Skip to player
Skip to main content
Search
Connect
Watch fullscreen
Like
Share
Bookmark
More
Add to Playlist
Report
ETVBHARAT
Follow
মৰিগাঁৱত শ্ৰীশ্ৰী জগন্নাথ ৰথযাত্ৰা
5 weeks ago
মৰিগাঁও: দেশৰ আন ঠাইৰ লগতে মৰিগাঁও জিলাতো বৃহস্পতিবাৰে পৱিত্ৰ শ্ৰীশ্ৰী জগন্নাথ ৰথযাত্ৰাৰ আয়োজন কৰা হয় । এই পৱিত্ৰ দিনটোত ভগৱান জগন্নাথ, প্ৰভু বলোভদ্ৰ আৰু দেৱী সুভদ্ৰাৰ কৃপা লাভৰ বাবে জিলাখনৰ বিভিন্ন প্ৰান্তত ভক্তপ্ৰাণ ৰাইজৰ সমাগম পৰিলক্ষিত হয় ।'জয় জগন্নাথ' ধ্বনি, নাম-প্ৰসংগ, খোল-তালৰ শব্দ আৰু ভক্তিমূলক সংগীতে সমগ্ৰ পৰিৱেশ মুখৰিত কৰি তোলে । এই সন্দৰ্ভত এজন উদ্য়োক্তাই কয়, "ভগৱান জগন্নাথৰ ৰথ টানিলে জীৱনত সুখ, শান্তি আৰু সমৃদ্ধি লাভ হয় । এই চিৰন্তন বিশ্বাসকে সাৰথি কৰি বহু দূৰ-দূৰণিৰ পৰাও অগণন ভক্তই এই পৱিত্ৰ যাত্ৰাত অংশগ্ৰহণ কৰিছে ।" ৰথ যাত্ৰাত ভক্তসকলে নিজৰ পৰিয়ালৰ লগতে সমাজ, ৰাজ্য আৰু দেশৰ সুখ-শান্তি, সৰ্বাংগীন উন্নতি আৰু মংগলৰ বাবে ভগৱানৰ চৰণত প্ৰাৰ্থনা জনায় ।লগতে পঢ়ক:হাফলঙৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী জগন্নাথ মন্দিৰত ৰথযাত্ৰা মহোৎসৱ
Category
🗞
News
Transcript
Display full video transcript
00:06
BINDA GABINDA GABINDA HARE
00:09
DAHERA BHEYAH BHEYAH BHEYAH BISHMA KRISHNA
00:13
GABINDA GABINDA GABINDA HARE
00:23
KAIRA BINDA HARE
Show less
Comments
Log in to post a comment
Recommended
3:35
|
Up next
বছৰৰ দ্বিতীয়টো বানত দিশসাৰা জোনাইৰ মধুপুৰ, অৰুণ চাপৰিবাসী
ETVBHARAT
5 weeks ago
2:00
জালুগুটি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত মেধাৱী শিক্ষাৰ্থীক অভিনন্দন
ETVBHARAT
2 weeks ago
0:33
ডিমা হাছাওত শোকাবহ পথ দুৰ্ঘটনাত দুই যুৱকৰ মৃত্যু
ETVBHARAT
5 weeks ago
1:07
সপোন পূৰণৰ দিশে সত্যজিত নৰহৰ আৰু এখোজ...
ETVBHARAT
5 weeks ago
1:38
বৰপেটাৰ ব্যক্তিগত খণ্ডৰ ক'চিং চেণ্টাৰৰ ৯ শিক্ষাৰ্থী নীট পৰীক্ষাত উত্তীৰ্ণ
ETVBHARAT
5 weeks ago
5:23
पांच हजार साल पुराने इतिहास का खजाना समेटे है DDU का संग्रहालय, जानिए क्या कहते हैं एक्सपर्ट्स?
