Skip to playerSkip to main content
  • 2 days ago
বঙাইগাঁও : "মানুহে মানুহৰ বাবে..."-এই বাক্যশাৰী পুনৰ এবাৰ সাৰ্থক কৰি তুলিলে বঙাইগাঁওবাসীয়ে । উজনি অসমৰ বানপীড়িত লোকসকলৰ কাষত থিয় দিবলৈ সদৌ বঙাইগাঁও জিলা ছাত্ৰ সন্থা আৰু বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাৱৰ আহ্বানত সঁহাৰি জনাই অভূতপূৰ্ব মানৱীয়তাৰ নিদৰ্শন দাঙি ধৰিলে জিলাবাসীয়ে ।বানপীড়িত লোকসকলৰ বাবে খাদ্য সামগ্ৰী, কাপোৰ, শিশু খাদ্য, ঔষধ, খোৱাপানী, চাবোন, ডেটল আদি বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰী বঙাইগাঁৱৰ শতাধিক ব্যক্তি, ব্যৱসায়ী, সামাজিক সংগঠন আৰু সাধাৰণ ৰাইজে দান কৰে । সংগৃহীত এই বিপুল পৰিমাণৰ সাহায্য সামগ্ৰীৰ মুঠ আঠখন বাহন ইতিমধ্যে শিৱসাগৰ জিলা অভিমুখে ৰাওনা হৈছে ।এগৰাকী আয়োজকে কয়, ‘‘বিপদৰ সময়ত একত্ৰিত হৈ মানুহৰ কাষত থিয় দিয়াটোৱেই সমাজৰ প্ৰকৃত দায়িত্ব । বঙাইগাঁওবাসীয়ে যি উৎসাহ আৰু সহমৰ্মিতা প্ৰদৰ্শন কৰিছে, সেয়া সঁচাকৈয়ে প্ৰশংসনীয় ৷ মানৱীয়তা, সহানুভূতি আৰু ঐক্যৰ এই অনন্য দৃষ্টান্তই পুনৰ প্ৰমাণ কৰিলে যে বিপদ আহিলে অসমবাসী কেতিয়াও ইজনে সিজনক অকলে এৰি নিদিয়ে ৷’’লগতে পঢ়ক : পুনৰ বানত ডুব যাব পাৰে উজনি অসমৰ কেবাখনো জিলা: অৰুণাচল-নাগালেণ্ডত ধাৰাসাৰ বৰষুণলগতে পঢ়ক : উজনি অসমত পুনৰ বানৰ আশংকা: নীপকোৱে আকৌ খুলি দিলে তিনিখনকৈ গেট

Category

🗞
News
Transcript
00:00We have been talking about the Ban and the city of Montayegar and the city of Montayegar.
00:08In 2017, the heißt of the city of Montayegar and the city of Montayegar and the city of Montayegar,
00:15the city of Montayegar is the city of Montayegar.
00:16In 2015, the city of Montayegar was very motivated to live in a few years.
00:48Thank you very much.
01:15Thank you very much.
01:51Thank you very much.
Comments

Recommended