Skip to playerSkip to main content
  • 7 minutes ago
হাফলং : ডিমা হাছাও জিলাৰ হাফলং আৰক্ষী থানাৰ অন্তৰ্গত ল'ৱাৰ হাফলঙস্থিত ইণ্ডিয়ান অইলৰ পেট্ৰ'ল পাম্পৰ সমীপত শুকুৰবাৰে এটি শিশুৰ মৃতদেহ উদ্ধাৰ হয় । শিশুটিৰ বয়স প্ৰায় ৬ৰ পৰা ৭ মাহ বুলি অনুমান কৰা হৈছে ।  কোনো অচিনাকী ব্যক্তিয়ে নিশাৰ ভাগত শিশুটিৰ মৃতদেহ উক্ত স্থানত পেলাই থৈ যোৱা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে । শুকুৰবাৰে পুৱাৰ ভাগত স্থানীয় লোকে মৃতদেহটো প্ৰত্যক্ষ কৰি লগে লগে আৰক্ষীক খবৰ দিয়াৰ পিছতে হাফলং থানাৰ এটা আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে । এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ।এই সন্দৰ্ভত এগৰাকী স্থানীয় মহিলাই কয়, "পুৱা প্ৰায় ১০ বজাত শিশুটিৰ মৃতদেহটো প্ৰত্য়ক্ষ কৰি ৰাইজে আৰক্ষীক খবৰ দিয়ে ।"লগতে পঢ়ক:নাতিনীক বিক্ৰী কৰাৰ অভিযোগত বিমানবন্দৰত গ্ৰেপ্তাৰ বাবুল আলীআমি কেনেকৈ বাচিলো গমেই নাপালো... ! আশ্ৰয় শিবিৰৰ পৰা উভতি আহি বন্য়াৰ্তৰ আৰ্তনাদ 

Category

🗞
News
Transcript
00:00It's 10 o'clock in the morning.
00:01It's 10 o'clock in the morning.
00:03How old are your children?
00:06It will be like this.
00:08When did you cry?
00:10No, no, no.
00:11It's just like this.
00:13When did you take your children?
00:15Yes, I didn't take your children.
00:17What did you do?
00:19We called it to the police.
00:21We called it to the police.
00:24Yes.
Comments

Recommended