ETVBHARAT
4 hours ago
4:58
ଦେଢ ଲକ୍ଷ ଟଙ୍କାର ଭାର କାନ୍ଧେଇ ପାଣି ଢାଳିବେ କାଉଡିଆ ଭକ୍ତ; ବଢୁଛି ମହିଳା ଏବଂ କୁନି କୁନି କାଉଡିଆ ଭକ୍ତଙ୍କ ସଂଖ୍ୟା
ETVBHARAT
4 hours ago
0:59
रायपुर में भारी बारिश से नाले में बही गाड़ी, रस्सी फेंककर युवक को बचाया
ETVBHARAT
4 hours ago
0:58
क्या अंधविश्वास के चलते हुई कुरुक्षेत्र में पति की हत्या ?, पोस्टमार्टम रिपोर्ट में चौंकाने वाले खुलासे
ETVBHARAT
4 hours ago
1:26
रीवा पहुंचे सीएम मोहन, बाढ़ राहत की समीक्षा बैठक में अधिकारियों को दिए निर्देश
ETVBHARAT
4 hours ago
3:54
জোনাইৰ বানাক্ৰান্ত ৰাইজৰ কাষত কংগ্ৰেছৰ সেৱাদল, সাহায্য সামগ্ৰী বিতৰণ
ETVBHARAT
6 weeks ago
1:26
বন্যহস্তীয়ে কৃষি নষ্ট কৰিলে কৃষকে পাব ধন, ঘোষণা বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ
ETVBHARAT
6 weeks ago
1:05
সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন : তিতাবৰৰ দুটা সমষ্টিত খচৰা ভোটাৰ তালিকা প্ৰকাশ
ETVBHARAT
6 weeks ago
0:49
প্ৰখৰ ৰ'দকো নেওচি পথাৰত ভূঁই ৰুলে কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই
ETVBHARAT
2 months ago
3:17
তিনিচুকীয়াত ওলাইছে লাখে লাখে টকা-সোণৰ অলংকাৰ: গ্ৰেপ্তাৰ ৩ সুদখোৰ
ETVBHARAT
2 months ago
2:33
মৰিয়নীত অসম-নাগালেণ্ড সংযোগী পথ অবৰোধ আটছাৰ, সীমা সমস্যা সমাধানৰ দাবী
ETVBHARAT
2 months ago
2:58
বিশ্ব ডেংগু দিৱস উপলক্ষে স্বাস্থ্য বিভাগৰ সজাগতা কাৰ্যসূচী
ETVBHARAT
2 months ago
1:36
অভিভাৱকৰ দায়িত্ব পোৱাৰ পাছতে শিৱসাগৰত উপস্থিত মন্ত্ৰী বিমল বড়া
ETVBHARAT
3 months ago
4:24
অসমত খিলঞ্জীয়া মানুহলৈ সংকট নামি আহিছে : লুৰীণজ্যোতি গগৈ
ETVBHARAT
3 months ago
1:18
ধুবুৰীত গো-মাংসৰ বিৰুদ্ধে অভিযান, চাৰিজনক আটক
ETVBHARAT
3 months ago
2:20
পৰ্বতঝোৰাত বন্যহস্তীয়ে নিদ্ৰা হৰিছে ৰাইজৰ, কুম্ভকৰ্ণ নিদ্ৰাত বনবিভাগ !
ETVBHARAT
4 months ago
1:27
সপ্তমবাৰলৈ দুৰ্গ অক্ষত : হাঁহিমুখে সমৰ্থকৰ মাজত জ্যেষ্ঠ বিজেপি নেতা চন্দ্ৰমোহন পাটোৱাৰী
ETVBHARAT
4 months ago
4:29
ডিষ্টিংশ্যনসহ উত্তীৰ্ণ শিক্ষাৰ্থীক সম্বৰ্ধনা মৰিগাঁও চে'জ পাণিনি পাৱ্লিক বিদ্যালয়ৰ কৰ্তৃপক্ষৰ
ETVBHARAT
4 months ago
1:48
দুই কন্যাৰ সৈতে বৰক্ষেত্ৰী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী দিগন্ত বৰ্মনৰ ভোটদান
ETVBHARAT
5 months ago
0:46
প্ৰদ্যুৎ-জয়ন্তৰ আলিংগন, দিছপুৰত মানৱীয়তাৰ ৰাজনীতি
ETVBHARAT
5 months ago
Comments