Skip to playerSkip to main content
  • 25 minutes ago
মাজুলী : আজি অসমীয়াৰ সাত বিহুৰ অন্যতম গোঁসাই বিহু ৷ ৰাজ্যৰ সত্ৰ-নামঘৰসমূহত পুৱাৰে পৰা এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰা দেখা গৈছে ৷ অসমীয়াৰ বাপতি সাহোন বিহুটিক লৈ সমগ্র ৰাজ্যত উখল মাখল পৰিৱেশে বিৰাজ কৰিছে । ঢোল, পেপাৰ মাতত মুখৰিত হৈ পৰিছে ৰাজ্যৰ আকাশ বতাহ । মাজুলীতো ৰঙালী বিহুক লৈ ব্যাপক উৎসাহ উদ্দীপনা দেখা গৈছে ।ইটিভি ভাৰতৰ যোগেদি, অসমবাসীলৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামীয়ে । সত্ৰাধিকাৰগৰাকীয়ে কয়, ‘‘আউনীআটী সত্ৰত তিনিদিনীয়াকৈ ৰঙালী বিহু উদযাপন কৰা হয় । প্ৰথম দিনা গৰু বিহু, দ্বিতীয় দিনা মানুহৰ বিহু আৰু তৃতীয় দিনা গোঁসাই বিহু পালন কৰা হয় ।’’তেওঁ লগতে কয়, ‘‘এই বিহুৰ দিনকেইটাত দিনত গায়ন বায়ন, দিহা নাম, হিয়া নাম, নটুৱা আদি পৰিৱেশন কৰা হয় ।’’লগতে পঢ়ক : পহিলা ব’হাগত অসম সাহিত্য সভাৰ নিজৰ দিন উদযাপনলগতে পঢ়ক : ঢোলৰ গুমগুমনিত কঁপিল পূব-মৰিগাঁও নগৰ আঞ্চলিক ৰঙালী বিহু সন্মিলন

Category

🗞
News
Transcript
00:00My name is Shukhi, Saurvye Santu Neraamaya, Saurvye Bhadraani Paish Shantu Mahakas Siddhuha Bhag Bhavet.
00:05This is the story of our great family, our family, it is a great pleasure.
00:13In fact, this is the first time that the Guru-Deep is the original name of the Father.
00:20And since the family, the Father, the Son, the Lord, the Holy Spirit, the Holy Spirit, the Holy Spirit, the
00:23Holy Spirit.
00:26This is the first time that the Father is the Holy Spirit.
00:28And so that the current life has become changed.
00:33And I keep my own drauf feeling as well,
00:37I keep my own efforts,
00:38I keep my own living,
00:39I keep my own living.
00:42In this case, I keep my own,
00:45I keep my own roots in my way.
00:47I keep my own roots,
00:50I keep my own roots,
00:52I keep my own roots,
00:54I keep my own roots in my own.
00:55When a teacher is taught, we do not worship for the children .
01:00We have requested a dream of Him, the family, the family, the children....
01:03We love you for the children.
01:05We're all really happy about a generation.
01:10We are also happy about this, and to be for the children.
01:26This is an important part of the work that we have done in our work.
01:37We have a great opportunity to grow and grow and grow and grow.
Comments

Recommended