Skip to playerSkip to main content
  • 12 hours ago
ডিব্ৰুগড় : শুকুৰবাৰে আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস পালন ৰাজ্যৰ ভিন্ন প্ৰান্তত । এই দিৱসৰ লগত সংগতি ৰাখি শুকুৰবাৰে ডিব্ৰুগড়ত একেলগে দাহ কৰা হ'ল প্ৰায় ১.৪ কোটি মূল্যৰ নিচাযুক্ত দ্ৰৱ্য ।আৰক্ষীয়ে জনোৱা মতে, ২০২৫ চনৰ ছেপ্টেম্বৰৰ মাহৰ পৰা চলিত বৰ্ষৰ জুন মাহলৈকে ডিব্ৰুগড়ৰ ভিন্ন প্ৰান্তত চলোৱা অভিযানত জব্দ হোৱা ২৭১ গ্ৰাম হেৰ'ইন আৰু ৭৭ কিলোগ্ৰাম গাঞ্জা ধ্বংস কৰে আৰক্ষীয়ে ৷ আৰক্ষীয়ে জনোৱা অনুসৰি, বিগত ৯ মাহে চলোৱা অভিযানত ১১২ টা ড্ৰাগছ আৰু গাঞ্জা সৰবাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে ৭৬ টাকৈ গোচৰ ৰুজু কৰা হৈছে ।এই সন্দৰ্ভত আইজিপি অখিলেশ কুমাৰ সিঙে কয়, "বিগত বছৰৰ ছেপ্টেম্বৰ মাহৰ পৰা ডিব্ৰুগড় আৰক্ষীয়ে এনডিপিএছ আইনৰ অধীনত ৬৭টা গোচৰ ৰুজু কৰা হৈছে । দহন কৰা নিষিদ্ধ সামগ্ৰীখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় ১.৪ কোটি । অসম আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে । ড্ৰাগছ ব্যৱসায়ীয়ে সদায় নতুন প্ৰজন্মক টাৰ্গেট কৰে ৷ ড্ৰাগছ খোৱাৰ ক্ষেত্ৰত সেয়ে ৰাইজে খবৰ পালে আৰক্ষীক জনাব লাগে ।"লগতে পঢ়ক:অম্বুবাচীৰ নিবৃত্তি: যথা ৰীতি অনুসৰি মুকলি হ’ল কামাখ্যা মন্দিৰৰ দুৱাৰ

Category

🗞
News
Transcript
00:00Trafficking, now we have a drug disposal to take care of them.
00:05The last drug disposal to take care of them is September 2025.
00:12September 2025, the police have got a total of 67 cases.
00:19The case has been detected by NDP, and the 112 cases have been examined.
00:30foreign
00:37foreign
00:38foreign
00:39foreign
00:40foreign
00:40foreign
00:40foreign
01:10and we actioned.
01:11I mean, my younger generation, youth and young people,
01:16they were targeting drugs.
01:19They were talking about drugs in school and college.
01:22They were talking about drugs.
01:24They were talking about drugs.
01:24So, they were talking about drugs.
01:26And we actioned.
Comments

Recommended