Skip to player
Skip to main content
Search
Connect
Watch fullscreen
Like
Share
Bookmark
More
Add to Playlist
Report
ETVBHARAT
Follow
নলবাৰী ৰাস মহোৎসৱত বস্ত্ৰমেলা মুকলি
10 months ago
নলবাৰী: ৯২ সংখ্যক নলবাৰী ৰাস মহোৎসৱত মুকলি কৰা হয় বস্ত্ৰমেলা । হস্ততাঁত বস্ত্ৰশিল্প বিভাগে আয়োজন কৰা এই বস্ত্ৰমেলাখন উদ্বোধন কৰে জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে । থলুৱা শিপিনীসকলক উৎপাদনমুখী কৰাৰ লগতে এখন বজাৰ সৃষ্টিৰ উদ্দেশ্যে মুকলি কৰা হৈছে বস্ত্ৰমেলাখন । হস্ততাঁত বস্ত্ৰশিল্প বিভাগ, ভাৰত চৰকাৰৰ সৌজন্যত দেওবাৰে নিশা উক্ত বস্ত্ৰমেলাখন মুকলি কৰা হয় ।এই বস্ত্ৰমেলাখন ১৩ নৱেম্বৰলৈ চলিব । ৰাজ্য়ৰ বিভিন্ন প্ৰান্তৰ থলুৱা শিপিনীসকলৰ বাবে এখন বজাৰ সৃষ্টিৰ উদ্দেশ্যে বস্ত্ৰমেলাখনৰ আয়োজন কৰা বুলি নলবাৰী জিলা হস্ততাঁত বস্ত্ৰশিল্প বিভাগে জানিবলৈ দিয়ে । এই অনুষ্ঠানটোত নলবাৰী জিলা বিষয়াৰ লগতে অসমৰ ভিন্ন প্ৰান্তৰ পৰা অহা শিপিনী কেন্দ্ৰ, আত্মসহায়ক গোটসমূহে অংশগ্ৰহণ কৰে ।বস্ত্ৰমেলাখন মুকলি কৰি জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে কয়, "এই মেলাখনে নলবাৰী জিলাৰ যিখিনি শিপিনী আছে, তেওঁলোকে উৎপাদন কৰা বস্ত্ৰ বিক্ৰীৰ বাবে এখন বজাৰ লাভ কৰিব ।"লগতে পঢ়ক:হাতত নাহৰ, বুকুত বিৰহ, প্ৰাণৰ শিল্পীৰ গীতেৰে এটি প্ৰহৰৰাস মহোৎসৱক লৈ উদুলি-মুদুলি নলবাৰী চহৰ, হৰিমন্দিৰৰ মুখ্যদ্বাৰ মুকলি
Category
🗞
News
Transcript
Display full video transcript
00:00
Thank you for listening.
Show less
Comments
Log in to post a comment
Recommended
2:21
|
Up next
চাৰিদিন ধৰি পানীৰ তলত ৰাজ্যিক চিকিৎসালয়, ৰোগীৰ হাহাকাৰ
ETVBHARAT
6 weeks ago
2:52
নীটত সুখ্যাতিৰে উত্তীৰ্ণ হৈ মাজুলীলৈ গৌৰৱ কঢ়িয়ালে উদীপ্ত শইকীয়াই
ETVBHARAT
7 weeks ago
3:35
বছৰৰ দ্বিতীয়টো বানত দিশসাৰা জোনাইৰ মধুপুৰ, অৰুণ চাপৰিবাসী
ETVBHARAT
7 weeks ago
1:24
নতুন ৰূপেৰে উদ্ভাসিত বড়োলেণ্ড আন্দোলনৰ শ্বহীদ সমাধিক্ষেত্ৰ
ETVBHARAT
7 weeks ago
1:26
বন্যহস্তীয়ে কৃষি নষ্ট কৰিলে কৃষকে পাব ধন, ঘোষণা বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ
ETVBHARAT
2 months ago
0:37
फिल्म 'हनुमान अंश' की स्टारकास्ट पहुंची आगरा जिला जेल; कैदियों के साथ राम नाम का संकीर्तन
ETVBHARAT
26 minutes ago
0:50
ISRO's GSLV-F17 Lifts Off Successfully, Places Imaging Satellite EOS-05 Into Orbit
ETVBHARAT
40 minutes ago
3:14
సురేఖ బర్తరఫ్తో కేబినెట్లో పెరిగిన ఖాళీల సంఖ్య - విస్తరణపై మళ్లీ ఆసక్తికర చర్చ
ETVBHARAT
40 minutes ago
3:58
श्रीकृष्ण जन्माष्टमी: अगर वो आकाशवाणी न होती तो यहां जन्म लेते भगवान श्रीकृष्ण?
