Skip to playerSkip to main content
  • 4 hours ago
শিলচৰ: পৰ্যাপ্ত ভোট নোপোৱাৰ ফলত সংসদত গৃহীত নহ'ল মহিলা সংৰক্ষণ বিধেয়ক । মহিলাসকলৰ বাবে ৩৩ শতাংশ আসন সংৰক্ষণৰ বাবে বিধেয়ক সংসদত উত্থাপন কৰিছিল বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰে । কিন্তু কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ আৰু তেওঁলোকৰ সহযোগী দলবোৰৰ বিৰোধিতাৰ কাৰণে গৃহীত নহ'ল এই বিধেয়কখন । ইয়াৰ পিছতেই বিধেয়কখনৰ বিৰোধিতা কৰি বিৰোধী দলবোৰে মহিলাসকলক অপমান, অসন্মান কৰা বুলি তীব্ৰ সমালোচনা কৰে বিজেপিৰ নেতৃত্বই ।সমান্তৰালভাৱে গৰজি উঠিছে দেশৰ ভিন্ন প্ৰান্তৰ বিজেপি কৰ্মীসকল । অন্যান্য প্ৰান্তৰ সমান্তৰালভাৱে শিলচৰত ভাৰতীয় জনতা পাৰ্টীৰ কাছাৰ জিলা মহিলা মৰ্চাই শনিবাৰে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ । জিলা মহিলা মৰ্চাৰ সভানেত্ৰী সুস্মিতা পুৰকায়স্থ আৰু সাধাৰণ সম্পাদিকা দেবমালা দাসৰ নেতৃত্বত উলিওৱা প্ৰতিবাদী সমদলত জিলা বিজেপি সভাপতি ৰূপম সাহা, সাধাৰণ সম্পাদক অমিতাভ ৰয়, গোপাল ৰয় আদিয়ে অংশগ্ৰহণ কৰে ৷ প্ৰতিবাদকাৰীসকলে শ্বহীদ ক্ষুদিৰাম বসুৰ প্ৰতিমূৰ্তিৰ তলত দাহ কৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ পুত্তলিকা ।লগতে পঢ়ক: দিল্লীত অগপ নেতৃত্ব : বিজেপিৰ কেইবাগৰাকী শীৰ্ষ নেতাক সাক্ষাৎ২৪ এপ্ৰিলত বিহাৰৰ 'সম্ৰাট'ৰ অগ্নিপৰীক্ষা

Category

🗞
News
Transcript
00:28Oh
00:31I
00:33I
00:33I
00:47I
00:48I
00:48I
00:48I
00:48I
00:50I
00:50I
00:51I
00:53I
00:54I
00:54I
00:55I
00:55I
01:01I
01:05I
01:06I
01:08I
01:08I
01:08I
01:08I
01:08I
01:10I
01:12I
01:16I
01:17I
01:17I
01:18I
01:22I
01:23I
01:23I
01:23I
01:23I
01:23I
01:23I
01:23I
01:23I
01:23I
01:23I
01:24I
01:24I
01:24I
01:24I
01:24I
01:25I
01:25I
01:26I
01:26I
01:26I
01:26I
01:26I
01:26I
01:26I
01:26I
01:26I
Comments

Recommended