Skip to player
Skip to main content
Search
Connect
Watch fullscreen
Like
Share
Bookmark
More
Add to Playlist
Report
ETVBHARAT
Follow
সাগৰৰ পাৰত বালিৰে ১০০ খন ৰথ নিৰ্মাণ কৰিলে বলুকা শিল্পী সুদৰ্শন পাটনায়কে
2 months ago
ওড়িশা: ১৬ জুলাই, বৃহস্পতিবাৰৰ পৰা ওড়িশাৰ পুৰীত ভগৱান জগন্নাথ ৰথযাত্ৰা আৰম্ভ হৈছে । সমগ্ৰ দেশৰ লগতে বিশ্বৰ লাখ লাখ ভক্তই এই মহোৎসৱত অংশগ্ৰহণ কৰিছে । পুৰীৰ ৰথযাত্ৰা উপলক্ষে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বলুকা শিল্পী তথা পদ্মশ্ৰী বঁটা বিজয়ী সুদৰ্শন পাটনায়কে সাগৰৰ পাৰত এক বিশেষ বলুকা শিল্পৰ সৃষ্টি কৰে । য’ত শিল্পীগৰাকীয়ে ভগৱান জগন্নাথৰ লগতে বালিৰে ১০০ খন ক্ষুদ্ৰ ৰথ নিৰ্মাণ কৰিছে ।উল্লেখ্য যে, পুৰীৰ ৰথযাত্ৰাৰ বাবে ব্যাপক নিৰাপত্তাৰ ব্যৱস্থা গঢ়ি তোলা হৈছে । ভগৱান জগন্নাথৰ এই ৰথযাত্ৰাক হিন্দু সনাতন ধৰ্মৰ অন্যতম বৃহৎ প্ৰাচীন ধৰ্মীয় উৎসৱ হিচাপে গণ্য কৰা হয় । প্ৰতি বছৰে ভাৰত আৰু বিদেশৰ লাখ লাখ ভক্তই পুৰীৰ এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰে ।লোকবিশ্বাস অনুসৰি, এই সময়ছোৱাত ভগৱান জগন্নাথে তেওঁৰ জ্যেষ্ঠ ভাতৃ ভগৱান বলোভদ্ৰ আৰু ভগ্নী দেৱী সুভদ্ৰাৰ সৈতে মন্দিৰৰ পৰা ওলাই আহি তেওঁৰ ভক্তসকলক দৰ্শন দিয়ে । এই মুহূৰ্তটো অলৌকিক, আচৰিত আৰু আৱেগেৰে ভৰা ৷লগতে পঢ়ক : নাই ওখ ওখ দেৱাল, নাই অস্ত্ৰধাৰী নিৰাপত্তাৰক্ষী: কয়দীৰ বাবে সাজু এখন মুক্ত কাৰাগাৰ
Category
🗞
News
Transcript
Display full video transcript
00:00
Thank you so much for joining us.
Show less
Comments
Log in to post a comment
Recommended
2:55
|
Up next
১০০ বানাক্ৰান্ত পৰিয়ালক ঘৰখন পুনৰ নিৰ্মাণ কৰাত ব্যস্ত দীপলিনা ডেকা
ETVBHARAT
4 weeks ago
2:48
মইনাপৰীয়া নামঘৰত মাহজোৰাকৈ ভাদমহীয়া নাম প্ৰসংগ
ETVBHARAT
4 weeks ago
1:39
শিৱসাগৰৰ বন্যাৰ্তৰ কাষত লাভলীনা বৰগোঁহাই, বন্যাৰ্তৰ ক্ৰন্দনত ম্ৰিয়মান খেলুৱৈগৰাকী
ETVBHARAT
5 weeks ago
3:12
শিশুৰ মৃত্যুক কেন্দ্ৰ কৰি নলবাৰী মেডিকেল কলেজত উত্তপ্ত পৰিস্থিতি
ETVBHARAT
6 weeks ago
1:36
বাঢ়নী পানীত পুনৰ বুৰ গ'ল ১৫০ৰো অধিক পৰিয়ালৰ বাসগৃহ, টীয়কত হাহাকাৰ
ETVBHARAT
6 weeks ago
4:30
একাদশ শতিকাৰ শৈল গণেশ আৰু ডিমৰীয়াৰ ঐতিহাসিক গুৰুত্ব, বনৰীয়া হাতীৰ বিচৰণৰ সৈতে কি সংযোগ শৈল গণেশৰ ?
