Skip to player
Skip to main content
Search
Connect
Watch fullscreen
Like
Share
Bookmark
More
Add to Playlist
Report
ETVBHARAT
Follow
ধুবুৰীৰ দক্ষিণপাৰত অবৈধ কাঠফলা মিল উৎখাত
2 months ago
ধুবুৰী: মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ নিৰ্দেশৰ পিছতে অবৈধ কাঠফলা কলৰ বিৰুদ্ধে হাতে কামে লাগিছে বন বিভাগ । ৰাজ্য়ৰ আন ঠাইৰ লগতে ধুবুৰীৰ দক্ষিণপাৰৰ পোৰাৰভিটাত বনবিভাগে অভিযান চলাই অবৈধ কাঠফলা মিল, বহু মূল্যৱান গছৰ কুণ্ডা জব্দ কৰে । ধুবুৰী বন বিভাগে শনিবাৰে পোৰাৰভিটা অঞ্চলত অভিযান চলাই বুজন পৰিমাণৰ মূল্যবান গছৰ কুণ্ডা জব্দ কৰাৰ লগতে এটা অবৈধ কাঠফলা কল উৎখাত কৰিছে । অৱশ্য়ে এই অবৈধ বেহাত জড়িত কোনো বেপাৰীকে গ্ৰেপ্তাৰ কৰিব পৰা নাই বনবিভাগে । জব্দ কৰা সামগ্ৰীসমূহ পিচত ধুবুৰীলৈ অনা হয় আৰু বিভাগৰ জিম্মাত ৰখা হৈছে ।এই সন্দৰ্ভত ধুবুৰীৰ আঞ্চলিক বন বিষয়া খৰ্গেশ্বৰ বৈশ্য কয়, "ধুবুৰীৰ ডিএফঅ'ৰ নিৰ্দেশ অনুসৰি এই অভিযান চলোৱা হৈছিল । এই অভিযান সফলভাৱে সম্পন্ন কৰো । অৱশ্যে অভিযান কালত কোনো লোক গ্ৰেপ্তাৰ কৰা হোৱা নাই ।"লগতে পঢ়ক:মৰাণত অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে অভিযান, ৬ টা কাঠফলা মিল জব্দ বন বিভাগঅবৈঠ কাঠৰ দোকান বিচাৰি নলবাৰীৰ ভিন্ন প্ৰান্তত অভিযান বন বিভাগৰ
Category
🗞
News
Transcript
Display full video transcript
00:25
Thank you for joining us.
Show less
Comments
Log in to post a comment
Recommended
2:50
বানাক্ৰান্তৰ কাষত ৰাজস্থান বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ
ETVBHARAT
2 weeks ago
5:21
সুৰৰ মূৰ্চ্ছনাৰে আৰ্তজনলৈ সহায়ৰ হাত: ডুমডুমাত স্বতঃস্ফূৰ্তভাৱে ওলাই আহিল ‘সুৰ বাহিনী’
ETVBHARAT
4 weeks ago
2:06
বৰষুণৰ অভাৱত পথাৰত মেলিছে ছিৰাল ফাঁট, বৰুণ দেৱতাক সন্তুষ্ট কৰিবলৈ ৰাইজে পাতিছে ভেকুলী বিয়া
ETVBHARAT
6 weeks ago
2:31
মেঘালয়ত ধাৰাসাৰ বৰষুণ, কিন্তু যোৰাবাটত ভয়াবহ কৃত্ৰিম বান
ETVBHARAT
6 weeks ago
0:55
গৰু-ছাগলী মাৰি অৱশেষত ৰণত পৰিল নাহৰফুটুকী
ETVBHARAT
7 weeks ago
3:18
প্রয়াণ দিবসে নিজভূমে ব্রাত্য হাস্যসম্রাট, চাঁচলে জন্মভিটেয় শিবরাম চক্রবর্তী বিস্মৃতির অন্ধকারে
ETVBHARAT
5 hours ago
0:56
भारत में सोनिया गांधी की आत्मकथा के प्रकाशक हम नहीं: पेंगुइन
ETVBHARAT
6 hours ago
0:53
रक्षाबंधन मनाकर लौट रहे परिवार के साथ हादसा; गागन नदी के चट्टा पुल से नीचे गिरी बाइक, महिला की मौत बच्चा लापता
ETVBHARAT
6 hours ago
6:38
'ਵੰਦੇ ਮਾਤਰਮ' ਨੂੰ ਲਾਜ਼ਮੀ ਕਰਨ ਦੀ ਤਜਵੀਜ਼ ਅਤੇ ਸਿੱਖਾਂ ਦਾ ਇਤਰਾਜ਼- ਵਿਵਾਦ ਦੀ ਅਸਲ ਵਜ੍ਹਾ ਕੀ ?
