Skip to playerSkip to main content
  • 2 weeks ago
লাহৰীঘাট : চাইবাৰ অপৰাধীৰ বিৰুদ্ধে মৰিগাঁও আৰক্ষীৰ ব্যাপক অভিযান ৷ শুকুৰবাৰে নিশাৰে পৰা চলা অভিযানত মৈৰাবাৰী, লাহৰীঘাট, মিকিৰভেটা আৰু ভেলৌগুৰী আৰক্ষী থানা এলেকাৰ পৰা ১২ জনকৈ চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে মৰিগাঁও আৰক্ষীয়ে ৷গ্ৰেপ্তাৰ হোৱা লোকসকলৰ ভিতৰত আছে মৈৰাবাৰী থানা এলেকাৰ আশ্ৰাফুল আলম, মিকিৰভেটা থানা এলেকাৰ ইকবাল হুছেইন, ৰশিদুল ইছলাম আৰু ৰছিদুল ইছলাম, লাহৰীঘাট থানা এলেকাৰ আজাহৰুল ইছলাম, হাফিজ উদ্দিন, জিয়াৰুল ইছলাম, বাবুল ইছলাম, ইনামূল কৰিম, জয়দুল ইছলাম, মহিবুল ইছলাম আৰু আজাহাৰুল ইছলাম।ধৃত লোককেইটাৰ পৰা নগদ ২ লাখ ২,৫০০ টকা, বেংকৰ পাছবুক, ছুইপ মেচিন, কেইবাখনো এটিম কাৰ্ড, ১৬টা ম'বাইল, এটা পাছপৰ্ট জব্দ কৰিছে আৰক্ষীয়ে ৷ আৰক্ষীৰ সূত্ৰই জনোৱা মতে, গ্ৰেপ্তাৰ কৰা লোকসকলক প্ৰয়োজনীয় আইনী প্ৰক্ৰিয়া সম্পন্ন কৰাৰ পিছত মৰিগাঁও আদালতত হাজিৰ কৰোৱা হয় ।লগতে পঢ়ক: বানাক্ৰান্তৰ বাবে বিশাল চিকিৎসা শিবিৰৰ প্ৰস্তুতি চলাইছে স্বাস্থ্য বিভাগে

Category

🗞
News
Transcript
00:00In a few days, we had to talk about cybercrime, cybercrime, cybercrime, cybercrime, cybercrime, cybercrime, and I have to talk
00:17about cybercrime.
00:34the streets and roads for the roads in the middle of the streets in the middle of the south,
00:43and the streets and the streets of the south on the north, the streets, and the streets.
01:29Thank you very much.
01:58Thank you very much.
02:15Thank you very much.
02:59Thank you very much.
03:09Thank you very much.
Comments

Recommended