Skip to player
Skip to main content
Search
Connect
Watch fullscreen
Like
Share
Bookmark
More
Add to Playlist
Report
ETVBHARAT
Follow
টীয়কত ভয়ানক অঘটনৰ পৰা ৰক্ষা, এনডিআৰএফৰ বাবে প্ৰাণৰক্ষা ৫ লোকৰ
2 months ago
যোৰহাট : মঙলবাৰেও যোৰহাট জিলাত অপৰিৱৰ্তিত হৈ আছে বান পৰিস্থিতি ৷ মৰিয়নিৰ ভিন্ন প্ৰান্তত জাঁজী আৰু টীয়ক নদীৰ বাঢ়নী পানীয়ে লৈছে ভয়ংকৰ ৰূপ । চেলেংহাটৰ বেলতল, টেঙাবাৰী, হাটিমুৰীয়া, দুলীয়া, লুখুৰাখন, পানী গাঁও, পানীটোলা, লেফেৰা, হালোৱাপথাৰ, কোঁৱৰগাঁৱকে ধৰি শতাধিক গাঁও পানীৰ তলত ।টীয়কত ভয়ানক অঘটনৰ পৰা ৰক্ষাজলবন্দী ৰাইজৰ মাজত হাহাকাৰ ৷ আনহাতে টীয়ক ৰাজহ চক্ৰৰ অন্তৰ্গত চেলেং চাহ বাগিচাৰ সমীপৱৰ্তী চেলেংহাট বানপীড়িত এলেকাত বাঁহৰ খুঁটাত ধৰি অতি সংকটজনক অৱস্থাত ওলমি থকা এগৰাকী যুৱতী লগতে বানত উঠি যাবলৈ ধৰা শিশুসহ ৫জনক উদ্ধাৰ কৰে এনডিআৰএফৰ উদ্ধাৰকাৰী দলে ৷ ইয়াৰ ফলত পাঁচগৰাকীকৈ বানাক্ৰান্ত মৃত্যুমুখৰ পৰা ৰক্ষা পৰে ।টীয়ক ৰাজহ চক্ৰ অন্তৰ্গত চেলেংহাটৰ বৈচাহাবিত শহুৰেকক শেষকৃত অনুষ্ঠান সামৰি ঘৰলৈ উভতি অহাৰ সময়ত প্ৰৱল বানে উঠুৱাই নিয়ে পৱিত্ৰ নায়ক আৰু দেৱা নায়ক নামৰ দুজন যুৱকক । কোনো মতে ৰক্ষা পৰে দেৱা নায়ক, কিন্তু পৱিত্ৰ নায়ক বানে উঠুৱাই লৈ যায় ।তিতাবৰতো বানৰ ভয়াৱহ ৰূপতিতাবৰটো বান পৰিস্থিতিয়ে লৈছে ভয়াৱহ ৰূপ । মেলামাটি পঞ্চায়তৰ পতিয়া, কাকতিকুৰি গাঁৱ লগতে সহ্ৰাধিক গাঁও বানৰ তাণ্ডৱ । ফলত পশু ধনৰ সৈতে সহৱস্থান বানাক্ৰান্ত ৰাইজৰ ।লগতে পঢ়ক:শিৱসাগৰ-যোৰহাটত বানৰ বিভীষিকা, বান পৰিস্থিতিৰে মুখামুখি হ'বলৈ সাজু বৰপেটা জিলা প্ৰশাসন
Category
🗞
News
Transcript
Display full video transcript
00:27
Thank you, Mr. Pram.
00:55
Thank you very much.
01:29
Thank you very much.
