Skip to playerSkip to main content
  • 2 weeks ago
গুৱাহাটী : মহানগৰীৰ কৃত্ৰিম বান সমস্যা প্ৰতিৰোধ কৰাৰ বাবে এইবাৰ তৎপৰতাৰে নামি পৰিছে মহানগৰ প্ৰশাসন । গুৱাহাটীৰ বান পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে মন্ত্ৰী কৌশিক ৰয়ে মঙলবাৰে মহানগৰীৰ বিভিন্ন প্ৰান্তৰ নলা-নৰ্দমাৰ পৰিদৰ্শন কৰে । বশিষ্ঠ নৈ খনৰ দুৰৱস্থা দেখি উদ্বেগ প্ৰকাশ কৰে মন্ত্ৰী ৰায়ে ৷ সেয়ে নৈখনত ক'ত, কিমান বেদখল হৈ আছে তাৰ প্ৰতিবেদন এসপ্তাহৰ ভিতৰত দাখিল কৰিবলৈ মন্ত্ৰীগৰাকীয়ে চক্ৰ বিষয়াক নিৰ্দেশ দিয়ে৷মন্ত্ৰীগৰাকীয়ে কয়,"দেওবাৰে নিশা হোৱা ধাৰাসাৰ বৰষুণৰ ফলত বশিষ্ঠ নদীৰ পানী ওফন্দি । বেদখলৰ কৱলত পৰাত নদীখন বৰ্তমান এটা সৰু নলালৈ ৰূপান্তৰিত হৈছে । নদীৰ প্ৰস্ত কমি যোৱাৰ বাবেই পানী কঢ়িয়াই নিয়াৰ ক্ষমতা হ্ৰাস পাইছে আৰু ইয়াৰ ফলত ৰাইজ অসুবিধাৰ সন্মুখীন হৈছে । সেয়েহে নদীখনৰ ক’ত আৰু কেনেকৈ বেদখল হৈছে, নদীখন পূৰ্বে কিমান প্ৰস্ত আছিল আৰু বৰ্তমান ইয়াৰ স্থিতি কি এই সকলো তথ্য সম্বলিত এক বিতং প্ৰতিবেদন অহা এসপ্তাহৰ ভিতৰত দাখিল কৰিবলৈ চক্ৰ বিষয়াক নিৰ্দেশ দিয়া হৈছে ।"উল্লেখ্য যে, দেওবাৰে কৃত্ৰিম বানৰ কৱলত পৰা মহানগৰীৰ বশিষ্ঠ, লতাকাটা, পাটৰকুছি, খানাপাৰাৰ ছিল্ট ট্ৰেপ, কইনাধৰা, জ্যোতি বিষ্ণু অঞ্চল, লাষ্ট গেট, বৰবাৰী, শিলসাঁকো, জুৰিপাৰ আৰু ছয়মাইল আদি গুৰুত্বপূৰ্ণ তথা বানপ্ৰৱণ এলেকাসমূহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে ।লগতে পঢ়ক: এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে যোৰহাটত হাহাকাৰ বন্যাৰ্তৰ, থাকিবলৈও নাই উপযুক্ত ঠাই

Category

🗞
News
Transcript
00:23Thank you very much.
00:30So i think the details are reports that we can report now.
00:32I checked the order from the 2020 года and I wrote it the question that the second one was in
00:372015.
00:38We don't know where it is.
00:41So we are getting the details that we can get the information from the
00:43In the scenarios from the to the to the to the to the to the to the to the to
00:46the to the to the.
00:50So
00:50there are no more details of cleaning.
00:53cleaning and the water can be reduced by the water.
00:57The water is reduced by the water.
00:59The water is reduced by the water,
01:01the water is increased by the water.
01:03We also have to use the water and water.
Comments

Recommended