Skip to playerSkip to main content
  • 6 weeks ago
জোনাই : বানাত ক্ষতিগ্ৰস্ত জোনাইৰ দুৰ্ভগীয়া পৰিয়ালৰ কাষত ঠিয় দিছে অল ইণ্ডিয়া কংগ্ৰেছ সেৱা দলে ৷ শেহতীয়া বানত ক্ষতিগ্ৰস্ত জোনাইৰ পৰিয়ালসমূহৰ মাজত অল ইণ্ডিয়া কংগ্ৰেছ সেৱাদলে খাদ্যসামগ্ৰী বিতৰণ কৰে ৷ কংগ্ৰেছ সেৱাদলৰ সভাপতি শ্ৰীনিবাস বি ভিৰ নেতৃত্বত যোৱা দলটোৱে জোনাইৰ মধুপুৰ, অৰুণ চাপৰি, মালভোগ, ওৰাং চুবুৰী আৰু কেদিচুক আদি ধৰি প্ৰায় পাঁচখন বানবিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰি ক্ষতিগ্ৰস্ত লোকসকলৰ মাজত চাউল, দাইল, বিশুদ্ধ খোৱা পানী, শুকান খাদ্যসহ অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰে ।দলটোৱে বানাক্ৰান্ত অঞ্চলসমূহত বিশুদ্ধ খোৱা পানীৰ সংকট দূৰ কৰিবলৈ দমকলৰ জৰিয়তে পানী যোগানৰ ব্যৱস্থাও গ্ৰহণ কৰে । কংগ্ৰেছ সেৱাদলৰ নেতৃত্বই কয় যে, দুৰ্যোগৰ এই কঠিন সময়ত বানপীড়িত ৰাইজৰ কাষত থকাটো তেওঁলোকৰ নৈতিক দায়িত্ব । আগন্তুক দিনতো প্ৰয়োজন অনুসৰি সাহায্য আৰু সহযোগিতা অব্যাহত ৰাখিব বুলি ৰাইজক আশ্বাস দিয়ে ৷লগতে পঢ়ক: এ পি ডি চি এলত ভূত ওলাইছে ! গৰাকী মৃত, মিটাৰৰ সংযোগো বিচ্ছিন্ন, বিল আহিল ২৪ হাজাৰ

Category

🗞
News
Transcript
00:00foreign
00:38Thank you very much.
01:10Thank you very much.
01:59Thank you very much.
02:20Thank you very much.
02:53Thank you very much.
03:29Thank you very much.
03:44Thank you very much.
Comments

Recommended