Skip to playerSkip to main content
  • 1 day ago
গুৱাহাটী: উত্তৰ পূৰ্বাঞ্চলৰ মৎস্য খণ্ডত বিকাশ কৰাৰ উদ্দেশ্যেৰে গুৱাহাটীত অনুষ্ঠিত হ'ব একুৱাক্স নৰ্থইষ্ট । একুৱাক্স ইণ্ডিয়া, প্ৰগ্ৰেছিভ ফাৰ্মাৰ ট্ৰাষ্টৰ যুটীয়া উদ্যোগত আৰু ৰাষ্ট্ৰীয় মৎস্য উন্নয়ন পৰিষদৰ সহযোগত অহা ১২-১৩ জুনত দুদিনীয়া কাৰ্যসূচীৰে মণিৰাম দেৱান ট্ৰেড চেন্টাৰত অনুষ্ঠিত হ'ব একুৱাক্স নৰ্থইষ্ট ।  প্ৰথমবাৰৰ বাবে উত্তৰ-পূৰ্ব অঞ্চলত অনুষ্ঠিত হ'বলগীয়া একুৱাক্স নৰ্থইষ্টত মীনপালকৰ উপৰি উদ্যোগপতি, প্ৰযুক্তি প্ৰদানকাৰী, প্ৰচেছিং , বিত্তীয় প্ৰতিষ্ঠান, বিজ্ঞানী আৰু নীতি নিৰ্ধাৰকসকল এক মঞ্চতে একত্ৰিত হ'ব । প্ৰদৰ্শনীখনৰ দুদিনত উত্তৰ-পূৰ্বাঞ্চলৰ মৎস্য খণ্ডৰ লগত জড়িত ৬-৮ হাজাৰ লোকে অংশগ্ৰহণ কৰিব বুলি আশা কৰিছে উদ্যোক্তাসকলে ।  মঙলবাৰে গুৱাহাটীত সংবাদমেল সদৰী কৰি ৰাষ্ট্ৰীয় মৎস্য উন্নয়ন পৰিষদৰ সহকাৰী সঞ্চালক অসীম বৰাই কয়, "দুদিনীয়া কাৰ্যসূচীৰে একুৱাক্স নৰ্থইষ্ট প্ৰদৰ্শনীখনৰ আয়োজন কৰা হৈছে । মাছমৰীয়া, মীন পালকৰ লগতে মীন খণ্ডৰ লগত জড়িত সকলো লোকে মাছৰ খাদ্য , মাছৰ পোনা, উন্নতমানৰ প্ৰযুক্তি আদি সকলোবোৰ বিষয় যাতে এখন মঞ্চৰ জৰিয়তে পাব পাৰে তাৰবাবে প্ৰদৰ্শনী আয়োজন কৰা হৈছে । দুদিনীয়া প্ৰযুক্তিগত কৰ্মশালাত ভাৰতবৰ্ষৰ বিভিন্ন স্থানৰ মীন খণ্ডৰ বিকাশৰ বাবে গৱেষণা প্ৰতিষ্ঠান, বিজ্ঞানীসকল থাকিব আৰু সফল মীন ব্যৱসায়ী, মীন বিষয়াসকল উপস্থিত থাকিব । উন্নতমানৰ মাছৰ পোনা উৎপাদনৰ পৰা মাছ বজাৰমুখী কৰা আৰু বহিঃৰাজ্যলৈ ৰপ্তানি কৰাৰ লগতে মীন খণ্ডত কৰ্মসংস্থাপন সৃষ্টি কৰিব পাৰো সেই উদ্দেশ্যে আগত ৰাখি এই প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে ।"লগতে পঢ়ক:সৰুপথাৰত বীৰাংগনা সতী সাধনী দিৱস উদযাপনকোনে কয় গুৱাহাটী স্মাৰ্ট চিটী ? এৰাতিৰ বৰষুণতে নাঙঠ হৈ গ'ল উৰণসেতুৰ মহানগৰী

Category

🗞
News
Transcript
00:00The people who are watching these.
00:04There are many papers, and many of us are great writers.
00:10They can also be published in a lot of authors, mainly authors, authors, authors, authors, authors, authors, authors, authors and
00:29authors.
00:29I think that the first thing that we are doing is we are working on a platform and we are
00:41working on a platform.
01:07The policy makers are responsible for the policy makers.
01:12The policy makers are responsible for the policy makers and the policy makers.
01:48the
Comments

Recommended