Skip to player
Skip to main content
Search
Connect
Watch fullscreen
Like
Share
Bookmark
More
Add to Playlist
Report
ETVBHARAT
Follow
মেঘালয়ত ধাৰাসাৰ বৰষুণ, কিন্তু যোৰাবাটত ভয়াবহ কৃত্ৰিম বান
5 weeks ago
সোণাপুৰ : পুনৰ কৃত্ৰিম বানৰ কৱলত যোৰাবাট ৷ শুকুবাৰে মেঘালয় পাহাৰত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত অসম-মেঘালয় সীমান্তৰ যোৰাবাটত পুনৰ ভয়াৱহ কৃত্ৰিম বানৰ সৃষ্টি হয় । পাহাৰৰ পৰা নামি অহা প্ৰবল সোঁত আৰু বৰষুণৰ পানীয়ে গুৱাহাটী-শ্বিলং সংযোগী ব্যস্ত ৰাষ্ট্ৰীয় ঘাইপথছোৱাক একপ্ৰকাৰ বোৱতী নৈত পৰিণত কৰে । ঘাইপথৰ ওপৰত একাঠু পৰ্যন্ত পানী হোৱাৰ বাবে পথৰ মাজতেই আৱদ্ধ হৈ পৰে কেইবাখনো সৰু-বৰ বাহন।ইফালে পানীৰ সোঁত ইমান প্ৰবল যে মটৰচাইকেল বা সৰু গাড়ীসমূহ চলাচল কৰাটো অসম্ভৱ হৈ পৰে । হঠাতে হোৱা বানৰ বাবে ঘাইপথটোত তীব্ৰ যান-জঁটৰ সৃষ্টি হোৱাৰ লগতে যাত্ৰীসকল মাজবাটতে থমকি ৰ’বলগীয়া হয় । ফলত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷ এজাক বৰষুণ দিলে ৰাষ্ট্ৰীয় ঘাইপথছোৱা হৈ পৰে সাগৰ সদৃশ্য ৷লগতে পঢ়ক:অত্যাধুনিক ৰে'ল ষ্টেচনৰ মানচিত্ৰত অন্তৰ্ভুক্ত অসম; মাজবাটত অমৃত ভাৰত ষ্টেচন উদ্বোধনী অনুষ্ঠানত ৰাজ্যপালৰ অংশগ্ৰহণ
Category
🗞
News
Transcript
Display full video transcript
00:00
I was thinking about how to do this.
00:07
I'm doing this for a long time.
00:07
I'm not gonna go.
00:10
I'm not gonna go.
00:13
I'm not gonna go.
00:13
No, no, no.
00:25
I'm not going to go.
00:26
No, no.
00:27
No, no.
00:27
No, no.
00:28
No, no.
Show less
Comments
Log in to post a comment
Recommended
1:38
|
Up next
পেটৰ তাৰণাত বনাঞ্চল এৰি পাকঘৰত সোমাল ভালুক
ETVBHARAT
3 days ago
4:30
কোকৰাঝাৰ জিলাৰ সাংগঠনিক স্থিতি শক্তিশালী কৰাৰ লক্ষ্যৰে জিলা পৰ্যায়ৰ বৈঠক
ETVBHARAT
6 days ago
2:24
বিটিআৰ শান্তিচুক্তিৰ প্ৰতিটো দফা ৰূপায়ণৰ দাবী: জোনাইত এবছুৰ প্ৰতিবাদ
ETVBHARAT
4 weeks ago
0:33
ডিমা হাছাওত শোকাবহ পথ দুৰ্ঘটনাত দুই যুৱকৰ মৃত্যু
ETVBHARAT
5 weeks ago
1:45
মাজুলীত বন্যহস্তীৰ বিশাল জাকৰ মুক্ত বিচৰণ, আতংকিত ৰাইজ
ETVBHARAT
6 weeks ago
1:03
अभिनेता रुहुल्ला मेहदीला अमली पदार्थांच्या तस्करीप्रकरणी अटक, बॉलीवुडमध्ये खळबळ
ETVBHARAT
46 minutes ago
4:09
ભરૂચના શિયાલીમાં આવેલું શિવજીનું અનોખું ધામ, અમરનાથના બાબા બર્ફાની જેવી થાય અનુભૂતિ
ETVBHARAT
53 minutes ago
3:50
Sawan Special: पुष्कर का वो शिवालय, जहां महादेव का क्रोध शांत करने के लिए ब्रह्मा जी ने की थी शिवलिंग की स्थापना
ETVBHARAT
54 minutes ago
2:12
खेल-खेल में बच्चों के सपनों को पंख दे रहीं मुममुन भट्टाचार्य, एक स्मार्टफोन से शुरू हुई शिक्षण यात्रा जो राष्ट्रपति भवन तक पहुंची
ETVBHARAT
2 hours ago
5:23
पांच हजार साल पुराने इतिहास का खजाना समेटे है DDU का संग्रहालय, जानिए क्या कहते हैं एक्सपर्ट्स?
