Skip to playerSkip to main content
  • 2 days ago
বৰপেটা: বৃহস্পতিবাৰে ঘোষণা কৰা সৰ্বভাৰতীয় নীট পৰীক্ষাত বৰপেটাস্থিত এটা ব্যক্তিগত খণ্ডৰ ক'চিং চেণ্টাৰৰ ৯ গৰাকী ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে । উল্লেখ্য যে, সৰ্বভাৰতীয় পৰ্যায়ৰ ক'চিং চেণ্টাৰটোৰ বৰপেটা কেন্দ্ৰৰ পৰা এইবাৰৰ নীট পৰীক্ষাত সৰ্বমুঠ ৫৮ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল । ইয়াৰে ভিতৰত আছিচ আহমেদ, চাকিবুল ইছলাম, পৱিত্ৰ চৌধুৰী, হৰজিৎ গয়াৰী, বিকি সৰকাৰ, হিৰাস্মিতা কৰ্মকাৰ, অংকিতা পাল, তৃপ্তি দাস আৰু বেদব্ৰত দাস উত্তীৰ্ণ হৈছে ৷এই সন্দৰ্ভত ক'চিং চেণ্টাৰটোৰ শিক্ষকে কয়, "নীট পৰীক্ষাত সৰ্বমুঠ ৫৮ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল । ইয়াৰে ভিতৰত ৯ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হয় । উত্তীৰ্ণ মুঠ ৯ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ৮ গৰাকী চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত নাম ভৰ্তি তথা এমবিবিএছ পাঠ্যক্ৰমত অধ্যয়নৰ সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে ।"লগতে পঢ়ক : সোণম ৱাংচুকলৈ সমৰ্থন জনাই গুৱাহাটীত ওলাই আহিল এছ এফ আই-ডি ৱাই এফ আই

Category

🗞
News
Transcript
00:00I have a lot of results in this year.
00:03The results are clear.
00:07We are looking at results.
00:10We are looking at the student's status.
00:15We are looking at the guidance for students.
00:16We are looking at the results of 58 students.
00:23We have qualified qualified marks.
00:25and we have a lot of government selection.
00:29In the video we have a lot of agents who know us like the software mark,
00:33so we have a lot of M-SOS selection.
00:35I am a problem, and the result of the expectations are better.
00:43I think the result is pretty good,
00:47I was very proud of the tough paper,
00:49and the results are already there.
00:51But still, when I was very young and I was not the only student I was at school in school.
01:01At the same time, I was very helpful for the students.
01:03I was very passionate about MIP and I was very successful in the students.
01:08There are many students who provided tests.
01:10And even I was very interested in the interest of the student who was very interested in the students.
01:16What did you do to study?
01:17How did you do that?
01:18I was able to maintain the consistency and maintain the consistency.
01:24I was able to do it last year and I was able to do it.
01:29I was able to do it.
01:31I was able to do it.
01:33How did you do that?
01:35I was able to do it in my faculty.
Comments

Recommended