Skip to playerSkip to main content
  • 3 months ago
নলবাৰী: এবাৰ নহয়, দুবাৰ নহয়, সাতবাৰকৈ বিধায়ক পদৰ বাবে নিৰ্বাচিত জ্যেষ্ঠ ৰাজনীতিক চন্দ্ৰমোহন পাটোৱাৰী ৷ বিধানসভা নিৰ্বাচনত সপ্তমবাৰলৈ বিজয়ীৰ হাঁহি মাৰিলে টিহু সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী চন্দ্ৰমোহন পাটোৱাৰীয়ে ।১৯৮৫ চনৰে পৰা অসমৰ ৰাজনীতিৰ পথাৰখনত দপদপাই আছে এইগৰাকী জ্যেষ্ঠ নেতা । বিধানসভা নিৰ্বাচনত মাত্ৰ দুবাৰহে পৰাজয়ৰ সন্মুখীন হৈছিল পাটোৱাৰী ৷ এইবেলি নিৰ্বাচনত ২৬,৪৯৬ টা ভোটৰ ব্যৱধানত নিকটতম কংগ্ৰেছ প্ৰাৰ্থী ৰাতুল পাটোৱাৰীক পৰাজিত কৰে চন্দ্ৰমোহন পাটোৱাৰীয়ে । বিজেপি প্ৰাৰ্থীগৰাকীয়ে মুঠ ১,০০,৮৫৫ টা লাভ কৰিবলৈ সক্ষম হয় । আনহাতে, কংগ্ৰেছ প্ৰাৰ্থী ৰাতুল পাটোৱাৰীয়ে লাভ কৰে ৭৪,৩৫৯ টা ভোট ।নিৰ্বাচনী ফলাফল লাভৰ পিছতে সমষ্টিবাসীক ধন্যবাদ জনাই চন্দ্ৰমোহন পাটোৱাৰীয়ে । নিজৰ লগতে নলবাৰীৰ আন দুটা সমষ্টিতো বিজেপি প্ৰাৰ্থীয়ে জয়লাভ কৰাত আনন্দ প্ৰকাশ কৰে জ্যেষ্ঠ নেতাগৰাকীয়ে ।লগতে পঢ়ক: দিগন্ত বৰ্মন পৰাজিত: বৰক্ষেত্ৰীত ফুলিল পদুম

Category

🗞
News
Transcript
00:00Now, I'm going to talk to you about the fact that my doctorate is the doctorate.
00:08I'm going to talk to you about the doctorate.
00:10I'm going to talk to you about the doctorate.
00:18I'm going to talk to you about the doctorate.
00:34It was the first time that the people who lived in the country and lived in the country and lived
00:45in the country and lived in the country and lived in the country.
01:04It is a real estate in the world.
01:05My capital is a real estate in small buildings in Longwater,
01:15and a real estate in small parts of the world.
Comments

Recommended