Skip to playerSkip to main content
  • 2 hours ago
জোনাই : আকৌ বহিঃৰাজ্যলৈ গৈ সন্ধানহীন হ’ল অসমৰ যুৱক ৷ এইবাৰ ধেমাজি জিলাৰ চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত দিপাৰ টেকল’পুৰ আদি নামচি পথাৰ গাঁৱৰ খগেন হাজঙৰ জ্যেষ্ঠ পুত্ৰ অজিত হাজং (২১) তামিলনাডুৰ পৰা সন্ধানহীন হোৱাৰ খবৰ লাভ কৰা গৈছে ৷স্থানীয় এগৰাকী লোকে কোৱা মতে, যোৱা মে’ মাহৰ প্ৰথম সপ্তাহত গাঁৱৰে এগৰাকী সম্পৰ্কীয় মোমায়েক আৰু আন লগৰীয়াৰ সৈতে তামিলনাডুলৈ গৈ ৰাজ্যখনৰ কাঞ্চিপুৰম জিলাৰ শ্ৰীপেৰামবুডুৰ আৰক্ষী থানাৰ অন্তৰ্গত আৰানেৰী অঞ্চলস্থিত এম. বি. এম. প্ৰাইভেট লিমিটেড কোম্পানীত শ্ৰমিক হিচাপে নিয়োজিত হৈছিল ।এমাহ ধৰি শ্ৰমিক হিচাপে কাম কৰাৰ পাছত ৬ জুনত অজিতে ঘৰলৈ ৯,০০০ টকা অনলাইনযোগে পঠিয়াইছিল । সেই নিশা কোম্পানীৰ কোৱাৰ্টাৰৰ পৰা ওলাই যোৱাৰ পিছৰে পৰা নিৰুদ্দেশ হোৱাত সম্পৰ্কীয় মোমায়েক বিশ্বজিৎ হাজঙে তামিলনাডুৰ কাঞ্চিপুৰম জিলাৰ শ্ৰীপেৰামবুডুৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে ৷ভাৰতীয় ন্যায় সংহিতাৰ ১৭৩-ৰ অধীনত ৩৫১/২০২৬ নম্বৰত এক গোচৰ ৰুজু কৰি আৰক্ষীয়ে অনুসন্ধান চলাই আছে কোনো সন্ধান উলিয়াব পৰা নাই ৷ উপায়ন্তৰ হৈ পৰিয়ালৰ ফালৰ পৰা পুনৰ ধেমাজি জিলাৰ চিলাপথাৰ আৰক্ষী থানাত নিৰুদ্দেশ হৈ থকা যুৱকজনৰ অনুসন্ধান তামিলনাডু আৰক্ষীয়ে খৰটকীয়া কৰিবলৈ এখন এজাহাৰ দাখিল কৰে ৷ কিন্তু প্ৰায় দুমাহ ধৰি নিৰুদ্দেশ হৈ থকা অজিত হাজঙৰ সন্ধান উলিয়াবলৈ কোনো সক্ষম হোৱা নাই । যাৰ ফলত দুৰ্ভগীয়া পৰিয়ালটোৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । শ্ৰমিকগৰাকীৰ সন্ধান উলিয়াবলৈ তামিলনাডু আৰু অসম চৰকাৰৰ আৰক্ষীক দাবী জনাইছে সদৌ অসম হাজং ছাত্ৰ সন্থা আৰু গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চই ।লগতে পঢ়ক : বহিঃৰাজ্য়ৰ পৰা যুৱকৰ মৃতদেহ আনিবলৈ হাতত নাই ধন, মুখ্য়মন্ত্ৰীক সহায়ৰ আহ্বান

Category

🗞
News
Transcript
00:00Since I was here, I was told to get to the Gompol.
00:07I had asked for a good day to get to the Gompol.
00:14I was in the Gompol area of Gompol area.
00:20I was in the Gompol area.
00:22In Tamil Nadu, the area of MBM is a private company.
00:33Now, the area of Tamil Nadu is a private company.
00:36The area of Tamil Nadu is a private company.
00:47The area of Tamil Nadu is a private company.
00:54The area of Tamil Nadu is a private company.
01:00the
01:02of
01:02it
01:02I
01:04I
01:06I
01:08I
01:08I
01:10We were very good to be here.
01:13But if we go to the family, we don't have to be here to be here.
01:22We are very good to be here.
01:25But, we have been here to be here to be here.
01:30We are very happy to have a feeling.
01:34The work I have done was done with most of the work.
01:45We have done an awful amount of work.
01:48We worked as an industry manager for all of us.
01:54I have been on my own.
01:55Now I have been in the investigation.
02:04I have been on my own.
02:05I am the one who is doing it.
02:09I have been doing it for the long run.
02:14I have been eating my own.
02:16I have no money for my life.
02:20I have no money for my life.
02:24What is it?
02:28Yes, yes.
02:31When I was in the hospital, my family was in the hospital.
02:37I was in the hospital.
03:09Thank you very much.
03:12Thank you very much.
Comments

Recommended