Skip to player
Skip to main content
Search
Connect
Watch fullscreen
Like
Share
Bookmark
More
Add to Playlist
Report
ETVBHARAT
Follow
তিনিচুকীয়াত ওলাইছে লাখে লাখে টকা-সোণৰ অলংকাৰ: গ্ৰেপ্তাৰ ৩ সুদখোৰ
6 weeks ago
তিনিচুকীয়া: তিনিচুকীয়া জিলাৰ বৰহাপজানত ওলাইছে লাখে লাখে টকা । ওলাইছে সোণ-ৰূপৰ আ-অলংকাৰ, গাড়ী-মটৰচাইকেল আদি ৷ তিনিচুকীয়া জ্যেষ্ঠ আৰক্ষী অধীক্ষক মায়ং কুমাৰৰ নিৰ্দেশত ডুমডুমা সমজিলা আৰক্ষী অধীক্ষকৰ নেতৃত্বত আৰক্ষীৰ এটা দলে সোমবাৰে নিশা বৰহাপজানৰ নতুন বজাৰত এক বিশেষ অভিযান চলাই তিনিটা সুদখোৰক হাতেলোটে গ্ৰেপ্তাৰ কৰে ৷আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা সুদখোৰ তিনিটা ক্ৰমে নুৰ খান, প্ৰমোদ কুমাৰ চাহু আৰু আতুশ গুপ্তা ৷ পৰৱৰ্তী সময়ত আৰক্ষীয়ে ধৃত তিনি সুদখোৰৰ বাসগৃহৰ পৰা ১৭ লাখ ৫০ হাজাৰ টকা, ৪১২ গ্ৰাম সোণৰ আ-অলংকাৰ, ৩০২ গ্ৰাম ৰূপৰ আ-অলংকাৰ, ৩ খন বিলাসী বাহন, ৬ খন মটৰচাইকেল, কেইবাটাও ম’বাইল ফোন, কেইবাখনো বেংক পাঁচবুক আৰু কেতবোৰ আপত্তিজনক নথিপত্ৰ জব্দ কৰে ৷অভিযানটো নেতৃত্ব দিয়া ডুমডুমা সমজিলা আৰক্ষী অধীক্ষক দিগন্ত দত্তই কয়,"ধৃত তিনি সুদখোৰক আজি বিয়লি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে ৷ ধৃত তিনি সুদখোৰে ধন পৰিশোধ কৰিব নোৱাৰা ব্যক্তিৰ সম্পত্তি, সোণ-ৰূপৰ অলংকাৰ আৰু বাহন, বাইক কাঢ়ি ৰাখিছিল ৷ সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে আৰু পৰৱৰ্তী সময়ত আৰু কোন কোন জড়িত হৈ আছে বা কিমান দিনৰ পৰা এই চক্ৰটো সক্ৰিয় হৈ আছিল পোহৰলৈ আহিব ৷"লগতে পঢ়ক:মুখ্যমন্ত্ৰী-শীৰ্ষ আমোলাৰ নাম লৈ প্ৰৱঞ্চনা, অৰুণাচলত ৩৪ কোটিৰ জালিয়াতিৰ অভিযোগত গ্ৰেপ্তাৰ ঋষিৰাজ বৰকটকী৮ টাকৈ সোণালী বান্দৰ উদ্ধাৰ, ৯ সৰবৰাহকাৰী গ্ৰেপ্তাৰ
Category
🗞
News
Transcript
Display full video transcript
00:00
Thank you for joining us.
00:59
Thank you for joining us.
