Skip to playerSkip to main content
  • 17 hours ago
ধুবুৰী: সাৱধান ! আৰক্ষীৰ বেশত ঘূৰিছে ডকাইতৰ বৃহৎ চক্ৰ । আৰক্ষীৰ লোক বুলি পৰিচয় দি আপোনাকো লুটপাত কৰিব পাৰে ডকাইতৰ দলে । ধুবুৰীত তেনেকুৱাই এটা ঘটনাই সংঘটিত হ'ল । আৰক্ষীৰ লোক বুলি পৰিচয় দি ধুবুৰীৰ মাজমজিয়াত ৫৯ বছৰীয়া এগৰাকী মহিলাৰ পৰা কাঢ়ি লৈ গ'ল সোণৰ অলংকাৰ । চহৰখনৰ ৭ নং ৱাৰ্ডৰ বাসিন্দা জ্যোৎস্না বেগম নামৰ মহিলাগৰাকীয়ে চহৰখনৰ মিচেল ৰোডলৈ গৈ থাকোঁতে দুজন যুৱকে তেওঁক আৰক্ষীৰ লোক বুলি পৰিচয় দিছিল । তাৰ পিছত পিন্ধি থকা সোণৰ অলংকাৰবোৰ বেগত ভৰাবলৈ দিয়ে । মহিলাগৰাকীয়ে সেইমতে তেওঁৰ সোণৰ গহনাবোৰ খুলি বেগত ভৰাবলৈ লওঁতেই দুই যুৱকে হাতৰ পৰা বেগটো কাঢ়ি পলায়ন কৰে ।ঘটনা সন্দৰ্ভত ভুক্তভোগী মহিলাগৰাকীৰ পৰিয়ালৰ লোকে ধুবুৰী সদৰ থানাত এজাহাৰ দাখিল কৰিছে । এই সন্দৰ্ভত পৰিয়ালৰ সদস্যই কয়, "মোৰ শাহুৱে ভাৰত মেডিকেললৈ আহিছিল । তেতিয়া দুজন মানুহ পিছফালৰ পৰা আহিছিল । মাক ক'লে যে আমি পুলিচৰ মানুহ । আই কাৰ্ডো দেখুৱাইছিল । তেওঁলোকে মাক সোণৰ অলংকাৰবোৰ বেগত ভৰাই ল'বলৈ ক'লে । মায়ে প্ৰথমে অস্বীকাৰ কৰিছিল । কিন্তু তেতিয়া আন এজন মানুহে আহি মাৰ সন্মুখতে তেওঁৰ অলংকাৰ খুলি পকেটত থলে । এজনে মাক ধমক দি ক'লে যে আপুনি কিয় ৰখা নাই । তেতিয়া মায়ে অলংকাৰবোৰ খুলি বেগত ভৰাওঁতেই কাঢ়ি লৈ বাইকেৰে পলায়ন কৰিলে । সোণখিনিৰ মূল্য ৪ লাখমান টকা হ'ব । আমি ধুবুৰী থানাত ইতিমধ্যে এজাহাৰ দিছোঁ ।"লগতে পঢ়ক :অসমৰ মাটিত নগাৰ জৰীপ: বাধা দিয়া অসমীয়া যুৱকক গুৰুলা-গুৰুলকৈ প্ৰহাৰ

Category

🗞
News
Transcript
00:28I was a mother-in-law.
00:30We will also have such wonderful temple houses.
00:34First, we have
00:35time to take up the church for our friends
00:40so that
00:46the church has hemen green
00:48and these people
00:50see the period and can turn
00:54.
00:56.
00:56How did you know the food?
01:00How did you know the food?
01:06The food was in the same place.
01:08Moving to the food is about 10 grams.
01:17How did you know the food?
01:19We have to take a look at the car.
01:22This is the case.
01:25We came back to the car,
01:29and we took a trip to the car.
Comments

Recommended