Skip to playerSkip to main content
  • 2 months ago
গুৱাহাটী: ৰাজ্যত হাতী-মানুহৰ সংঘাত অব্য়াহত থকাৰ মাজতেই গুৱাহাটীৰ মাজমজিয়াত এক শোকাবহ ঘটনা সংঘটিত হয় । মহানগৰীত বন্যহস্তীৰ আক্ৰমণত মৃত্যু হ'ল অজয় দাস (৪০) নামৰ এজন লোকৰ ।তামুলপুৰৰ লোকজনে সাতগাঁৱৰ বাসন্তী বজাৰৰ সমীপৰ পদপথত তৰ্জাবেৰৰ ঘৰ সাজি  বসবাস কৰি এখন হোটেলত শ্রমিক হিচাপে আছিল । যোৱা বৃহস্পতিবাৰে নিশা শুই থকা অৱস্থাত আমাচং অভয়াৰণ্য পৰা ওলাই অহা এটা বনৰীয়া হাতীয়ে ঘৰটো ভাঙি অজয় দাসক শুৰেৰে ধৰি আচাৰি দিয়াত লোকজনৰ মৃত্য়ু হয় ।নিশাই সাতগাঁও থানাৰ আৰক্ষী আৰু বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে জিএম চিএইচলৈ প্ৰেৰণ কৰে । এই সন্দৰ্ভত  স্থানীয় লোক এজনে কয়, "লোকজনে হোটেলত কাম কৰে । সদায় হোটেলৰ পৰা ভাত আনে । ৰাতি বহু দেৰিকৈ ভাত খায় । ৰাতি ২ বজাত হাতীয়ে আচাৰি দিয়াত তেওঁৰ মৃত্য়ু হয় ।" আন এজন স্থানীয় লোকে কয়, "অজয় দাস নামৰ লোকজনে হোটেলত কাম কৰিছিল । যোৱা ২৫ বছৰ ধৰি ইয়াতে আছিল ।"উল্লেখ যে, আমাচং অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত প্ৰায়ে বন্যহস্তীয়ে আহি সাতগাঁও, বতাহঘুলী, সাতগাঁও সেনা চাউনী আদি কেতবোৰ অঞ্চলত উপদ্ৰৱ চলাই । লগতে পঢ়ক:বন্যহস্তীৰ ভয়ত বিনিদ্ৰ ৰজনী কটাইছে ক্ষেত্ৰীবাসীয়েহাতীৰ পৰা অজগৰলৈকে... ! দিছপুৰৰ সমীপতে আন্ধাৰ হ'লেই পেপুৱা লাগে ৰাইজ

Category

🗞
News
Transcript
00:00My name is Riki.
00:01We have our names.
00:01I have them.
00:03I have them.
00:05And they have them.
00:06They've taken space.
00:12How many items do you have?
00:21You get some coffee.
00:21How many items do you have?
00:24Gopanaki.
00:25Here we go.
00:25Gopanaki.
00:26Gopanaki.
00:27I get some coffee.
00:28You are popular.
00:29Gopanaki.
00:29What happened to Danganachi?
00:30I guess I am a police police officer.
00:32As you know, North Duke was the police officer.
00:35Police officer's officer and police officer.
00:39They called me Danganachi and started taking the gun.
00:43He's been told of the woman after the night.
00:45He killed the gun.
00:49What's the name of me?
00:51I am also a servant.
00:53I was told of the boss.
00:55I was told about the boss, I was told.
00:56How do you do?
00:58Are you working?
00:59Do you have any job?
01:00I do not do it.
01:02They are only working for a couple of days.
01:03I am working for a couple of days.
01:06Do you have to pay for a couple of days?
01:08They come to an hour.
01:10About 8 days.
01:11About 8.
01:13About 8.
01:18That's how I do.
01:19About 8.
01:20About 8.
01:21About 8.
01:22How is that?
01:22About 8.
01:24About 8.
01:24About 8.
01:25I'm sorry, I'm sorry, I'm sorry, I'm sorry.
01:28I'm sorry.
Comments

Recommended