Skip to playerSkip to main content
  • 5 days ago
ডিব্ৰুগড়: চৰাইদেউ জিলাৰ কানু চাহ বাগিছা‌ৰ কামাণ্ডো শিৱিৰত অঘটন। কামাণ্ডো শিৱিৰৰ শোৱনি কোঠাত উদ্ধাৰ হৈছে এজন কামাণ্ড' জোৱানৰ মৃতদেহ । নিহত কামাণ্ড'জন সৰভোগৰ সনাতন দাস বুলি জানিব পৰা গৈছে ।‌ ঘটনাৰ বিৱৰণি অনুসৰি, জোৱানজনে সতীৰ্থৰ ৰাইফলৰে মূৰত গুলীয়াই আত্মহনন কৰে ৷ঘটনা পোহৰলৈ অহাৰ পাছতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে । সমগ্ৰ ঘটনাক লৈ মৃত সনাতন দাসৰ সতীৰ্থই কামাণ্ড' বিষয়াই কয়, "সনাতন দাসে পুৱা উঠি চাহ খাইছিল । তেওঁ আনৰ সৈতে বেছি কথা নাপাতে, ডিউটি নাথাকিলে বেছি সময় শুই থাকে তেওঁ । আমি সকলো কামত ব্যস্ত থকা সময়ত এটা গুলীৰ শব্দ শুনিলো । পৰৱৰ্তী সময়ত আমি দেখিলো তেওঁ মৃত অৱস্থাত আছে ৷ তেওঁৰ ওচৰত বন্দুক নাছিল যদিও বেলেগ এজনৰ ৰাইফলৰে নিজক গুলী কৰে ৷ কি কাৰণে আত্মহত্যা কৰিছে সেই কথা আমি গম পোৱা নাই।"লগতে পঢ়ক: গুৰুজনাৰ হাতৰ আখৰবোৰ চাবলৈ মন যায় নেকি ? বৰপেটাৰ শ্ৰীশ্ৰীশংকৰদেৱ থান সত্ৰলৈ আহক

Category

🗞
News
Transcript
00:00I was a duty man. I was able to fix this, and I was trying to do it.
00:07I told him to do it and give me a good deal to make mistakes.
00:14I told him that I didn't have a problem, and he had me stalin in a room.
00:22There was a lot of fire.
00:23The fire on my back had a fire.
00:29I was the best to go.
00:32My father was the one who made a house like that?
00:35There were some people who came along with their own fire.
00:40I was the one who came along and I was the one who had killed the people.
00:48Did you get married to the school?
00:50Yes, I got married.
00:51Did you say that you were married to the school?
00:54No, I didn't know.
00:57Who did you think?
01:00I was married to my wife,
01:04and...
01:06I was married to the school,
01:07and I was married to my wife.
Comments

Recommended