Skip to playerSkip to main content
  • 2 months ago
নলবাৰী: আন আন প্ৰাৰ্থীসকলৰ দৰেই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিলে পূৰ্বৰ বিধায়ক তথা ৩৮ নং বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ এইবাৰৰ কংগ্ৰেছৰ প্ৰাৰ্থী দিগন্ত বৰ্মনে । মুকালমুৱাৰ ৰঘুনাথ চৌধাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰত দুই জীয়ৰীৰ সৈতে বৃৃহস্পতিবাৰে পুৱা কংগ্ৰেছ প্ৰাৰ্থী দিগন্ত বৰ্মনে ভোটাধিকাৰ সাব্যস্ত কৰে ।প্ৰতিকূল বতৰৰ মাজতো সকলো ভোটাৰক স্বতঃস্ফুৰ্তভাৱে আহি ভোটদান কৰিবলৈ বৰ্মনে আহ্বান জনায় । বৰক্ষেত্ৰী সমষ্টিত কংগ্ৰেছ দলৰ ফলাফল ভাল হ’ব বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰে দিগন্ত বৰ্মনে ।নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি বৃহস্পতিবাৰে ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিত ৭২২ গৰাকী প্ৰাৰ্থীৰ ভাগ্য ২,৫০,৫৪,৪৬৩ গৰাকী ভোটাৰে নিৰ্ধাৰণ কৰিব । ইয়াৰ ভিতৰত ১,২৫,৩১,৫৫২ গৰাকী পুৰুষ, ১,২৫,২২,৫৯৩ গৰাকী মহিলা আৰু ৩১৮ গৰাকী তৃতীয় লিংগৰ ভোটাৰ ।লগতে পঢ়ক : তামুলপুৰত সংঘটিত নিৰ্বাচনী হিংসাক গৰিহণা প্ৰমোদ বড়োৰ, উচিত বিচাৰৰ দাবী

Category

🗞
News
Transcript
00:25Hi, I'm going to have a bus to go here, and I'm going to have a bus to go here.
00:29This is the future of the family members.
00:32This is the future of the family members.
00:40The family members are very proud of us.
00:49.
00:50.
00:50Yes, it was very difficult.
00:55It was very difficult.
00:58I saw that in the last few years,
01:01it was very difficult.
01:04How many people did it?
01:05It was about 85% of people.
01:09It was very difficult.
01:11It was very difficult.
01:13How many people did it?
01:15Yes.
01:16How many people did it?
01:17What has your situation done?
01:21In this year,
01:23we had COVID-19.
01:24We were finally diagnosed with COVID-19.
01:28Now we were just a long time ago.
01:34This one is losing the result in the Indian Ocean and he has spoken about the history of the project
01:39and it just is not a mistake.
01:43The result is now taking the result.
01:45The result is 24 into 7.
Comments

Recommended