ETVBHARAT
6 hours ago
6:27
कनिष्ठ अभियंता परीक्षेतील कॉपी प्रकरणात 5 जणांवर गुन्हा दाखल; अतिरिक्त आयुक्तांनी पत्रकार परिषदेत दिली माहिती
ETVBHARAT
6 hours ago
2:14
নগাঁৱত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক মহিলা সৰবৰাহকাৰী
ETVBHARAT
2 months ago
2:44
যোৰহাটত ঋণৰ কিস্তি আনিবলৈ যোৱা ফাইনেন্স কোম্পানীৰ বিষয়াৰ বিলৈ
ETVBHARAT
2 months ago
4:30
পূৰ্বৰ সৌন্দৰ্যতা নাই বৃন্দাবনী বস্ত্ৰত : সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামী
ETVBHARAT
2 months ago
1:30
শুই থাকোতেই বন্যহস্তীৰ আক্ৰমণত মৃত্যু
ETVBHARAT
2 months ago
0:59
'বিশ্ব ড্ৰাগছ সমস্যা' বিষয়ক আলোচনাৰে আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱস পালন
ETVBHARAT
2 months ago
2:34
সুৰামত্ত তিনি বন্ধুৱে হত্যা কৰিলে বন্ধুক, আৰক্ষীৰ জালত তিনি হত্যাকাৰী
ETVBHARAT
2 months ago
1:29
কলিয়াবৰত বাৰ্মিজ চুপাৰিসহ তিনিজনক আটক
ETVBHARAT
2 months ago
2:35
মণিৰুদ্দিনৰ কামনাৰ বলি কিশোৰী, সংকটজনক অৱস্থাত চিকিৎসাধীন
ETVBHARAT
2 months ago
2:18
ডুমডুমাৰ দৈনিক বজাৰত বিধ্বংসী অগ্নিকাণ্ড
ETVBHARAT
3 months ago
3:56
প্ৰগতিৰ পথত আগবাঢ়িব লাগিব ধুবুৰী: গুৰুদ্বাৰত অভিভাৱক মন্ত্ৰী অশোক সিংহল
ETVBHARAT
3 months ago
3:09
বিশ্ব পৰিৱেশ দিৱসৰ দিনাই প্ৰকৃতিত কুঠাৰাঘাত, গছ কাটি বিতৰ্কত বিদ্যালয়
ETVBHARAT
3 months ago
2:46
দক্ষিণ শালমাৰাৰ সুখচৰত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ ভয়ংকৰ ৰূপ
ETVBHARAT
4 months ago
3:04
চোতালত খেলি থকা শিশুৰ ওপৰত পৰিল বিদ্যুতৰ খুঁটা, বিদ্যুৎ বিভাগৰ বিৰুদ্ধে ক্ষুব্ধ স্থানীয় লোক
ETVBHARAT
4 months ago
2:19
মৰিগাঁৱত বীৰাংগনা সতী সাধনী দিৱস উদযাপন
ETVBHARAT
4 months ago
1:00
৭২ সংখ্যক সদৌ মঙলদৈ ৰঙালী বিহুৰ মুকলি বিহু প্ৰতিযোগিতা সম্পন্ন
ETVBHARAT
4 months ago
Comments