Skip to playerSkip to main content
  • 2 days ago
মৰিগাঁও: ৰাজ্যৰ চৌদিশে এতিয়া ৰঙালী বিহুৰ উছাহৰ ঢল । প্ৰায়বোৰ প্ৰান্ততে পহিলা ব'হাগৰে পৰা আৰম্ভ হৈছে ভিন্ন কাৰ্যসূচী । একেদৰে মৰিগাঁও জিলাৰ বাখৰবড়ীত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ২৮ সংখ্যক ৰঙালী বিহু সন্মিলন উদযাপন কৰা হৈছে । বাখৰবড়ী জ্ঞানোদয় জ্যোতিসংঘ আৰু পুথিভঁৰালৰ উদ্যোগত, লগতে স্বৰ্গীয় দেবেন হাজৰিকা খেলপথাৰ উন্নয়ন সমিতিৰ সহযোগত আয়োজন কৰা হয় এই বিহু সন্মিলনখনী ।সেই উপলক্ষে পহিলা ব'হাগৰ পুৱা বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠানৰ শুভাৰম্ভ হয় । মুখ্যদ্বাৰ উন্মোচন কৰে খেলপথাৰৰ ভূমি দাতা প্ৰবোধ হাজৰিকাই । বন্তি প্ৰজ্বলন কৰে গাঁও প্ৰধান গোলোক কৈৱৰ্ত্তই আৰু পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি মহেন্দ্ৰ দাসে ।ইয়াৰ লগে লগে বিহুতলীখনত সৃষ্টি হয় এক উৎসৱমুখৰ পৰিৱেশৰ ।  এগৰাকী উদ্যোক্তাই জনাই,"মৰিগাঁও জিলা বচা বচা চাৰিটা বিহুদলক আমি আমন্ত্ৰণ জনাইছোঁ । এই চাৰিটা দলে বিহু প্ৰদৰ্শন কৰাৰ লগতে, বিভিন্ন প্ৰান্তৰ পৰা আধুনিক নৃত্য়ৰ প্ৰতিযোগীসকল আহিব । সকলো ৰাইজকে আমাৰ অনুষ্ঠানভাগলৈ আমন্ত্ৰণ জনাইছোঁ ।"লগতে পঢ়ক: একতাৰ বান্ধোন ৰক্ষা কৰাটোৱেই মানুহ বিহুৰ বৈশিষ্ট্য: বৃহস্পতিবাৰে গোঁসাই বিহুপহিলা ব'হাগত উদুলি-মুদুলি ৰংঘৰৰ বাকৰি

Category

🗞
News
Transcript
00:00I know a lot of people in my life have been drinking for a while...
00:04...the pandemic is about a long time...
00:10...even more things than a person who is hiding into the world...
00:15...and now we are living in the world...
00:18The first day of the night is with Moolahatsha, I am in Moolahatsha, but I am in Moolahatsha.
00:25It is with Moolahatsha, but there are very few people who are not with Moolahatsha.
00:31I will continue to fight some people who are in the war.
00:36We are not going to fight some people, so we will fight some people.
00:40ཅོས্འང ཆན སྲྭ སྲོར ན གུས্ས ཅཇ ཆོག སྲག ཅ ཆལསག གསང སྲག ཆོགསང ཇད སྲག
Comments

Recommended