Show less
Comments
Add your comment
Recommended
1:42
|
Up next
পানী কমিছে যদিও কমা নাই জাঁজীমুখৰ কুমলীয়া চাপৰিৰ ৰাইজৰ দুখ-কষ্ট
ETVBHARAT
3 days ago
1:12
সাপ, বেং, বিষাক্ত কীট পতংগৰ বাবে ঘৰলৈ যাব পৰা নাই বন্যাৰ্ত, ব্লিছিং পাউদাৰ-ফেনাইল যোগানৰ আহ্বান
ETVBHARAT
1 week ago
1:21
বানাক্ৰান্তক চিকিৎসা সেৱা আগবঢ়াবলৈ কনকলতা অসামৰিক চিকিৎসালয়ৰ দলৰ যাত্ৰা
ETVBHARAT
1 week ago
1:53
টীয়কত ভয়ানক অঘটনৰ পৰা ৰক্ষা, এনডিআৰএফৰ বাবে প্ৰাণৰক্ষা ৫ লোকৰ
ETVBHARAT
2 weeks ago
2:52
নীটত সুখ্যাতিৰে উত্তীৰ্ণ হৈ মাজুলীলৈ গৌৰৱ কঢ়িয়ালে উদীপ্ত শইকীয়াই
ETVBHARAT
2 weeks ago
6:10
నేచురల్ ఫార్మింగ్తో అద్భుతాలు - 'ఆహారపు అడవి'నే సృష్టించిన రైతన్న
ETVBHARAT
2 hours ago
2:51
सावधान! अररिया में बवंडर से उड़ी घरों की छतें, पूरे बिहार में बारिश का अलर्ट
ETVBHARAT
3 hours ago
1:24
নতুন ৰূপেৰে উদ্ভাসিত বড়োলেণ্ড আন্দোলনৰ শ্বহীদ সমাধিক্ষেত্ৰ
ETVBHARAT
2 weeks ago
1:38
বৰপেটাৰ ব্যক্তিগত খণ্ডৰ ক'চিং চেণ্টাৰৰ ৯ শিক্ষাৰ্থী নীট পৰীক্ষাত উত্তীৰ্ণ
ETVBHARAT
2 weeks ago
3:35
বছৰৰ দ্বিতীয়টো বানত দিশসাৰা জোনাইৰ মধুপুৰ, অৰুণ চাপৰিবাসী
ETVBHARAT
2 weeks ago
4:18
'সাপক ভয় কৰি হত্যা নকৰিব', বিশ্ব সৰ্প দিৱসত ধুবুৰীত প্ৰকৃতিপ্ৰেমীৰ আহ্বান
ETVBHARAT
2 weeks ago
2:21
জোনাইৰ শুকান নলাৰ খহনীয়াৰ কালৰূপ: নৈত জাহ গৈছে বহু পৰিয়ালৰ ঘৰ-বাৰী, খেতিপথাৰ, বাট-পথ
ETVBHARAT
3 weeks ago
2:27
মৰণফান্দত পৰিণত ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ, প্ৰতিবাদৰ পাছতো জোনাইত গা-লৰা নাই বিভাগীয় বিষয়াৰ
ETVBHARAT
3 weeks ago
1:05
সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন : তিতাবৰৰ দুটা সমষ্টিত খচৰা ভোটাৰ তালিকা প্ৰকাশ
ETVBHARAT
3 weeks ago
0:55
গৰু-ছাগলী মাৰি অৱশেষত ৰণত পৰিল নাহৰফুটুকী
ETVBHARAT
4 weeks ago
3:14
এটা দুটা নহয়, বহুকেইটা গোচৰ চলি আছে: প্ৰধান শিক্ষক নিযুক্তি প্ৰসংগত শিক্ষামন্ত্ৰীৰ ব্যাখ্যা
ETVBHARAT
5 weeks ago
0:59
'বিশ্ব ড্ৰাগছ সমস্যা' বিষয়ক আলোচনাৰে আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱস পালন
ETVBHARAT
5 weeks ago
3:56
প্ৰগতিৰ পথত আগবাঢ়িব লাগিব ধুবুৰী: গুৰুদ্বাৰত অভিভাৱক মন্ত্ৰী অশোক সিংহল
ETVBHARAT
7 weeks ago
1:18
ধুবুৰীত গো-মাংসৰ বিৰুদ্ধে অভিযান, চাৰিজনক আটক
ETVBHARAT
2 months ago
4:37
বিশ্বনাথত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে চিপিআইএমৰ প্ৰতিবাদ
ETVBHARAT
2 months ago
2:22
বাঢ়িছে বন্যজীৱ-জন্তু, মানাহত ভিৰ কৰিছে পৰ্যটকে
ETVBHARAT
2 months ago
3:33
লখিমপুৰত গো-সন্মান দিৱসৰ সমদল; গো-হত্যা বন্ধৰ দাবী
ETVBHARAT
3 months ago
1:00
৭২ সংখ্যক সদৌ মঙলদৈ ৰঙালী বিহুৰ মুকলি বিহু প্ৰতিযোগিতা সম্পন্ন
ETVBHARAT
4 months ago
3:05
মঙলদৈত আশ্চৰ্যকৰ ঘটনা; গাড়ীৰ ভিতৰত অচেতন অৱস্থাত উদ্ধাৰ বিহুৱা-বিহুৱতী
ETVBHARAT
4 months ago
3:44
জাত জাত হাইদাং হুঁচৰি নামেৰে মুখৰিত সোণোৱাল কছাৰী ৰাইজৰ চোতাল
ETVBHARAT
4 months ago
Comments