Skip to player
Skip to main content
Search
Connect
Watch fullscreen
Like
Share
Bookmark
More
Add to Playlist
Report
ETVBHARAT
Follow
পূৰ্বৰ সৌন্দৰ্যতা নাই বৃন্দাবনী বস্ত্ৰত : সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামী
3 months ago
মাজুলী : ইংলেণ্ড ভ্ৰমণ সামৰি শনিবাৰে মাজুলীত উপস্থিত হয় আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামী । বিগত ১৭ জুনত ব্ৰিটিছ সংসদত “অসমৰ বৈষ্ণৱীয় সংস্কৃতি ইয়াৰ প্ৰভাৱ” শীৰ্ষক বিষয়ত মননশীল আৰু তথ্যসমৃদ্ধ বক্তৃতা প্ৰদান কৰি এক ইতিহাস ৰচনা কৰা শ্ৰীশ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামী শনিবাৰে মাজুলীত উপস্থিত হয় ।কমলাবাৰী ফেৰীঘাটত সত্ৰাধিকাৰগৰাকী উপস্থিত হোৱাৰ লগে লগে মাজুলীৰ বিধায়ক, মাজুলীৰ ভিন্ন দল-সংগঠন, মাজুলীৰ বিভিন্ন স্তৰৰ ৰাইজে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক উষ্ম আদৰণি জনায় । সত্ৰৰ মূল বাটচ'ৰাত ভকত-বৈষ্ণৱসকলে গায়ন-বায়নেৰে তেওঁক উষ্ম আদৰণি জনায় ।মাজুলীত উপস্থিত হৈ সত্ৰাধিকাৰগৰাকীয়ে মাজুলীৰ বিভিন্ন স্তৰৰ ৰাইজে তেখেতক দিয়া মৰমৰ বাবে ধন্যবাদ জ্ঞাপন কৰে । তেওঁ কয়, "আমি লণ্ডন যাত্ৰা সম্পন্ন কৰি আহিলোঁ । ইয়াৰ আঁৰত আছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ আৰু সন্তসকলৰ আশীৰ্বাদ । ৰাইজৰ আশীৰ্বাদৰ বাবে আমি এনে কাৰ্য কৰিবলৈ সক্ষম হৈছিলোঁ ।"লগতে পঢ়ক :আত্মসন্মান অটুট ৰাখি ১ টকাতে মাছ ভাত; উপকৃত শতাধিক শ্ৰমজীৱীলগতে পঢ়ক :সম্ভাৱ্য বানৰ সৈতে মুখামুখি হ'বলৈ কিদৰে সাজু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান?
Category
🗞
News
Transcript
Display full video transcript
00:03
Rami, Rami, Rami
00:07
Rami, Rami
00:08
Rami, Rami
00:09
Rami
00:11
Rami
00:16
I
00:23
would
00:24
I
00:24
but
00:27
I
00:28
Thank you very much.
01:28
Thank you very much.
01:46
Thank you very much.
Show less
Comments
Log in to post a comment
Recommended
1:54
|
Up next
মঙলদৈৰ বান পৰিস্থিতিৰ বুজ ল'লে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই
ETVBHARAT
6 weeks ago
1:42
পানী কমিছে যদিও কমা নাই জাঁজীমুখৰ কুমলীয়া চাপৰিৰ ৰাইজৰ দুখ-কষ্ট
ETVBHARAT
2 months ago
2:25
বাল্য বিবাহ-বহু বিবাহৰ বিৰুদ্ধে চৰকাৰ কঠোৰ হৈছে : নাৰায়ণ ডেকা
ETVBHARAT
2 months ago
3:47
বান-দুৰ্যোগৰ বাবে সদায় প্ৰস্তুত চৰকাৰ; ঘোষণা মন্ত্ৰী কেশৱ মহন্তৰ
ETVBHARAT
2 months ago
3:35
