Skip to player
Skip to main content
Search
Connect
Watch fullscreen
Like
Share
Bookmark
More
Add to Playlist
Report
ETVBHARAT
Follow
২০২৭ৰ ডিচেম্বৰত যোৰহাট-মাজুলী সংযোগী দলং সম্পূৰ্ণ হ'ব, উৎফুল্লিত ৰাইজ
6 weeks ago
টীয়ক: বহুদিনীয়া অপেক্ষাৰ অন্ত পেলাই যোৰহাট-মাজুলী সংযোগী দলং নিৰ্মাণৰ ক্ষেত্ৰত এক আশাব্যঞ্জক খবৰ আহিছে । অসম বিধানসভাৰ বাজেট অধিৱেশনত ২০২৭ চনৰ ডিচেম্বৰৰ ভিতৰত যোৰহাট-মাজুলী সংযোগী এই গুৰুত্বপূৰ্ণ দলংখন সম্পূৰ্ণ হ'ব বুলি উল্লেখ কৰা হৈছে । চৰকাৰৰ এই ঘোষণাই মাজুলীবাসীৰ লগতে সমগ্ৰ উজনি অসমৰ জনসাধাৰণৰ মাজত নতুন আশাৰ সঞ্চাৰ কৰিছে ।বিগত সময়ত যদিও কোম্পানীসমূহৰ গাফিলতিৰ বাবে দলঙৰ কাম সম্পূৰ্ণ নোহোৱাত মুখ্যমন্ত্ৰীক দলংখন ক্ষিপ্ৰতাৰে নিৰ্মাণৰ ক্ষেত্ৰত হস্তক্ষেপ কৰিবলৈ নৈপৰীয়া ৰাইজে আহ্বান জনাইছে । এই সন্দৰ্ভত এজন স্থানীয় যুৱকে কয়, "কালি অসম বিধানসভাৰ অধবেশনত যোৰহাট- মাজুলী সংযোগী দলঙখনক লৈ মুখ্যমন্ত্ৰীয়ে কৰা ঘোষণাত আমি বৰ আনন্দিত হৈছো । এই দলঙখন ২১ চনতে আৰম্ভ হৈছিল যদিও বিগত সময়চোৱাত ইয়াত নিয়োজিত কোম্পানীসমূহৰ গাফিলতিয়েই হওক বা চৰকাৰৰ বিভিন্ন কাৰণতে হওক হৈ উঠা নাছিল ।" তেওঁ লগতে কয়, "এইবাৰ চৰকাৰে যি সিদ্ধান্ত গ্ৰহণ কৰিছে তাক লৈ আমি উৎফুল্লিত হৈছো । আমি মাত্ৰ এটাই অনুৰোধ জনাম যে এইবাৰ মুখ্যমন্ত্ৰীয়ে নিজে গুৰুত্ব প্ৰদান কৰি কামটো সম্পূৰ্ণ কৰে যেন । এই দলংখন হ'লে আমাৰ দুয়োপাৰৰ ৰাইজৰ শিক্ষা, স্বাস্থ্য তথা আৰ্থসামাজিক উন্নয়ন হ'ব । সেয়ে আমি অতি আশাবাদী ।"লগতে পঢ়ক:অৰুণাচলৰ বামিন বিলাতত ভূমিস্খলনত বিধ্বস্ত জলসিঞ্চনৰ নলা, কৃষকৰ হাহাকাৰ১৩ জুলাইৰ পৰা দুমাহৰ বাবে বন্ধ থাকিব পুৰণি শৰাইঘাট দলং
Category
🗞
News
Transcript
Display full video transcript
00:00
Thank you for listening.
00:57
Thank you for listening.
01:28
Thank you for listening.
01:30
Thank you for listening.
Show less
Comments
Log in to post a comment
Recommended
2:06
|
Up next
ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত মাহজোৰা চাৰি প্ৰসংগীয়া পালনাম আৰম্ভ
ETVBHARAT
2 days ago
2:12
কৃত্ৰিম বানত বুৰিল যোৰহাট: বাসগৃহত একাঁঠু পৰ্যন্ত পানী
ETVBHARAT
2 weeks ago
3:40
চেৰেণ নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে চিমেন চাপৰি
ETVBHARAT
2 weeks ago
1:57
চিকিৎসালয়ত মাতৃক আহাৰ দিবলৈ যাওঁতে পথ দুৰ্ঘটনাত পুত্ৰ-বোৱাৰী নিহত
ETVBHARAT
3 weeks ago
2:54
ছুপাৰ ডিভিজন ফুটবলত বৰমা ইউনাইটেড ফুটবল ক্লাব বিজয়ী
ETVBHARAT
3 weeks ago
4:30
বানত ক্ষতিগ্ৰস্ত মীনপালকে কেনেকৈ পুনৰ আৰম্ভ কৰিব মৎস উৎপাদন ? কি কয় বিশেষজ্ঞই ?
