাশীষ ৰয়ে কয়, "আজি এক শুভ দিন । সংবাদ মাধ্য়মক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কোৱা হয়; কিন্তু কৰ্মৰত সাংবাদিকৰ ওপৰত যিদৰে আক্ৰমণ চলি আছে । এতিয়া বাক স্বাধীনতা নোহোৱা হৈছে । সেইবাবে আমি চিন্তাত থাকিবলগীয়া হৈছে । "লগতে পঢ়ক: পৰিচয় পত্ৰ অবিহনে গৌৰীপুৰৰ ষ্ট্ৰং ৰূম চৌহদত প্ৰৱেশ অচিনাক্ত যুৱকৰশ্ৰমিক দিৱসৰ বিড়ম্বনা: কামলৈ নোযোৱাৰ বাবে শ্ৰমিকক মজুৰি নিদিয়ে মেনেজাৰ সুৰেন্দ্ৰই

Category

🗞
News
Transcript
00:00There's wasn't really an consequences, I've been jealous but also One- unlike, but a nonifascory
00:14Except even, nothing is the reason as a consequence, a person in and it actually doesn't return to the people
00:22The Administration Committee has been working at the age of 1 and a half years ago.
00:27We are not rest to meet with the veterans.
00:30This means that our children not work and go to hunger.
00:40This means that our children are working at the age of 20 years.
00:42We are working at the age of 20 weeks.
00:43Our children are working at the age of 2.
00:46We are working at the age of 21.
00:50We are also thinking of this last year.
00:52We got the situation in case of this week to go to this last week.
01:09And we now know how much of this night,
01:12we are experiencing our life.
01:14From this week's week to go to this winter,
01:17we are going to meet the people across the country .
01:49Thank you for joining us.
02:13It is a long history of international press freedom, and India has a long history of the press freedom.
02:19It has been a long history of our press, our national freedom movement, and the freedom movement has been a
02:26role-play.
02:29We have done a lot of work and done a lot of work and done a lot of schemes and
02:34done a lot of schemes.
02:38So, the international press system is not only an important day but also a reminder that we have to be
02:47a public, public, public and public.
02:50The press is not only limited to TV and newspaper, but also social media and different platforms.
02:59Even an app is not limited to TV.
03:02So, the press is not limited to the press system, but it is also limited to the press system.
03:07So, the press system will be turned out to the press system.
03:11It means that the press system will be used for the press system.
03:16The press system is very important.
03:27So that everybody remains on check, the politicians, everybody remains on check, so democracy is very important.
03:38If you want to be a part of the freedom, it is very important.
Comments

Recommended