Skip to playerSkip to main content
  • 8 minutes ago
দক্ষিণ শালমাৰা মানকাচৰ: ধোঁৱাচাঙত চৰকাৰৰ জল জীৱন মিছন । বিগত ৬ মাহ ধৰি বন্ধ হৈ আছে দক্ষিণ শালমাৰা মানকাচৰ জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনৰ ফুলেৰচৰ দ্বিতীয় খণ্ড গাঁৱৰ কোকৰাডাঙা পিডব্লিউএছএছ ।সমগ্ৰ ভাৰত তথা অসমৰ প্ৰতিখন গাঁও আৰু দুৰ্গম অঞ্চলৰ নাগৰিকসকলে যাতে সহজে পৰ্যাপ্ত আৰু বিশুদ্ধ খোৱাপানী লাভ কৰে । তাৰ বাবে কেন্দ্ৰীয় চৰকাৰে জল জীৱন মিছন নামৰ অভিলাষী আঁচনি ৰূপায়ণ কৰিছে । যাৰ লক্ষ্য আছিল গ্ৰামাঞ্চলৰ প্ৰতিঘৰ পৰিয়াল লৈ টেপ সংযোগৰ জড়িয়তে বিশুদ্ধ খোৱা পানী যোগান ধৰা ।  কিন্তু দক্ষিণ শালমাৰা মানকাচৰ জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনৰ ২০২২-২৩ বিত্তীয় বৰ্ষৰ ফুলেৰচৰ দ্বিতীয় খণ্ড গাঁৱৰ কোকৰাডাঙা পিডব্লিউএছএছ বিগত ৬ মাহ ধৰি বন্ধ হৈ থকাত বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হৈ আছে প্ৰায় ৫ শতাধিক পৰিয়াল । লগতে উক্ত আঁচনিৰ পানীৰ টেংকত লেতেৰা বস্তু পৰি থকা পৰিলক্ষিত হৈছে ।উক্ত আঁচনিৰ দায়িত্বত থকা জল মিত্ৰ আফছাৰুল সেখে কয়,"এই আঁচনিখন প্ৰায় ৬ মাহ ধৰি বন্ধ হৈ আছে । ট্ৰান্সফৰ্মা বহুদিনৰ পৰা নষ্ট হৈ আছে । বিগত ৬ মাহ ধৰি বন্ধ হৈ আছে আৰু বহুত লেতেৰা হৈ আছে । মই বহু ঠাইত অভিযোগ দিছোঁ । ইয়াত প্ৰায় ৫ শতাধিকৰো অধিক পৰিয়াল আছে । আমাৰ ইয়াত ডিজি আছে কিন্ত তেল নাই । সেইকাৰণে বিগত ৬ মাহ ধৰি এই আঁচনি বন্ধ হৈ আছে আৰু ৰাইজে বিশুদ্ধ খোৱাপানী পোৱা নাই ।"লগতে পঢ়ক: বেলিফুলে সলালে নগাঁৱৰ ৰাজপথৰ ৰূপছাত্ৰই টিফিনত আনিলে গো-মাংস ! হুলস্থূল এখন বিদ্যালয়ত

Category

🗞
News
Transcript
00:26હલ્લ્માર્લ્મમાંસ થકેમાંમાંજ્ કાણેમંયો?
00:29I am using PSU, the laborers, site engineers, PCT, member.
00:34My application is used for patents.
00:36It's a value.
00:38I have to buy 10-10 units.
00:43So I had to buy 10-10 units.
00:45So it's a low value.
00:46The opening I was 50.
00:52I was very high.
00:53I have to visit the site engineers.
01:03foreign
01:07foreign
01:29foreign
01:31...
01:31...
01:31...
01:32...
01:32...
01:36I don't want to spill the material situations.
01:39If you have theba, you can't enjoy water.
01:42I have to do the world that is still aר.
01:46I am not sure to have water but I have to do it.
01:50I have to do it.
01:54I have to do it very well.
01:56Just a little bit of water.
01:58I'm gonna afford it if I want to afford it if I want to buy it, I'll pay it.
02:06If I don't pay it, I'll pay it.
02:09I pay it, I'm going to pay it.
02:11If I want to pay it, I'll pay it, but I'll pay it.
02:24There is no one here, there is no one here, there is no one here.
Comments

Recommended