Skip to player
Skip to main content
Search
Connect
Watch fullscreen
Like
Share
Bookmark
More
Add to Playlist
Report
ETVBHARAT
Follow
কেনেকৈ মৃত্যু হ'ল প্ৰাক্তন অৱসৰপ্ৰাপ্ত এছএছবি জোৱানৰ !
3 months ago
বঙাইগাঁও: শনিবাৰে বিয়লি বঙাইগাঁৱত সৃষ্টি হয় এক চাঞ্চল্যকৰ পৰিস্থিতি । ৰহস্যজনক অৱস্থাত উদ্ধাৰ হয় এগৰাকী অৱসৰপ্ৰাপ্ত এছএছবি জোৱানৰ মৃতদেহ । চহৰখনৰ ১৫ নং ৱাৰ্ডত অৰ্ধগলিত অৱস্থাত উদ্ধাৰ হয় জোৱানজনৰ মৃতদেহ । এটা দ' খাৱৈত অৰ্ধগলিত অৱস্থাত উদ্ধাৰ হোৱা এছএছবি জোৱানজনক বিষ্ণু কুমাৰ ৰাম বুলি চিনাক্ত কৰা হয় । প্ৰথমতে স্থানীয় ৰাইজে পানীত ভাঁহি থকা অৱস্থাত মৃতদেহ প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক । খবৰ পোৱা মাত্ৰকে ঘটনাস্থলীত বঙাইগাঁও আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো ৷ বিষ্ণু কুমাৰ ৰাম প্রাক্তন এছএছবি জোৱান আছিল ৷ ব্যক্তিগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত পৰিয়ালৰ লোকৰ মাজত শোকাকুল পৰিৱেশৰ সৃষ্টি হয় । এয়া হত্যা নে দুৰ্ঘটনা সেয়া বৰ্তমান পৰ্যন্ত জানিব পৰা হোৱা নাই ৷ আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ৷ লগতে পঢ়ক: প্ৰাক্তন ডিআইজি প্ৰশান্ত কুমাৰ দত্তৰ সম্পত্তি বাজেয়াপ্ত ইডিৰবাঁহ-বেঙেনাৰ যুঁজত কঁপিল ইটিভি ভাৰত অসমৰ ষ্টুডিঅ'
Category
🗞
News
Transcript
Display full video transcript
00:25
Thank you for joining us.
00:47
Thank you for joining us.
Show less
Comments
Log in to post a comment
Recommended
1:38
|
Up next
পেটৰ তাৰণাত বনাঞ্চল এৰি পাকঘৰত সোমাল ভালুক
ETVBHARAT
4 weeks ago
4:30
কোকৰাঝাৰ জিলাৰ সাংগঠনিক স্থিতি শক্তিশালী কৰাৰ লক্ষ্যৰে জিলা পৰ্যায়ৰ বৈঠক
ETVBHARAT
5 weeks ago
1:37
ঘৰৰ চোতালত পুতি থৈছিল নিচাজাতীয় সামগ্ৰী, আটক গাঁওৰক্ষী বাহিনীৰ সম্পাদক
ETVBHARAT
7 weeks ago
5:21
সুৰৰ মূৰ্চ্ছনাৰে আৰ্তজনলৈ সহায়ৰ হাত: ডুমডুমাত স্বতঃস্ফূৰ্তভাৱে ওলাই আহিল ‘সুৰ বাহিনী’
ETVBHARAT
7 weeks ago
1:49
বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ, নগদ ১৪ লাখ টকা জব্দ
ETVBHARAT
2 months ago
2:21
'छात्रों की गूंज'- कॉमेडियन की मिमिक्री को लेकर बीजेपी का राहुल गांधी पर निशाना, बताया शर्मनाक और घिनौना
