Skip to playerSkip to main content
  • 1 day ago
যোৰহাট : ৰাজ্যত সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰস্তুতি আৰম্ভ হৈছে । তাৰ মাজতে তিতাবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত দুটাকৈ সমষ্টিৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হয় । তিতাবৰ সমজিলা আয়ুক্তৰ কাৰ্যালয়ত শুকুৰবাৰে প্ৰকাশ কৰা হয় এই খচৰা ভোটাৰ তালিকা । সমজিলা আয়ুক্ত প্ৰীতম কুমাৰ দাসে জনোৱা মতে, দুটা সমষ্টি হৈছে ক্ৰমে ২১ নং বৰহোলা সমষ্টি আৰু ২২ নং বজালকটা সমষ্টি ।তেওঁ জনোৱা মতে,"২১ নং বৰহোলা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা ২,৯০৮ । ইয়াৰে পুৰুষ ভোটাৰ ১,৪০৪ আৰু মহিলা ভোটাৰ ১,৫০৪ গৰাকী ।বজালকটা সমষ্টিত মুঠ ভোটাৰ আছে ২,৪৪৮ গৰাকী । ইয়াৰে পুৰুষ ভোটাৰ ১,২০৫ জন আৰু মহিলা ভোটাৰ ১,২৪৩ গৰাকী । দুয়োটা সমষ্টিতে মহিলা ভোটাৰৰ সংখ্যা বেছি ।"সমজিলা আয়ুক্ত প্ৰীতম কুমাৰ দাসে সংবাদমেল সম্বোধন কৰি কয়, "আমি খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰিলো । ওজৰ আপত্তি থাকিলে ২৫ জুলাইলৈ আবেদন কৰিব পাৰিব । ৩ আগষ্টত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হ'ব ।" লগতে পঢ়ক :সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন : খচৰা ভোটাৰ তালিকা প্ৰকাশ

Category

🗞
News
Transcript
00:00I am the Autonomous Counselor, Draft Electro-Role, and I will publish it.
00:05I will tell you, I will tell you,
00:08I will tell you,
00:10I will tell you,
00:12Autonomous Counselor,
00:14Duta Constituency,
00:1521,
00:192908,
00:20male 1404,
00:23and female 1504,
00:25and I will tell you,
00:26of course,
00:27I was in 24th,
00:30and I will tell you,
00:30448,
00:33and I will tell you the total.
00:34The total is 204.
00:36and the male is 1205,
00:39and the female is 1243.
00:41and today,
00:42I will tell you what I have being said
00:42on Autonomous Counselor,
00:44and I will tell you,
00:48and I will publish it as often,
00:50and I will publish it as well.
00:52Last date of filing claims and objections possessed July
00:56Last date of disposal of claims and objections 1 August
01:01And our final publication of electoral 3 August
Comments

Recommended