বছৰৰ দ্বিতীয়টো বানত দিশসাৰা জোনাইৰ মধুপুৰ, অৰুণ চাপৰিবাসী
ETVBHARAT
2 months ago
2:21
'छात्रों की गूंज'- कॉमेडियन की मिमिक्री को लेकर बीजेपी का राहुल गांधी पर निशाना, बताया शर्मनाक और घिनौना
ETVBHARAT
19 minutes ago
3:10
बीजेपी कार्यकर्ताओं ने अपने ही नेता पर लगाए गंभीर आरोप, मंत्री बोले- इस्तीफा दूंगा
ETVBHARAT
26 minutes ago
1:02
19 ବର୍ଷର ନିଆରା ମଣିଷ-ପଶୁ ସମ୍ପର୍କ: ଛେଳି 'କୁଆଁର' ମୃତ୍ୟୁ ପରେ ସନାତନ ରୀତିରେ ଶ୍ରାଦ୍ଧକର୍ମ
ETVBHARAT
27 minutes ago
1:58
रंगदारी पर देवघर पुलिस का बड़ा एक्शन, हथियार के दम पर वसूली करने वाले तीन गिरफ्तार
ETVBHARAT
30 minutes ago
1:46
पूर्व सीएम हरीश रावत का उत्तराखंड कमबैक, शहीदों को किया नमन, बीजेपी सरकार को दी चुनौती
ETVBHARAT
38 minutes ago
4:24
মধুপুৰ সত্ৰ উন্নয়নৰ বাবে চৰকাৰৰ পদক্ষেপ, আশাবাদী সত্ৰাধিকাৰ
ETVBHARAT
2 months ago
1:24
নতুন ৰূপেৰে উদ্ভাসিত বড়োলেণ্ড আন্দোলনৰ শ্বহীদ সমাধিক্ষেত্ৰ
ETVBHARAT
2 months ago
1:26
বন্যহস্তীয়ে কৃষি নষ্ট কৰিলে কৃষকে পাব ধন, ঘোষণা বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ
ETVBHARAT
2 months ago
0:55
গৰু-ছাগলী মাৰি অৱশেষত ৰণত পৰিল নাহৰফুটুকী
ETVBHARAT
3 months ago
3:14
এটা দুটা নহয়, বহুকেইটা গোচৰ চলি আছে: প্ৰধান শিক্ষক নিযুক্তি প্ৰসংগত শিক্ষামন্ত্ৰীৰ ব্যাখ্যা
ETVBHARAT
3 months ago
3:26
গোলকগঞ্জত একেলগে ২১গৰাকী ছাত্ৰী হঠাতেই অসুস্থ, চিকিৎসালয়ত ভৰ্তি
ETVBHARAT
3 months ago
1:30
শুই থাকোতেই বন্যহস্তীৰ আক্ৰমণত মৃত্যু
ETVBHARAT
3 months ago
2:33
মৰিয়নীত অসম-নাগালেণ্ড সংযোগী পথ অবৰোধ আটছাৰ, সীমা সমস্যা সমাধানৰ দাবী
ETVBHARAT
3 months ago
2:58
বিশ্ব ডেংগু দিৱস উপলক্ষে স্বাস্থ্য বিভাগৰ সজাগতা কাৰ্যসূচী
ETVBHARAT
3 months ago
1:09
চৰাইদেউৰ কামাণ্ডো শিৱিৰত ভয়ংকৰ ঘটনা, আত্মহত্যা জোৱানৰ
ETVBHARAT
4 months ago
1:18
আদালতৰ চৌহদতে অধিবক্তাক প্ৰহাৰ আচামীৰ, আহত জ্যেষ্ঠ অধিবক্তাক চিকিৎসালয়ত ভৰ্তি
ETVBHARAT
4 months ago
1:40
দেৰগাঁৱত নিশা ভালুকৰ মুক্ত বিচৰণ; আতংকিত ৰাইজ
ETVBHARAT
4 months ago
2:20
পৰ্বতঝোৰাত বন্যহস্তীয়ে নিদ্ৰা হৰিছে ৰাইজৰ, কুম্ভকৰ্ণ নিদ্ৰাত বনবিভাগ !
ETVBHARAT
5 months ago
3:19
বিটিচিৰ আটাইকেইটা সমষ্টিতেই এনডিএৰ প্ৰাৰ্থীৰ বিজয় নিশ্চিত: মনেশ্বৰ ব্ৰহ্ম
ETVBHARAT
5 months ago
2:46
দক্ষিণ শালমাৰাৰ সুখচৰত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ ভয়ংকৰ ৰূপ
ETVBHARAT
5 months ago
Comments