Skip to playerSkip to main content
  • 35 minutes ago
বাক্সা: বাক্সা জিলা ক্ৰীড়া সন্থাৰ উদ্য়োগত আৰু বৰমা ইউনাইটেড ফুটবল ক্লাবৰ সহযোগত বৰমা জুলী মৈদান মিনি ষ্টেডিয়ামত অনুষ্ঠিত তৃতীয় বাৰ্ষিক কমল ভূষণ বড়ো সোঁৱৰণী ছুপাৰ ডিভিজন ফুটবল লীগৰ ফাইনেল মেচখন ৩০ জুলাইত অনুষ্ঠিত হয়  ৷ ফাইনেলত বৰমা ইউনাইটেড ফুটবল ক্লাবে বৰিমাখা চাৰন্থায় ক্লাবক ৩-০ গ'লৰ ব্য়ৱধানত পৰাস্ত কৰে  ৷প্ৰথমাৰ্ধত দুয়োটা দলে কোনো গ'ল দিব নোৱাৰিলেও খেলৰ দ্বিতীয়াৰ্ধত বৰমা ইউনাইটেড ফুটবল ক্লাবে ৩ গ'ল দিবলৈ সক্ষম হয় ৷ ইয়াৰ পূৰ্বে ফাইনেল খেলখন শুভাৰম্ভণি কৰে বাক্সা জিলা ক্ৰীড়া সন্থাৰ সভাপতি তথা প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰীয়ে । এই খেলখন মুকলি কৰে ৪২ বাক্সা বিধানসভা সমষ্টিৰ বিধায়ক মনেশ্বৰ ব্ৰহ্মই ।বাক্সা জিলা ক্ৰীড়া সন্থাৰ সভাপতি বসুমতাৰীয়ে কয় ,"বাক্সা জিলাৰ ক্ৰীড়া সংগঠক তথা জিলাখনৰ প্ৰথম ক্ৰীড়া সভাপতি কমল ভূষণ বড়ো ছুপাৰ ডিভিজন লীগ যোৱা ১৪ জুলাইৰ পৰা আৰম্ভ হৈছিল ৷ প্ৰয়াত কমল ভূষণ বড়ো বাক্সা জিলা স্প'ৰ্টছ এছোচিয়েশ্য়নৰ প্ৰতিষ্ঠাপক সভাপতি আছিল ৷ তেওঁৰ তত্বাৱধানতেই আমি বাক্সা জিলা স্প'ৰ্টছ এছোচিয়েশ্য়ন গঠন কৰিছিলো ৷ তেওঁৰ স্মৃতি জীয়াই ৰাখিবলৈ ছুপাৰ ডিভিজন ফুটবল লীগৰ নাম আমি কমল ভূষণ বড়োৰ নামত ৰাখিছো ৷ জিলাখনৰ ফুটবল খেলুৱৈসকলক উলিয়াই অনাৰ কাৰণে আমাৰ চেষ্টা সদায় থাকিব ৷ "লগতে পঢ়ক:গেৰুৱা হ’ব ভাৰতীয় হকী দলৰ জাৰ্ছীৰ ৰং !আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ল’লে অজিংক্য ৰাহানেই

Category

🗞
News
Transcript
00:00.
00:01.
00:01.
00:01.
00:01.
00:02.
00:02.
00:08.
00:09.
00:10.
00:10.
00:10.
00:10.
00:12.
00:15.
00:16.
00:16.
00:18.
00:19I did not know how much it is.
00:22I was playing in the division of the world for the first time.
00:31I was playing in the first half of the match.
00:37But I got to play with the final match.
00:40This is the final of the tournament in the 40th club in Burma and United FC.
00:51This is the final of the tournament.
00:57He has had his own own experience.
01:07When your mother is someone who is a young man,
01:11he has the same experience as a young man.
01:13He has the same experience as a young man.
01:20This is the same experience as a young man.
01:49Thank you very much.
01:54We are also working on the first part of the state.
02:04The state is still working on the first part of the state.
02:10We are working on the third part of the state.
02:17A-Division, B-Division, C-Division,
02:23the final match is now on the final match.
02:30The final match has been held by the Bagan Paran.
02:34The final match was held by the B-Division
02:37Then, in the other hand, B-Division was held in the MEDA.
02:51Why did we get out of this land?
Comments

Recommended