ETVBHARAT
13 minutes ago
1:20
Watch: Thief Gets Stuck In Grill While Attempting To Burgle NRI's House In Gujarat
ETVBHARAT
13 minutes ago
1:33
DUSU Election 2026: NSUI ने जारी किया घोषणा पत्र, मेट्रो पास, हॉस्टल और 24 घंटे लाइब्रेरी तक का वादा
ETVBHARAT
14 minutes ago
2:21
'തേറ്റമലയിലെ തൊഴിലാളികളെ വിദ്യാസമ്പന്നരാക്കിയ ഗ്രന്ഥാശാല'; ഗ്രാമം നിറയെ ഡോക്ടർമാരും എഞ്ചിനീയർമാരും സർക്കാർ ഉദ്യോഗസ്ഥരും
ETVBHARAT
15 minutes ago
0:23
कबीरधाम और दुर्ग में नौकरी दिलाने के नाम पर लाखों की ठगी, आरोपी हुए अरेस्ट
ETVBHARAT
16 minutes ago
2:14
জৰাজীৰ্ণ পথ মেৰামতিত চৰকাৰৰ অৱহেলা, মাছ মাৰি ৰাইজৰ প্ৰতিবাদ
ETVBHARAT
6 weeks ago
1:42
ধেমাজিৰ বানপীড়িত অঞ্চল পৰিদৰ্শন মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ
ETVBHARAT
6 weeks ago
3:19
গুজৰাটত পানীৰ পাছদিনাই প্ৰধানমন্ত্ৰী যায়, অসমলৈ কিয় অহা নাই আৰু পুঁজি দিয়া নাই ; আছু নেতৃত্ব
ETVBHARAT
6 weeks ago
2:56
লখিমপুৰত দুই কিশোৰীৰ সলিল সমাধি
ETVBHARAT
7 weeks ago
2:17
৩০ দিনৰ ভিতৰত কৃষকে পাব ক্ষতিপূৰণ, কৃষিমন্ত্ৰীৰ ডাঙৰ ঘোষণা
ETVBHARAT
2 months ago
1:35
আৰক্ষী বুলি পৰিচয় দিয়া সকলোকে বিশ্বাস নকৰিব !
ETVBHARAT
2 months ago
2:37
টিএমপিকেৰ বাৰ্ষিক অধিৱেশনৰ সমাপ্তি: গঠন ১০১ জনীয়া নতুন সমিতি
ETVBHARAT
2 months ago
0:57
নগাঁৱৰ কামপুৰত বন্যহস্তীৰ উপদ্ৰৱ
ETVBHARAT
2 months ago
2:44
মুকালমুৱাত ড্ৰাগছ বিৰোধী সজাগতাৰ উদ্দেশ্যে সমূহীয়া দৌৰৰ আয়োজন; সহস্ৰাধিক লোকৰ অংশগ্ৰহণ
ETVBHARAT
2 months ago
2:23
যোৰহাটত পুনৰ পিঞ্জৰাত সোমাল বনৰজা, সাতদিনত তিনিটাকৈ নাহৰফুটুকী উদ্ধাৰ
ETVBHARAT
2 months ago
1:50
ঘটি-লোতাসহ ধৰা পৰিল পাঁচ গভাইত চোৰ, বৃহৎ পৰিমাণৰ কাঁহ-পিতলৰ সামগ্ৰী জব্দ
ETVBHARAT
2 months ago
1:18
ফৰ্মেলিনভৰ্তি টেংকাৰ দুৰ্ঘটনাগ্ৰস্ত, জাতিংগা নদীৰ পানী ব্য়ৱহাৰ নকৰিবলৈ আহ্বান
ETVBHARAT
2 months ago
4:52
কামাখ্যাত যোগাভ্যাস প্ৰদৰ্শনেৰে যোগ দিৱস পালন সাধু-সন্তৰ
ETVBHARAT
3 months ago
2:25
বজ্ৰপাতে প্ৰাণ ল'লে বিএছএফ জোৱানৰ, তিনিচুকীয়াত শোকৰ ছাঁ
ETVBHARAT
3 months ago
1:14
ভয়ংকৰ অগ্নিকাণ্ডৰ পৰা কথমপি ৰক্ষা পৰিল ৰাইজ
ETVBHARAT
4 months ago
Comments