Skip to playerSkip to main content
  • 10 minutes ago
ডিব্ৰুগড়: অসম জাতীয় পৰিষদৰ সভাপতি তথা খোৱাং বিধানসভা সমষ্টিৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈয়ে ভোটাধিকাৰ সাব্যস্ত কৰে ৷ প্ৰতিগৰাকী ভোটাৰলৈ শুভেচ্ছা জনাই লুৰীণজ্যোতি গগৈয়ে কয়, "এয়াই গণতন্ত্ৰৰ শক্তি ৷ আৰু ইয়াৰ যোগেদি বিগত সময়ছোৱাত যিধৰণৰ অন্যায়, যি ধৰণৰ জনবিৰোধী, গণবিৰোধী কাম-কাজত চৰকাৰখন লিপ্ত হৈছিল; জনগণৰ আশা-আকাংশা, মৌলিক বিষয়বোৰ, তেওঁলোকৰ খোৱা-বোৱা, শিক্ষা-স্বাস্থ্য, জীৱন-জীৱিকা, নোপোৱাৰ বেদনা সকলো কথাৰে আজি প্ৰতিফলন ঘটিব ৷ এইবাৰ ৰাইজে পৰিত্ৰাণ বিচাৰি ভোটাধিকাৰ সাব্যস্ত কৰিছে ।"ইয়াৰ লগতে শাসকীয় দলটোৰ বিৰুদ্ধে ক্ষোভ উজাৰি গগৈয়ে কয়, "ভুৱা ভোটাৰ আৰু ভোট চুৰিৰ প্ৰসংগটো দেশত বহুদিন ধৰি চৰ্চা লাভ কৰি আহিছে ৷ কৰবাত ভোট কৰ্তন কৰা হৈছে যি ভোট বিজেপিৰ বিপক্ষে ৷  বাহিৰৰ পৰা গাড়ী-ৰে’লৰে মানুহ আনি ভোট দিয়াব বিচাৰিছে বিজেপিয়ে । বিহাৰ আৰু পশ্চিমবংগৰ পঞ্জীয়নকৃত নম্বৰ অসমত দপদপাই ফুৰিছে ৷ এইটো অত্যন্ত এটা ভয়াৱহ কথা ৷ গণতন্ত্ৰৰ প্ৰতি এয়া অশুভ সংকেট ৷ থলগিৰি, অসমীয়া, খিলঞ্জীয়াৰ প্ৰতি এয়া ভাবুকি ।"  খোৱাং সমষ্টিত এইবাৰ টকাৰ ৰাজনীতি শাসকীয় দলটোৱে কৰিছে বুলি অভিযাগ তুলি গগৈয়ে ধনবল, বাহুবল প্ৰয়োগ কৰিলেও ৰাইজ বিচলিত নহয় বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ৷ লগতে পঢ়ক4 মে’ত বিজয় উৎসৱ হ'ব : ভোটদান কৰি মাৰ্ঘেৰিটাই ক'লেভোটগ্ৰহণ কেন্দ্ৰৰ ভিতৰত বিজেপি কৰ্মীৰ কি কাম ? টিঙিৰিতুলা দেৱব্ৰত শইকীয়া

Category

🗞
News
Transcript
00:01Oh
00:16Adi my buddhaan koilu aru
00:20Ya gana tontor hokti aru
00:23bhooddhaan ar juga di jana hadhaar ne tiyalukar nizaar matprakah kori go
00:27Human beings are very good to die.
00:32It's very nice to know about being here.
00:36and as a matter of trust,
00:39we are very important to have other people.
00:46They are strong and strong.
00:49They feel like they are living,
00:51they are not living in their lives,
00:52they are living a lot.
00:54Rest세요.
00:54The name of the Lord Kikwar.
00:57I am surrounded by theges and and these rags as an old thing.
01:03When my dear father was born and encouraged, he was a Christian.
01:11Our father was born and a Roman boy.
01:15But God gave birth to the heart of thehuh.
01:17I didn't say he was born and the body was born.
01:18We all gave birth to a woman.
01:19If I didn't labor, they said it was a man...
01:19I don't know my father's father.
01:20We are the only about two years.
01:21My father was born and her father world.
01:21So I can't say that I can get three years...
01:21I made a diamond, a woman, and then I didn't have a life.
01:24This was the one about three men, plus.
01:24I was and then I thought every one about four years.
01:24I have never had such a great victory, and I have had a great victory for a whole.
01:30And I have had a great victory for a long time.
01:32I am very proud of you.
01:37And I have had a great victory for all my life, so I have had a great victory.
01:48foreign
Comments

Recommended