Skip to playerSkip to main content
  • 2 minutes ago
ডিব্ৰুগড় : প্ৰায় ৯ বিঘা ব্ৰহ্মপুত্ৰৰ পাৰৰ ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্যৰে ডিব্ৰুগড় জিলা প্ৰশাসনে আৰক্ষীৰ সহযোগত সোমবাৰে এক উচ্ছেদ অভিযান চলায় ।‌ মহানগৰখনৰ পল্টন বজাৰস্থিত মুখ‍্যমন্ত্ৰীৰ সচিবালয়ৰ পাছফালে জিলা প্ৰশাসনে এই অভিযান চলায় । এই অভিযানত বহু বছৰ ধৰি অবৈধভাৱে বাস কৰা প্ৰায় ৬০ টাৰো অধিক পৰিয়ালক উচ্ছেদ কৰা হয় ৷ উচ্ছেদিত অধিকাংশ লোকেই হিন্দী ভাষী বিহাৰী সম্প্ৰদায়ৰ বুলি জানিব পৰা গৈছে ।এই লোকসকলক উক্ত স্থান খালী কৰিবলৈ জিলা প্ৰশাসনে বহুবাৰ জাননি জাৰি কৰিছিল যদিও তেওঁলোকে আঁতৰি যোৱা নাছিল । ফলত আদালতৰ নিৰ্দেশনা মানি সোমবাৰে জিলা প্ৰশাসনে অঞ্চলটোত উচ্ছেদ চলায় । এই অভিযান কাৰ্যসূচীক লৈ এগৰাকী প্ৰশাসনিক বিষয়াই কয়, "মহামান্য আদালতৰ নিৰ্দেশ অনুসৰি উচ্ছেদ কৰা হৈছে । ২০২২ বৰ্ষৰ এক গোচৰৰ ভিত্তিত আজি এই উচ্ছেদ চলোৱা হৈছে । শান্তিপূৰ্ণভাৱে হৈছে উচ্ছেদ অভিযান । উচ্ছেদ সম্পূৰ্ণ হোৱা পাছতেই এই ভূমি চৰকাৰে লাভ কৰিব ৷"লগতে পঢ়ক : এইবাৰ বেদখলকাৰীৰ কবলত খোৰাগাঁও সংৰক্ষিত বনাঞ্চল !

Category

🗞
News
Transcript
00:16This is the GSMC of Mohamed Adulator.
00:20The GSMC of Mohamed Adulator is the GSMC of the GSMC of Mohamed Adulator.
00:28This is the exhibition of the eviction department.
00:34This work is very important.
00:36I have lost everything in the land.
00:40I have lost everything in possession.
00:44I have lost everything.
00:48How do you feel about eviction?
00:50I have lost everything in peace.
00:53I have lost everything.
00:56How do you feel?
00:57So, what are you talking about?
Comments

Recommended