Skip to playerSkip to main content
  • 4 months ago
শিৱসাগৰ : শুকুৰবাৰে ঘোষণা হয় অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনত অনুষ্ঠিত হোৱা ২০২৬ বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ ফলাফল । হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ঘোষিত ফলাফল অনুসৰি উত্তীৰ্ণৰ হাৰৰ ক্ষেত্ৰত দ্বিতীয় স্থান লাভ কৰিছে শিৱসাগৰ জিলাই ।  শিৱসাগৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক ডঃ সমীৰণ বৰাই প্ৰকাশ কৰা তথ্য অনুসৰি, জিলাখনত ৩২ টা শিক্ষা কেন্দ্ৰত মুঠ ৮,৭২৬ গৰাকী শিক্ষাৰ্থী এইবাৰ মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল । ইয়াৰে ৩,০০৬ গৰাকী প্ৰথম বিভাগত, ৩,৫৩৯ গৰাকী দ্বিতীয় বিভাগত আৰু ৭৯২ গৰাকী তৃতীয় বিভাগত উত্তীর্ণ হয় ।  সৰ্বমুঠ ৭,৩৩৭ গৰাকী পৰীক্ষাৰ্থী জিলাখনৰ পৰা উত্তীর্ণ হয় । উত্তীৰ্ণৰ হাৰ হৈছে ৮৪.০৮ শতাংশ । জিলাখনত বিগত বৰ্ষত উত্তীৰ্ণৰ হাৰ আছিল ৮১.২৪ শতাংশ ।উল্লেখ্য যে, ২০২৬ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত মুঠ ৪,২৯,২৪৯ গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল  ৷ ইয়াৰে ভিতৰত ছাত্ৰৰ সংখ্যা হৈছে ১,৮৬,৪৬৮ গৰাকী আৰু ছাত্ৰীৰ সংখ্যা ২,৪২,৭৮১ গৰাকী । মুঠ ৪,২৯,২৪৯ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীৰ সংখ্যা হৈছে ২,৮১,৭০১ গৰাকী ৷ উত্তীৰ্ণৰ হাৰ হৈছে ৬৫.৬২ শতাংশ ৷লগতে পঢ়ক :মেট্ৰিকৰ ফলাফল ঘোষণা: ২,৮১,৭০১ গৰাকী প্ৰাৰ্থী উত্তীৰ্ণ সমগ্ৰ ৰাজ্যত, উত্তীৰ্ণৰ হাৰ ৬৫.৬২ শতাংশ

Category

🗞
News
Transcript
00:00Hello, everyone. I have been in the 20 days with the 20 days.
00:08The result of this result has been a result of this.
00:13In the last year, we had a 27 years of 2021.
00:18And now, we have a 25 year old.
00:26And the first thing is that we are going to do two different things.
00:33The second thing is that we are going to do two different things.
00:39So, when we are going to do two different things,
00:45we are going to do one different thing.
00:50Thus, we are going to do two different things,
00:52which is called three different things.
00:57Exactly.
00:59We are going to do two different things.
01:02And not so far,
01:09they are going to do two different things.
01:11We are going to do two different things.
01:14The other people are going to do two different things.
01:16the fact that there are to be more in the country in this country, but the fact that there are
01:46He had already been aigated soldier like a fisherman.
01:48He's been a fisherman as well.
01:50I have been a man.
01:51We have been a man who can't have a vocation.
01:56I have been a man.
01:57I'm 25 years old.
02:04I've been a man in the past.
02:07I know both of us are 19 years old.
02:13we will learn from a different information.
02:16This is our data sheet.
02:20This data sheet will be done by analysis.
02:22School-wise, our data sheet and excel sheet will be done by analysis.
02:28So, we will analyze the results and we will know the results of the results.
Comments

Recommended