Skip to playerSkip to main content
  • 5 days ago
দক্ষিণ শালমাৰা: দক্ষিণ শালমাৰা মানকাচৰত ব্ৰহ্মপুত্ৰৰ খহনীয়া অব্য়াহত । জিলা সদৰ হাটশিঙিমাৰীৰ পৰা প্ৰায় ৬ কিলোমিটাৰ নিলগত সুখচৰত ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । বিগত এমাহত প্ৰায় ২০টা পৰিয়ালৰ ঘৰৰ ভেঁটি জাহ গৈছে নদীৰ বুকুত ।এই পৰিয়ালকেইটাৰ ভেঁটি-মাটি ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱাত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে । বহুতো পৰিয়ালৰ কৃষিভূমিও ইতিমধ্য়ে নদীৰ বুকুত বিলীন হৈছে । খহনীয়া প্ৰতিৰোধৰ আঁচনিৰ লগতে ক্ষতিগ্ৰস্ত পৰিয়ালক আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ ভুক্তভোগী পৰিয়ালে স্থানীয় প্ৰশাসন আৰু চৰকাৰক দাবী জনাইছে ।  এই সন্দৰ্ভত এজন ভুক্তভোগীয়ে কয়, "ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া অব্য়াহত আছে । আজিলৈকে চৰকাৰৰ পৰা কোনোধৰণৰ সহায়-সহযোগিতা লাভ কৰা নাই । ইয়াত সুখচৰ হায়াৰ ছেকেণ্ডাৰীৰ লগতে মিনি পিএইচচি আছে । এই অঞ্চলটো নদীত বিলীন হ'লে হাটশিঙিমাৰীও নাথাকিব । সেইবাবে চৰকাৰে এইক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে ।"লগতে পঢ়ক:জিঅ' বেগৰ সুফলঃ মৰিগাঁও লাহৰীঘাটত খহনীয়া প্ৰতিৰোধী আঁচনিয়ে দিছে সকাহবাৰিষাৰ পূৰ্বে লাহৰীঘাটত খহনীয়াই লৈছে ভয়াবহ ৰূপ, জাহ যোৱাৰ উপক্ৰম কেইবাখনো গাঁও

Category

🗞
News
Transcript
00:12Let's get started.
00:42The third part of the government has been in this country and is a sign of this country.
00:49I am not sure about the government with the state of the government.
00:54This is the huge issue of the government.
01:01It is a very important issue in this year.
01:05It is a very important issue for the government.
01:09It is a very important issue.
01:36Thank you very much.
01:41Thank you very much.
Comments

Recommended