Skip to playerSkip to main content
  • 10 hours ago
শিৱসাগৰ: মঙলবাৰে শিৱসাগৰত উপস্থিত হয় মন্ত্ৰী বিমল বড়া । উল্লেখ্য যে সাংস্কৃতিক, উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী বিমল বড়াক নতুনকৈ শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰীৰূপে দায়িত্ব প্ৰদান কৰা হৈছিল । জিলাখনৰ অভিভাৱক ৰূপে নিযুক্তি পোৱাৰ পাছতে মঙলবাৰে শিৱসাগৰত উপস্থিত হয় মন্ত্ৰীগৰাকী ৷ঐতিহাসিক শিৱ দৌলত আঁঠু লৈ মন্ত্ৰীগৰাকীয়ে কয়, "মন্ত্ৰীসভাত পুনৰ অন্তৰ্ভুক্ত কৰাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছে ৷ লগতে শিৱসাগৰৰ অভিভাৱক মন্ত্ৰীৰূপে জিলাবাসীৰ উন্নতি সাধনৰ চেষ্টা কৰিম ৷ জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন সভা অনুষ্ঠিত হ'ব, য'ত জিলাখনৰ সমস্যা, পৰিকল্পনা আদিৰ বিষয়ে আলোচনা কৰা হ'ব ৷"তেওঁ লগতে কয়, "পূৰ্বৰ বহু আধৰুৱা উন্নয়নমূলক প্ৰকল্পসমূহ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয়টো কাৰ্যকালত সম্পন্ন হ'ব ৷ অসমৰ সংৰ্বাগীন উন্নয়নৰ বাবে প্ৰচেষ্টা অব্যাহত থাকিব ৷"লগতে পঢ়ক:বৰপেটাৰ আতচবাজী-কাঁহ শিল্পৰ বাবে আশাৰ বতৰা; কেন্দ্ৰীয় নীতি নিৰ্ধাৰণত অন্তৰ্ভুক্ত কৰাৰ পদক্ষেপ 

Category

🗞
News
Transcript
00:00jść পুক্য়সুয়ে টসুকম্য়েরা মন્টি লোয়ে, i chopped right- próxim.
00:17দীচে এ পুনি এ পুমন્টি দইর কেট্রথো গৃহন করিসে
00:29An offer to an author of the
00:33membership of the member of the government.
00:36I can't wait until the member of the government
00:41has a great mandate,
00:45but I have a very good enough
01:13Thank you very much.
01:21Thank you very much.
Comments

Recommended