ETVBHARAT
8 hours ago
2:14
নগাঁৱত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক মহিলা সৰবৰাহকাৰী
ETVBHARAT
7 weeks ago
2:27
সন্দেহযুক্ত লোকক এমাহৰ ভিতৰত বৰভাগ এৰাৰ সকীয়নি ৰাইজৰ
ETVBHARAT
2 months ago
1:27
ডিব্ৰুগড়ত প্ৰায় ১.৪ কোটি মূল্যৰ নিষিদ্ধ সামগ্ৰী দাহ
ETVBHARAT
2 months ago
3:34
৬ বছৰ পূৰ্বে নিৰ্মাণ কৰা ৰাজহুৱা শৌচালয় আজিও নহ'ল মুকলি
ETVBHARAT
2 months ago
2:02
কলগাছিয়া অসামৰিক চিকিৎসালয়ত ৰোগী-ৰাইজে পাব বিশুদ্ধ খোৱা পানী
ETVBHARAT
3 months ago
1:18
ধুবুৰীত গো-মাংসৰ বিৰুদ্ধে অভিযান, চাৰিজনক আটক
ETVBHARAT
3 months ago
0:41
গুৱাহাটী আৰক্ষীয়ে জিম্মাত ল'লে মঠঘৰীয়াৰ দুৰ্ঘটনাৰ পলাতক চালকক
ETVBHARAT
4 months ago
1:39
কোনো চিনাকী লোকেই জড়িত মৰিকলঙৰ ডকাইতিকাণ্ডত: আইজিপি জি ভি শিৱপ্ৰসাদ
ETVBHARAT
4 months ago
4:39
মৰিগাঁৱত বসন্ত উৎসৱত কবিতা পুথি উন্মোচন
ETVBHARAT
4 months ago
1:39
জুবিন গাৰ্গৰ গান বিকৃত ৰূপত পৰিবেশন, আকৌ বাতিল মৰ্মিতাৰ আন এখন অনুষ্ঠান
ETVBHARAT
4 months ago
2:23
অসমীয়া বিষয়ত ১০০ নম্বৰ; সংখ্যালঘু অঞ্চলত আকৰ্ষণীয় ফলাফল
ETVBHARAT
5 months ago
1:23
বিধানসভাত নাৰী-যুৱ প্ৰজন্মৰ অধিক অংশগ্ৰহণ বিচাৰে কণ্ঠশিল্পী দীপলিনা ডেকাই
ETVBHARAT
5 months ago
9:04
দিছপুৰত বিৰোধী ঐক্যৰ চৰকাৰ : ভোটাধিকাৰ সাব্যস্ত কৰি এই দাবী অজাপ প্ৰাৰ্থী ৰাজেন গোহাঁইৰ
ETVBHARAT
5 months ago
1:05
প্ৰচাৰৰ অন্তিম দিনা ৰঙিয়াত শক্তি প্ৰদৰ্শন শাসক-বিৰোধীৰ
ETVBHARAT
5 months ago
1:32
বদৰুদ্দিন আজমল মোগলৰ প্ৰতীক : জয়ন্ত মল্লবৰুৱা
ETVBHARAT
5 months ago
Comments