Skip to playerSkip to main content
  • 6 hours ago
নলবাৰী: নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱাৰ লক্ষ্যৰে ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে মনোনয়ন পত্ৰ দাখিল কংগ্ৰেছৰ যুৱ নেতা ৰাতুল পাটোৱাৰীৰ । টিহুত নতুনত্বৰ পৰিৱৰ্তন বিচাৰি কংগ্ৰেছ প্ৰাৰ্থী ৰাতুল পাটোৱাৰীয়ে সোমবাৰে মনোনয়ন পত্ৰ দাখিল কৰে । ২০২১ চনত এইগৰাকী কংগ্ৰেছ নেতাই পূৰ্বৰ ধৰ্মপুৰ সমষ্টিৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰি নিৰ্বাচনত অৱতীৰ্ণ হৈছিল ।কিন্তু এইবেলি সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ পিছত নতুনকৈ গঠিত হোৱা ৪০ নং টিহু বিধানসভা সমষ্টিৰ হৈ কংগ্ৰেছৰ পৰা পুনৰ প্ৰাৰ্থিত্ব লাভ কৰে যুৱনেতাগৰাকীয়ে ৷ টিহু সমষ্টিৰ ৰাইজক এইবাৰ নতুন মুখৰ বিধায়ক নিৰ্বাচিত কৰিবলৈ ৰাতুল পাটোৱাৰীয়ে আহ্বান জনায় ৷ নতুনকৈ সমষ্টিবাসীক বিধায়ক সজাই ৫ বছৰ চাবলৈ আহ্বান জনাই যুৱ নেতা পাটোৱাৰীয়ে তাৰ সকলো ভাল-বেয়া প্ৰতিক্ৰিয়া গ্ৰহণ কৰিবলৈ সাজু বুলি মনোনয়ন দাখিলৰ পিছত সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে ৷মনোনয়নৰ অন্তিমটো দিনত সংবাদ মাধ্যমক উদ্দেশ্যি ৰাতুল পাটোৱাৰীয়ে কয়, ‘‘ইতিমধ্যে আপোনালোক হয়তো আজি ইয়াতে ব্যস্ত আছে ৷ গতিকে আমাৰ কৈঠালকুছিৰ পৰা যিটো যাত্ৰা হৈছিল, সেই যাত্ৰাৰ খবৰ বেলেগৰ মুখৰ পৰা আপোনালোকে পাইছে ৷ তাত হাজাৰ হাজাৰ মানুহ ৷ প্ৰায় ৪-৫ হাজাৰ মটৰ চাইকেল, সৰু গাড়ী প্ৰায় ৪০০-৫০০ সকলোৱে আমাৰ সৈতে মনোনয়ন দাখিল কৰিব আহিছিল ৷ কিন্তু সময়ৰ প্ৰতি দৃষ্টি ৰাখি আমি আধাতে ৰেলীটোৰ পৰা আহি মনোনয়ন পত্ৰ দাখিল কৰিলো ৷’’লগতে পঢ়ক: নলবাৰীত বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী অশোক শৰ্মাৰ মনোনয়ন দাখিল

Category

🗞
News
Transcript
00:00I am thankful for my love.
00:01I am thankful for my love.
00:05I am thankful for my love.
00:08Since 1000-1000 years ago, I was a girl in my life.
00:21I was born in my life.
00:25We have been able to share and we have been able to share.
00:28From this great day, I was under継 RUSSIA to daily
00:35people forlos.
00:36I will say, after this, I will do my best in my life.
00:42I will do my best.
00:44I will do my best in my life.
00:50I will do my best in my life.
00:59The government has been the only way to make a decision.
01:08The government has been the only one who has been the only one who is the only one who has
01:14been the only one who has been in the former state of the United States.
01:17Thank you very much.
02:01Thank you very much.
Comments

Recommended