Skip to playerSkip to main content
  • 8 minutes ago
মাজুলী: বৃহম্পতিবাৰে মাজুলীত শান্তিপূৰ্ণভাবে সম্পন্ন হ'ল ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ ৯৮ নং মাজুলী বিধানসভা সমষ্টিত ৮৩.৭৬ শতাংশ ভোটদান হোৱা বুলি জিলা নিৰ্বাচনী বিষয়াই জানিবলৈ দিছে ৷ প্ৰতিকূল বতৰকো নেওচি পুৱাৰ ভাগৰ পৰা মাজুলীৰ ভোটকেন্দ্ৰ সমূহত দেখা গৈছিল ভোটাৰৰ ভিৰ । মাজুলী বিধানসভা সমষ্টিত ৩ জনকৈ প্ৰাৰ্থী অৱতীৰ্ণ হৈছিল যদিও মূলত যুঁজখন এনডিএ তথা বিজেপি প্ৰাৰ্থী ভূৱন গাম আৰু বিৰোধী ঐক্য তথা কংগ্ৰেছ প্ৰাৰ্থী ইন্দ্ৰনীল পেগুৰ মাজত হ'ব বুলি আশা কৰা হৈছে ।পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা ভোটদান প্ৰক্ৰিয়া বিয়লি ৫ বজাত শান্তিপূৰ্ণভাৱে সম্পন্ন হোৱাৰ পিছতে মাজুলী জিলা আয়ুক্ত কাৰ্যালয়ত নিৰ্বাচনী বিষয়াসকলে উপস্থিত হৈ ইভিএমৰ লগতে অন্যান সামগ্ৰী জমা প্ৰদান জমা কৰে ৷ শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ শেষ হোৱাত মাজুলীবাসীক ধন্যবাদ জ্ঞাপন কৰিছে মাজুলী জিলাৰ আয়ুক্তগৰাকীয়ে ।লগতে পঢ়ক: হাফলঙৰ ভোটকেন্দ্ৰত ব্যাপক ৰিগিঙৰ অভিযোগ কংগ্ৰেছৰ

Category

🗞
News
Transcript
00:00Our election is very important in the world, and our total is 83% voting.
00:09We don't have any problem with polling stations, or any law and order situation.
00:17We don't have any problem with polling stations, or any law and order situation.
00:30We have all the polling parties.
00:34We have to make sure that we have an EVM strong room.
00:43We don't have any problem with polling stations.
00:59We are expecting that our polling parties will be 10 o'clock in the morning.
01:14We are expecting that they will be here.
01:17We have to count on the postal ballot and vote to our service voters.
01:21We don't have turnout ratio to count.
01:25Finally, we have to count on the postal voters.
01:29We have to count on the postal voters.
01:44We have to count on our mail one.
01:46We have to count on ourоны.
01:48We have to count on our phones.
01:49We don't have any time to count on our phones.
01:52We don't have any time to count on our phones.
01:54How are the drivers?
01:5550,08.
01:5650,08.
Comments

Recommended