Skip to playerSkip to main content
  • 6 weeks ago
জোনাই : মিচিং ভাষাৰ শিক্ষক নিযুক্তিৰ বাবে পৃথকে টেট পতাৰ সন্দৰ্ভত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ৷ দেওবাৰে জোনাইৰ টিএমপিকেৰ ১৭ সংখ্যক ত্ৰি-বাৰ্ষিক কেন্দ্ৰীয় সাধাৰণ অধিৱেশনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমত মন্ত্ৰী পেগুৱে কয়,"কেৱল মিচিং ভাষাৰ শিক্ষক নিযুক্তিৰ বাবে পৃথকৈ টেট অনুষ্ঠিত কৰাটো সম্ভৱ নহয় ৷"উল্লেখ্য যে, টিএমপিকেয়ে দীৰ্ঘদিন ধৰি উত্থাপন কৰি অহা মিচিং অধ্যুষিত অঞ্চলৰ ২০০খন প্ৰাক-প্ৰাথমিক বিদ্যালয়ত মিচিং ভাষাৰ শিক্ষক নিযুক্তিৰ দাবী কৰি আহিছে ৷ টিএমপিকেৰ দাবীৰ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কয়, "কেৱল মিচিং ভাষাৰ শিক্ষক নিযুক্তিৰ বাবে পৃথক টেট অনুষ্ঠিত কৰাটো সম্ভৱ নহয়, যদিও ভৱিষ্যতে এই ২০০খন বিদ্যালয়ত শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত বিশেষভাবে কিছু পদ সংৰক্ষণৰ ব্যৱস্থা কৰা হ'ব । সেই পদসমূহত নিযুক্তি লাভ কৰা শিক্ষকসকলৰ মিছিং ভাষাৰ ওপৰত সম্যক জ্ঞান থকাটো বাধ্যতামূলক হ'ব ৷"আনহাতে শিক্ষকৰ পাৰস্পৰিক বদলিৰ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে, ইতিমধ্যে পাৰস্পৰিক বদলিৰ বাবে আবেদন গ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন হৈছে । নিৰ্ধাৰিত সময়ত সমগ্ৰ প্ৰক্ৰিয়াৰ ফলাফল আৰু সংশ্লিষ্ট তথ্য ৰাজহুৱাভাৱে ঘোষণা কৰা হ'ব বুলিও তেওঁ কয় ।লগতে পঢ়ক : ৰাজ্যজুৰি প্ৰায় ৪৭২.৫১ কোটি টকাৰ নিচাজাতীয় সামগ্ৰী ধ্বংস, মুখ্যমন্ত্ৰী নিজেই নামিল অভিযানত

Category

🗞
News
Transcript
00:00Local airs state of state private private office,
00:05which we should get back to bread for our nation.
00:19We currently have the best results and results of the present
00:22we have to keep results正確 than the future.
00:25These dates are the best results of the future.
00:26When we were talking about the full 2020
00:27the public is a part of our terrorist community.
00:29It can be back to the official Consciousness.
00:29I believe that they are no more complex,
00:31but they are not allowed to be in India to give their personal knowledge of the world,
00:40which are not allowed to be able to share the role of the business.
00:43Or from missing the role of the business of the city,
00:46which is the role of the business of the business.
00:51Do you understand the fact that the business policy is not going to be able to do this?
00:55This is the digital portal of Abeddon, and this is the story of Abeddon.
Comments

Recommended