ETVBHARAT
7 minutes ago
3:47
9 साल की उम्र में 19000 KM साइकिल यात्रा, अब 'गौ माता' के लिए नन्हे यशराज करेंगे दिल्ली तक पैदल यात्रा
ETVBHARAT
7 minutes ago
2:03
ମାଷ୍ଟରକ୍ୟାଣ୍ଟିରେ ଅନଲାଇନ୍ ଅଟୋ ଚାଳକଙ୍କ ହିଂସାତ୍ମକ ଆନ୍ଦୋଳନ ଘଟଣା; ଭିଡିଓ ଜାରି କରି କ୍ଷମା ମାଗିଲେ ସଙ୍ଘ ଚେୟାରମ୍ୟାନ ଦୀନବନ୍ଧୁ
ETVBHARAT
9 minutes ago
2:27
విభిన్నంగా ఆలోచించిన రైతు - పొలాల్లో తామర సాగు చేస్తూ లాభాలు
ETVBHARAT
9 minutes ago
2:45
'तैरना नहीं आता.. गिरे तो बचेंगे नहीं..' ढाई साल से पुल का इंतजार कर रहे ग्रामीणों का छलका दर्द
ETVBHARAT
10 minutes ago
3:19
গুজৰাটত পানীৰ পাছদিনাই প্ৰধানমন্ত্ৰী যায়, অসমলৈ কিয় অহা নাই আৰু পুঁজি দিয়া নাই ; আছু নেতৃত্ব
ETVBHARAT
3 weeks ago
1:44
বনকৰ্মী-যুৱকৰ মাৰপিট, কচুৱাত তীব্ৰ উত্তেজনা
ETVBHARAT
3 weeks ago
3:29
প্ৰলয়ংকৰী বানৰ কবলত শিৱসাগৰবাসী, মথাউৰি ভাঙি বানে বুৰাইছে ইখনৰ পিছত সিখন গাঁও
ETVBHARAT
5 weeks ago
3:55
নীটত উত্তীৰ্ণ হৈ দৰঙলৈ সুনাম কঢ়িয়ালে তেজস প্ৰতীম চহৰীয়াই
ETVBHARAT
5 weeks ago
1:32
গুৱাহাটীত নহয়, টীয়কত এজাক বৰষুণতে বুৰ গ'ল ৰাজপথ
ETVBHARAT
5 weeks ago
1:50
ঘটি-লোতাসহ ধৰা পৰিল পাঁচ গভাইত চোৰ, বৃহৎ পৰিমাণৰ কাঁহ-পিতলৰ সামগ্ৰী জব্দ
ETVBHARAT
7 weeks ago
2:13
মৃদুমুদ্ৰাৰ মৃত্যুত শোকাস্তব্ধ গংগাপুৰ: কঠোৰ আইন প্ৰণয়ন কৰিবলৈ আহ্বান আছুৰ
ETVBHARAT
7 weeks ago
1:18
ফৰ্মেলিনভৰ্তি টেংকাৰ দুৰ্ঘটনাগ্ৰস্ত, জাতিংগা নদীৰ পানী ব্য়ৱহাৰ নকৰিবলৈ আহ্বান
ETVBHARAT
7 weeks ago
2:28
লম্বিত ক'লৈ গ'ল ? ৰে'ল বিভাগৰ কৰ্মচাৰী সন্ধানহীন
ETVBHARAT
2 months ago
0:53
লখিমপুৰত ২৪ টাকৈ বনৰীয়া পক্ষী হত্যা কৰি আৰক্ষীৰ জালত দুই যুৱক
ETVBHARAT
3 months ago
1:35
ফলাফলৰ পূৰ্বে বিৰোধীৰ চৰকাৰ গঠনৰ দাবী, কিন্তু চূড়ান্ত ফলাফলত সকলো বিপৰীত: বিশ্বজিৎ ফুকন
ETVBHARAT
4 months ago
4:58
পাঁচ সহস্ৰাধিক ঢুলীয়া-নাচনীৰ বিহু নৃত্য প্ৰদৰ্শন
ETVBHARAT
4 months ago
3:43
জীৱিত শিশুক মৃত ঘোষণা কৰাক কেন্দ্ৰ কৰি কলিয়াবৰত উত্তপ্ত পৰিস্থিতি
ETVBHARAT
4 months ago
2:34
পাগলাদিয়া নৈত গা ধুবলৈ গৈ ভাতৃ-ভগ্নীসহ তিনিগৰাকীৰ মৃত্যু
ETVBHARAT
4 months ago
1:43
পহিলা ব'হাগতে মাইবাং বজাৰত ভয়ংকৰ অগ্নিকাণ্ড, কেইবা লক্ষাধিক টকাৰ সামগ্ৰী ভস্মীভূত
ETVBHARAT
4 months ago
Comments