Skip to playerSkip to main content
  • 50 minutes ago
মৰিগাঁও : শব্দকল্পৰ উদ্যোগত সোমবাৰে চাৰণবিল জলক্ৰীড়া প্ৰকল্পত দিনজোৰা কাৰ্যসূচীৰে উলহ-মালহেৰে বসন্ত উৎসৱ উদযাপন কৰা হয় । পৰম্পৰা আৰু আধুনিকতাৰ সমন্বয়ত আয়োজন কৰা এই পৰিৱেশে এক উৎসৱমুখৰ ৰূপ দিয়ে ।  শব্দকল্পৰ সভাপতি লক্ষ্যজ্যোতি নাথে পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে । সম্পাদক নাৰায়ণ চন্দ্ৰ ৰজাই স্মৃতি তৰ্পণ আৰু উপদেষ্টা দেৱেন দাসে বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰে । তাৰ পিছতে সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ।  আনহাতে বিৰিঞ্চি কুমাৰ শৰ্মাই মুকলি কৰা বিহু অনুষ্ঠানত মৰিগাঁও নাহৰ জেং বিহু হুঁচৰি দল আৰু কৃষ্ণচূড়া বিহুৱা দলে বিহু নৃত্য় প্ৰদৰ্শন কৰে । এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি দুখনকৈ গ্ৰন্থ উন্মোচন কৰা হয় ।​ অনুষ্ঠানটোত ডেইজী বৰাৰ  ​'শব্দ স্পন্দন' আৰু চুমি কপাহেৰাৰ ​'বসন্তৰ কবিতা' উন্মোচন কৰা হয় ।লগতে পঢ়ক:সোণাপুৰৰ জুবিন ক্ষেত্ৰত অঞ্জলি মহন্তৰ ‘নিঃসংগতাৰ মৌন আলাপ’ উন্মোচননাৰী দিৱস ২০২৬ঃ এগৰাকী কিশোৰীৰ গ্ৰন্থ এতিয়া পোৱা যাব সকলো চৰকাৰী বিদ্যালয়ৰ পুথিভঁৰালত

Category

🗞
News
Transcript
00:05Music
00:05Music
00:05Music
00:05Music
00:05And my folks have燃爹
00:08And I've been sleeping
00:11And my friends have been sleeping
00:12Go to my guild
00:16Go to my guild
00:18This produkt has found a lot of view
00:24gonna see something
00:29We are in the end of chez
00:32Our sisters always
00:32You wanna see the fruit
00:35This one is Father's Only Son,
00:38This is Father's Only Son,
00:40This is Father's Only Son in His Son.
00:43This this is Father's Only Son.
00:53Let you pray for the Satsang with the Holy Spirit of God.
01:08Drumsah Chandra, we have a great collection of different different things to get in the country.
01:12There was no place in our American project.
01:14And the most important thing, as well, we have been involved in our own lives.
01:49Thank you very much.
02:20Thank you very much.
02:50Thank you very much.
03:19Thank you very much.
03:44Thank you very much.
Comments

Recommended