Skip to playerSkip to main content
  • 4 hours ago
শিৱসাগৰ: বানপানীৰ ফলত ক্ষতিগ্ৰস্ত শিৱসাগৰ জিলাৰ বিদ্যালয়সমূহত পৰিস্থিতি স্বাভাৱিক হোৱাৰ লগে লগে সোমবাৰৰ পৰা পুনৰ পাঠদান আৰম্ভ হৈছে । শিক্ষা বিষয়া সমীৰণ দুৱাৰাই জাৰি কৰা নিৰ্দেশনা অনুসৰি, বাঢ়নী পানী শুকুৱা, সাহায্য শিবিৰ উঠাই লোৱা আৰু চাফ-চিকুণ সম্পূৰ্ণ হোৱা বিদ্যালয়সমূহত প্ৰধান শিক্ষকৰ প্ৰতিবেদনৰ ভিত্তিত সোমবাৰৰ পৰা জিলাখনৰ ৪১৫ খন বিদ্যালয়ত নিয়মীয়া পাঠদান আৰম্ভ কৰা হৈছে ।জিলাখনত বানৰ ফলত মুঠ ৫৫৫খন বিদ্যালয় ক্ষতিগ্ৰস্ত হৈছিল । পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰীষ্মকালীন বন্ধ ৯ আগষ্টলৈ বৃদ্ধি কৰা হৈছিল । অৱশ্যে এতিয়াও প্ৰায় ১৪০ খন বিদ্যালয়ত পানী শুকুৱা নাই অথবা চাফ-চিকুণ সম্পূৰ্ণ হোৱা নাই বা সাহায্য শিবিৰ হিচাপে ব্যৱহৃত হৈ থকাৰ বাবে মুকলি কৰিব পৰা হোৱা নাই । অহা ৪-৫ দিনৰ ভিতৰত এই বিদ্যালয়সমূহো স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিব বুলি আশা কৰা হৈছে ।নিৰ্দেশনাত বিদ্যালয়ৰ বানত ক্ষতিগ্ৰস্ত বৈদ্যুতিক তাঁৰ, ছুইচ, চকেট, ফেন, পাম্প আদি ভালদৰে পৰীক্ষা কৰি নিৰাপদ বুলি নিশ্চিত হোৱাৰ পিছতহে ব্যৱহাৰৰ পৰামৰ্শ দিয়া হৈছে । লগতে বিদ্যালয়ৰ পৰিৱেশ অনুপযুক্ত হ’লে শিক্ষা বিষয়াক অৱগত কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ প্ৰতি বিশেষ নজৰ ৰাখিবলৈ শিক্ষকসকলক নিৰ্দেশ দিয়া হৈছে ।লগতে পঢ়ক: উজনিৰ মহাপ্ৰলয়ত শেষ হ’ল অসমীয়াৰ সুখ, সপোন আৰু ভৱিষ্যৎ, মহাশূন্যতাত জীৱন

Category

🗞
News
Transcript
00:00The following thing is that it has to be postponed to the past and to be postponed to the past.
00:09And when the Gismokaline band came to the 31st of July,
00:14in the 31st of July, we had to be able to get the Gismokaline band.
00:23And when we went to the Gismokaline band, we were able to get the Gismokaline band.
00:27Of course, we have to build and build and build.
00:35The Gismokaline band has been in the most for the year and the Gismokaline band.
00:42We have to build and build and build the Gismokaline band.
00:46We have to be able to build and build and build better with our Gismokaline band.
00:58And that is the question that people who have been in the hospital and have been able to ask them,
01:03every person who has been in the hospital and has been in hospital,
01:08they are the same.
01:11And I am happy to see them that in the hospital,
01:15the hospital has been out for years.
Comments

Recommended