Skip to playerSkip to main content
  • 2 days ago
জনীয়া : এটা পথৰ বাবে যমৰ যান্ত্ৰনা ভুগিছে কলগাছিয়াৰ ৰাইজে । বাৰিষা হওক, খৰালি হওক সকলো সময়তে পথটোত থাকে পানী । বৰষুণ দিলেই পুখুৰীৰ ৰূপ লয় মন্দিয়া সমষ্টিৰ অন্তৰ্গত ৰামপুৰ গাঁৱৰ লোক নিৰ্মাণ বিভাগৰ পথটো । পথটোৰ মাজত সৃষ্টি হোৱা বৃহৎ গাঁতৰ বাবে ইতিমধ্যে বহু দুৰ্ঘটনা সংঘটিত হৈ গৈছে । প্ৰতিদিনে হাজাৰ হাজাৰ সৰু-বৰ বাহন পথটোৰে চলাচল কৰে । বাংকাভাঙা গাঁৱৰ পৰা ৰামপুৰ বজাৰ সংযোগ কৰা এই গুৰুত্বপূৰ্ণ পথটোৰে নিতৌ শ শ শিক্ষাৰ্থী তথা সাধাৰণ নাগৰিক পাৰ হয় ।কিন্তু বহু বছৰ ধৰি পথৰ এই দুৰৱস্থাৰ বাবে অতি বিপদসংকুল যাত্ৰা কৰিবলগীয়া হয় । চৰকাৰ তথা প্ৰশাসনক বহুবাৰ পথটো মেৰামতি কৰিবলৈ কোৱাৰ পিছতো কোনো পদক্ষেপ গ্ৰহণ নকৰাত অৱশেষত ওলাই আহিল স্থানীয় ৰাইজ । হাতে হাতে জাল আৰু মাছ ধৰা সঁজুলি লৈ অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰিলে । চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি পথটোতে জাল মাৰিলে ৰাইজে ।একাংশ প্ৰতিবাদকাৰীয়ে কয়, "বহু বছৰ ধৰি পথটো এনেকৈয়ে আছে । অলপ বৰষুণ দিলেই পথটো পুখুৰীত পৰিণত হয় । শিক্ষাৰ্থী বা এম্বুলেন্সতো দূৰৰ কথা সাধাৰণ মানুহ চলাচল কৰিবলৈ অসুবিধা হৈ পৰিছে । বিধায়ক শ্বেৰমান আলী আহমেদক শীঘ্ৰে পথটো মেৰামতি কৰি দিবলৈ আমি দাবী জনাইছোঁ ।"লগতে পঢ়ক :ৰাতি হ’লেই ওলাই হাতী, হাতৰ মুঠিত প্ৰাণটো লৈ দিন কটাইছে ডিমৰীয়াৰ বহুলোকে

Category

🗞
News
Transcript
00:00Oh
00:33,
00:34,
00:34,
00:34,
00:34,
00:34and I am very proud of you.
00:38I wanted to tell you about the journey.
00:47I will tell you,
00:55how about the journey of the journey?
00:57.
00:57.
00:57.
00:57.
00:58.
00:58foreign
01:03foreign
01:04foreign
01:12foreign
01:16foreign
01:35We haven't had a good day to go.
01:39About 20 days.
01:43I've had 100 or 150.
01:46At least we have some water here.
01:49It's a great deal.
01:54I've had a lot of work, and people have to believe that our wives are very clean.
02:05foreign
Comments

Recommended