ETVBHARAT
47 minutes ago
2:43
મહેસાણામાં પેસેન્જર ભરવાની જૂની અદાવતમાં યુવકની હત્યા, બે આરોપી ઝડપાયા
ETVBHARAT
1 hour ago
2:27
মৰণফান্দত পৰিণত ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ, প্ৰতিবাদৰ পাছতো জোনাইত গা-লৰা নাই বিভাগীয় বিষয়াৰ
ETVBHARAT
2 months ago
2:14
ধুবুৰীৰ দক্ষিণপাৰত অবৈধ কাঠফলা মিল উৎখাত
ETVBHARAT
2 months ago
6:45
শিৱসাগৰত নিৰ্মীয়মাণ প্ৰকল্পত নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ; ঠিকাদৰক সকীয়নি অখিল গগৈৰ
ETVBHARAT
2 months ago
3:14
এটা দুটা নহয়, বহুকেইটা গোচৰ চলি আছে: প্ৰধান শিক্ষক নিযুক্তি প্ৰসংগত শিক্ষামন্ত্ৰীৰ ব্যাখ্যা
ETVBHARAT
2 months ago
2:44
যোৰহাটত ঋণৰ কিস্তি আনিবলৈ যোৱা ফাইনেন্স কোম্পানীৰ বিষয়াৰ বিলৈ
ETVBHARAT
2 months ago
0:59
'বিশ্ব ড্ৰাগছ সমস্যা' বিষয়ক আলোচনাৰে আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱস পালন
ETVBHARAT
2 months ago
2:34
সুৰামত্ত তিনি বন্ধুৱে হত্যা কৰিলে বন্ধুক, আৰক্ষীৰ জালত তিনি হত্যাকাৰী
ETVBHARAT
3 months ago
2:58
বিশ্ব ডেংগু দিৱস উপলক্ষে স্বাস্থ্য বিভাগৰ সজাগতা কাৰ্যসূচী
ETVBHARAT
3 months ago
3:56
প্ৰগতিৰ পথত আগবাঢ়িব লাগিব ধুবুৰী: গুৰুদ্বাৰত অভিভাৱক মন্ত্ৰী অশোক সিংহল
ETVBHARAT
3 months ago
1:36
অভিভাৱকৰ দায়িত্ব পোৱাৰ পাছতে শিৱসাগৰত উপস্থিত মন্ত্ৰী বিমল বড়া
ETVBHARAT
3 months ago
1:09
চৰাইদেউৰ কামাণ্ডো শিৱিৰত ভয়ংকৰ ঘটনা, আত্মহত্যা জোৱানৰ
ETVBHARAT
3 months ago
3:09
বিশ্ব পৰিৱেশ দিৱসৰ দিনাই প্ৰকৃতিত কুঠাৰাঘাত, গছ কাটি বিতৰ্কত বিদ্যালয়
ETVBHARAT
3 months ago
2:42
শীঘ্ৰে নিয়ন্ত্ৰণলৈ আহিব অত্যাৱশকীয় সামগ্ৰীৰ মূল্য: কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা
ETVBHARAT
3 months ago
4:37
বিশ্বনাথত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে চিপিআইএমৰ প্ৰতিবাদ
ETVBHARAT
4 months ago
1:00
৭২ সংখ্যক সদৌ মঙলদৈ ৰঙালী বিহুৰ মুকলি বিহু প্ৰতিযোগিতা সম্পন্ন
ETVBHARAT
5 months ago
Comments