Show less
Comments
Log in to post a comment
Recommended
2:50
|
Up next
বানাক্ৰান্তৰ কাষত ৰাজস্থান বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ
ETVBHARAT
4 weeks ago
1:54
মঙলদৈৰ বান পৰিস্থিতিৰ বুজ ল'লে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই
ETVBHARAT
5 weeks ago
1:42
পানী কমিছে যদিও কমা নাই জাঁজীমুখৰ কুমলীয়া চাপৰিৰ ৰাইজৰ দুখ-কষ্ট
ETVBHARAT
7 weeks ago
1:21
বানাক্ৰান্তক চিকিৎসা সেৱা আগবঢ়াবলৈ কনকলতা অসামৰিক চিকিৎসালয়ৰ দলৰ যাত্ৰা
ETVBHARAT
7 weeks ago
2:21
চাৰিদিন ধৰি পানীৰ তলত ৰাজ্যিক চিকিৎসালয়, ৰোগীৰ হাহাকাৰ
ETVBHARAT
7 weeks ago
4:23
वसुधारा ताल पर सीबीआरआई रुड़की लगाएगा अर्ली वार्निंग सिस्टम, आपदा से पहले बजेगा खतरे का अलार्म
ETVBHARAT
19 minutes ago
0:45
झरने के बीच चल रही थी पार्टी, अचानक आ गया सैलाब, मुश्किल से बची जान
ETVBHARAT
19 minutes ago
1:20
Balaghat Child Deaths: CJP Convenor Dipke Visits Tribal Villages, Demands Accountability
ETVBHARAT
25 minutes ago
2:02
মৰিগাঁৱৰ লেখকৰ গ্ৰন্থ সংগৃহীত হ'ব ব্ৰিটিছ লাইব্ৰেৰীত
ETVBHARAT
26 minutes ago
1:20
বাড়ি ফিরতেই ফের 'গো ব্যাক' ! জগদীশের বাড়ির সামনে বিক্ষোভ, তৃণমূল কার্যালয়ে আগুন
ETVBHARAT
44 minutes ago
3:01
আমি দহ বছৰ পিছুৱাই গ'লো ! জাঁজী নদীৰ ছিগা মথাউৰিত বানাক্ৰান্তৰ বিননি
ETVBHARAT
2 months ago
1:06
বশিষ্ঠ নৈৰ বেদখলকাৰী তথ্য চক্ৰবিষয়াক সাত দিনৰ ভিতৰত দাখিলৰ নিৰ্দেশ মন্ত্ৰীৰ
ETVBHARAT
2 months ago
2:52
নীটত সুখ্যাতিৰে উত্তীৰ্ণ হৈ মাজুলীলৈ গৌৰৱ কঢ়িয়ালে উদীপ্ত শইকীয়াই
ETVBHARAT
2 months ago
3:47
বান-দুৰ্যোগৰ বাবে সদায় প্ৰস্তুত চৰকাৰ; ঘোষণা মন্ত্ৰী কেশৱ মহন্তৰ
ETVBHARAT
2 months ago
3:35
বছৰৰ দ্বিতীয়টো বানত দিশসাৰা জোনাইৰ মধুপুৰ, অৰুণ চাপৰিবাসী
ETVBHARAT
2 months ago
1:24
নতুন ৰূপেৰে উদ্ভাসিত বড়োলেণ্ড আন্দোলনৰ শ্বহীদ সমাধিক্ষেত্ৰ
ETVBHARAT
2 months ago
1:38
বৰপেটাৰ ব্যক্তিগত খণ্ডৰ ক'চিং চেণ্টাৰৰ ৯ শিক্ষাৰ্থী নীট পৰীক্ষাত উত্তীৰ্ণ
ETVBHARAT
2 months ago
4:24
মধুপুৰ সত্ৰ উন্নয়নৰ বাবে চৰকাৰৰ পদক্ষেপ, আশাবাদী সত্ৰাধিকাৰ
ETVBHARAT
2 months ago
2:21
জোনাইৰ শুকান নলাৰ খহনীয়াৰ কালৰূপ: নৈত জাহ গৈছে বহু পৰিয়ালৰ ঘৰ-বাৰী, খেতিপথাৰ, বাট-পথ
ETVBHARAT
2 months ago
3:54
জোনাইৰ বানাক্ৰান্ত ৰাইজৰ কাষত কংগ্ৰেছৰ সেৱাদল, সাহায্য সামগ্ৰী বিতৰণ
ETVBHARAT
2 months ago
2:37
৫ জিলাৰ ১১০ প্ৰতিযোগীৰ অংশগ্ৰহণেৰে বঙাইগাঁৱত আন্তঃবিদ্যালয় দবা প্ৰতিযোগিতা
ETVBHARAT
2 months ago
3:26
গোলকগঞ্জত একেলগে ২১গৰাকী ছাত্ৰী হঠাতেই অসুস্থ, চিকিৎসালয়ত ভৰ্তি
ETVBHARAT
3 months ago
2:34
সুৰামত্ত তিনি বন্ধুৱে হত্যা কৰিলে বন্ধুক, আৰক্ষীৰ জালত তিনি হত্যাকাৰী
ETVBHARAT
3 months ago
2:58
বিশ্ব ডেংগু দিৱস উপলক্ষে স্বাস্থ্য বিভাগৰ সজাগতা কাৰ্যসূচী
ETVBHARAT
3 months ago
1:00
৭২ সংখ্যক সদৌ মঙলদৈ ৰঙালী বিহুৰ মুকলি বিহু প্ৰতিযোগিতা সম্পন্ন
ETVBHARAT
5 months ago
Comments