ETVBHARAT
23 minutes ago
3:10
बीजेपी कार्यकर्ताओं ने अपने ही नेता पर लगाए गंभीर आरोप, मंत्री बोले- इस्तीफा दूंगा
ETVBHARAT
30 minutes ago
1:02
19 ବର୍ଷର ନିଆରା ମଣିଷ-ପଶୁ ସମ୍ପର୍କ: ଛେଳି 'କୁଆଁର' ମୃତ୍ୟୁ ପରେ ସନାତନ ରୀତିରେ ଶ୍ରାଦ୍ଧକର୍ମ
ETVBHARAT
31 minutes ago
1:58
रंगदारी पर देवघर पुलिस का बड़ा एक्शन, हथियार के दम पर वसूली करने वाले तीन गिरफ्तार
ETVBHARAT
34 minutes ago
1:46
पूर्व सीएम हरीश रावत का उत्तराखंड कमबैक, शहीदों को किया नमन, बीजेपी सरकार को दी चुनौती
ETVBHARAT
42 minutes ago
2:31
মেঘালয়ত ধাৰাসাৰ বৰষুণ, কিন্তু যোৰাবাটত ভয়াবহ কৃত্ৰিম বান
ETVBHARAT
2 months ago
2:14
নগাঁৱত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক মহিলা সৰবৰাহকাৰী
ETVBHARAT
3 months ago
1:58
যোৰহাটত ড্ৰাগছসহ আটক সৰবৰাহকাৰী
ETVBHARAT
3 months ago
4:43
ৰাইজক কৰ-কাতলৰ বোজা নিদিয়াকৈ ৰাজহ বৃদ্ধিৰ লক্ষ্য চৰকাৰৰ: জয়ন্ত মল্ল বৰুৱা
ETVBHARAT
3 months ago
1:01
ৰাজ্য়ৰ দ্বিতীয় ৰাজধানীত প্ৰশাসনৰ উচ্ছেদ অভিযান; ৬০টাৰো অধিক ঘৰত পৰিল প্ৰশাসন হাঁতোৰা
ETVBHARAT
3 months ago
1:40
বন্যহস্তীৰ ভয়ত বিনিদ্ৰ ৰজনী কটাইছে ক্ষেত্ৰীবাসীয়ে
ETVBHARAT
3 months ago
2:02
কলগাছিয়া অসামৰিক চিকিৎসালয়ত ৰোগী-ৰাইজে পাব বিশুদ্ধ খোৱা পানী
ETVBHARAT
4 months ago
4:25
জোনাইত ধুমুহাত বিস্তৰ ক্ষতিসাধন; ৫টা পশুধনৰ মৃত্য়ু
ETVBHARAT
5 months ago
4:39
মৰিগাঁৱত বসন্ত উৎসৱত কবিতা পুথি উন্মোচন
ETVBHARAT
5 months ago
1:23
খোৱাঙত নাহৰফুটুকীৰ মৃতদেহ উদ্ধাৰ
ETVBHARAT
5 months ago
2:23
অসমীয়া বিষয়ত ১০০ নম্বৰ; সংখ্যালঘু অঞ্চলত আকৰ্ষণীয় ফলাফল
ETVBHARAT
5 months ago
1:58
৮৩.৭৬ শতাংশ ভোটদানেৰে মাজুলীত শান্তিপূৰ্ণভাবে সম্পন্ন ভোটগ্ৰহণ
ETVBHARAT
5 months ago
2:39
ভোটাৰৰ ভিৰ দেখি উৎফুল্লিত জয়ন্ত মল্ল, সপৰিয়ালে ভোটদান নলবাৰীত
ETVBHARAT
5 months ago
1:09
যোৰহাটত ভয়াৱহ অগ্নিকাণ্ডত দহখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান ভষ্মীভূত
ETVBHARAT
6 months ago
1:31
তেজপুৰত নিৰ্দলীয় প্ৰাৰ্থী তথা জ্যেষ্ঠ সাংবাদিক মনোজ বৰাৰ মনোনয়ন পত্ৰ দাখিল
ETVBHARAT
6 months ago
Comments