Skip to playerSkip to main content
  • 9 minutes ago
জোনাই : জোনাই সমজিলা ৰাজহচক্ৰৰ অন্তৰ্গত বলাইপাম অকলেণ্ড গাঁৱত মঙলবাৰে আবেলি প্ৰায় ৪.৩০ বজাত অহা ধুমুহাৰ লগতে বজ্ৰ পৰাৰ ফলত ৫ টাকৈ পশুধনৰ মৃত্যু হয় । প্ৰচণ্ড ধুমুহাৰ ফলত জোনাইৰ কেইবাটাও অঞ্চলত বিস্তৰ ক্ষতিসাধন হয় । ঠায়ে ঠায়ে উভালি পৰে প্ৰকাণ্ড গছ । বৃহত্তৰ অঞ্চলটোত বিদ্যুৎ সেৱাত ব্য়াঘাত জন্মিছে । গছ উভালি বন্ধ হৈ পৰে ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী পথ ।পশুধনৰ গৰাকীয়ে উল্লেখ কৰা মতে, প্ৰচণ্ড বৰষুণ-ঢেৰেকণিৰ ফলত পশুধন ঘৰলৈ অহা নাছিল । বুধবাৰে পুৱা বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰাত পথাৰত বজ্ৰপাতত একে ঠাইতে ৫ টাকৈ পশুধনৰ মৃত্যু হোৱা বুলি জানিব পাৰে । স্থানীয় ৰাইজ তথা পশুধনৰ গৰাকীয়ে জোনাই সমজিলা প্ৰশাসনক কৃষিকৰ্মৰ ওপৰত নিৰ্ভৰশীল পৰিয়ালকেইটিক উপযুক্ত ক্ষতিপূৰণ দিবলৈ দাবী জনাইছে ।  লগতে পঢ়ক:নলবাৰীত ধুমুহাই তচনচ কৰিলে ১২০ অধিক পৰিয়ালৰ ঘৰ, আহত কেইবাজনোবিজুলী-ঢেৰেকণিৰে ৰাজ্যত আহিব ধাৰাসাৰ বৰষুণ ! সতৰ্কবাণী বতৰ বিজ্ঞান কেন্দ্ৰৰ

Category

🗞
News
Transcript
00:04This is a production of the U.S. Department of Health and Human Services.
00:07This is a production of the U.S. Department of Health and Human Services.
00:44This is a production of the U.S. Department of Health and Human Services.
00:44This is a production of the U.S. Department of Health and Human Services.
Comments

Recommended